December 20, 2024

Chirang District | চিৰাং জিলা

চিৰাং জিলা (Chirang District) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন উল্লেখযোগ্য জিলা। বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত চাৰিখন জিলাৰ অন্যতম চিৰাংক ২০০৪ চনত কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ অংশবিশে সমন্বয় কৰি গঠন কৰা হৈছিল।

Chirang District | চিৰাং জিলা Read More »

This will close in 0 seconds

Scroll to Top