মুদ্ৰা আৰু বেংকব্যৱস্থা Class 10 Social Science Important Notes

মুদ্ৰা আৰু বেংকব্যৱস্থা Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters মুদ্ৰা আৰু বেংকব্যৱস্থা Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes মুদ্ৰা আৰু বেংকব্যৱস্থা

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. মুদ্ৰা আৰু বেংকব্যৱস্থা Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes মুদ্ৰা আৰু বেংকব্যৱস্থা Here we have given Solutions for All Subjects, You can practice these here.

মুদ্ৰা আৰু বেংকব্যৱস্থা

Chapter – 12

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক—

(ক) NABARD.

(খ) RBI.

(গ) SBI.

(ঘ) IDBL

উত্তৰঃ (ক) NABARD.

২। তলত উল্লেখ কৰা মুদ্রাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্রাটো হ’ল—

(ক) কাগজী মুদ্রা।

(খ) ধনাদেশ মুদ্রা।

(গ) ধাতু মুদ্রা।

(ঘ) আদেশ মুদ্রা।

উত্তৰঃ (গ) আদেশ মুদ্রা।

৩। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ’ল—

(ক) ভাৰতীয় ষ্টেট বেংক।

(খ) ভাৰতীয় ইউনিয়ন বেংক।

(গ) ভাৰতৰ ৰিজার্ভ বেংক।

(ঘ) ভাৰতীয় ইউনাইটেড বেংক।

উত্তৰঃ (গ) ভাৰতৰ ৰিজার্ভ বেংক।

৪। ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা—

(ক) কেন্দ্রীয় বেংক।

(খ) বাণিজ্যিক বেংক।

(গ) সমবায় বেংক।

(ঘ) কৃষি উন্নয়ন বেংক।

উত্তৰঃ (খ) বাণিজ্যিক বেংক।

৫। ৰিজার্ভ বেংক স্থাপিত হৈছিল—

(ক) ১৯২৮ চনত।

(খ) ১৯৪৫ চনত।

(গ) ১৯৪৭ চনত।

(ঘ) ১৯৩৫ চনত।

উত্তৰঃ (ঘ) ১৯৩৫ চনত।

৬। ঔদ্যোগিক উন্নয়ন (IDBI) বেংক স্থাপন হৈছিল—

(ক) ১৯৬৪ চনত।

(খ) ১৮৪৬ চনত।

(গ) ১৮৬৪ চনত।

(ঘ) ১৯৪৬ চনত।

উত্তৰঃ (ক) ১৯৬৪ চনত।

৭। NABARD স্থাপন কৰা হৈছিল—

(ক) ১৯৬২ চনত।

(খ) ১৯৮২ চনত।

(গ) ১৯৬৬ চনত।

(ঘ) ১৯৭২ চনত।

উত্তৰঃ (খ) ১৯৮২ চনত।

৮। SIDBI ৰ মুখ্য কাৰ্যালয়—

(ক) দিল্লীত।

(খ) কলিকতাত।

(গ) লক্ষ্ণৌত।

(ঘ) ৰাজস্থানত।

উত্তৰঃ (গ) লক্ষ্ণৌত।

৯। ১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল—

(ক) ভাৰতীয় ৰিজাৰ্ভ বেংক।

(খ) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক।

(গ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক।

(ঘ) বেংক অব হিন্দুস্থান।

উত্তৰঃ (ঘ) বেংক অব হিন্দুস্থান।

১০। বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ—

(ক) ২

(খ) ৩

(গ) ৪

(ঘ) ৭

উত্তৰঃ (ক) ২

১১। গুৱাহাটী স্থাপিত হৈছিল—

(ক) ১৯২০ চনত।

(খ) ১৯২৬ চনত।

(গ) ১৯৩২ চনত।

(ঘ) ১৯৩০ চনত।

উত্তৰঃ (খ) ১৯২৬ চনত।

১২। ১৯৭৫ চনত প্রথমতে আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়—

(ক) ৯

(খ) ৪

(গ) ৫

(ঘ) ১০

উত্তৰঃ (গ) ৫

১৩। ভাৰতবৰ্ষৰ মান মুদ্ৰা হ’ল—

(ক) ডলাৰ।

(খ) পাউণ্ড।

(গ) য়েন।

(ঘ) টকা।

উত্তৰঃ (ঘ) টকা।

১৪। চেক এবিধ—

(ক) অবিহিত মুদ্ৰা।

(খ) কাগজী মুদ্ৰা।

(গ) প্ৰতীক মুদ্ৰা।

(ঘ) বিহিত মুদ্ৰা।

উত্তৰঃ (ক) অবিহিত মুদ্ৰা।

১৫। বেংক অব ভেনিচ স্থাপন হৈছিল—

(ক) ৰোমত।

(খ) ইটালীত।

(গ) ফ্ৰান্সত।

(ঘ) ৰাছিয়াত।

উত্তৰঃ (খ) ইটালীত।

অতি চমু প্ৰশ্নোত্তৰ

১। বেংক কি?

উত্তৰঃ বেংক হৈছে এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে।

২। বেংকৰ এটা প্ৰধান ভূমিকা লিখা?

উত্তৰঃ বেংকে দেশৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ কৰা।

৩। বিনিময় প্ৰথাৰ এটা অসুবিধা লিখা?

উত্তৰঃ বিভাজনীয়তাৰ অসুবিধা: বিনিময় প্ৰথাত সকলোবোৰ সামগ্ৰী সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি। এনেবোৰ সামগ্ৰীয়ে বিনিময় প্ৰথাত আহুকালৰ সৃষ্টি কৰে।

৪। নাবাৰ্ড কি?

উত্তৰঃ নাবাৰ্ড হৈছে এটা বেংক।

৫। ‘IDBI’ কি?

উত্তৰঃ IDBI বা Industrial Development Bank of India হ’ল— ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনাৰ লগত জড়িত এক প্ৰতিষ্ঠান।

৬। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে সম্পাদন কৰা এটা মূল কাৰ্য লিখা।

উত্তৰঃ ঋণ প্ৰধান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা, প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে।

৭। ‘IDBI’ ৰ এটা মুখ্য কাৰ্য লিখা।

উত্তৰঃ বিত্তীয় সাহাৰ্য প্ৰধান: এই বেংকে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহাৰ্য প্ৰধান কৰে।

৮। ‘IDBI’ কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৬৪ চনত।

৯। বিনিময় কি?

উত্তৰঃ সামগ্ৰীৰ সলনি সামগ্ৰীৰ প্ৰত্যেক্ষ বিনিময়েই হ’ল বিনিময় প্ৰথা।

১০। মুদ্ৰাৰ লগত সংযোজিত হৈ থকা এটা অসুবিধা লিখা।

উত্তৰঃ  মুদ্রাৰ প্রতি থকা দুর্বলতাই সামাজিক মূল্যবোধ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। দুর্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্রা বুলি ক’লে অত্যুক্তি কৰা নহ’ব। 

১১। আঞ্চলিক গ্রাম্য বেংকৰ এটা মূল কার্য লিখা। 

উত্তৰঃ কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাওঁবাসীক সকাহ দিয়া।

১২। চেক এখন মুদ্রা নে তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা।

উত্তৰঃ মুদ্রা হ’বলৈ ইয়াৰ সাধাৰণ গ্রহণ যোগ্যতা থাকিব লাগে। কিন্তু চেকৰ গ্রহণযোগ্যতা নাথাকে। চেক এখন গ্রহণ কৰা বা নকৰাটো লওঁতাজনৰ ওপৰত নিৰ্ভৰ কৰে। যদি নকৰেও তেওঁক আইনমতে শাস্তি প্রদান কৰিব নোৱাৰি। তদুপৰি, চেকৰ মুদ্রাত থকা তাৰল্য গুণো নাই।

১৩। পৃথিৱীৰ সবাতোকৈ পুৰণি বেংক কি?

উত্তৰঃ ছুইডেনৰ ৰিক্স বেংক।

১৪। মুদ্ৰা কি? 

উত্তৰঃ মুদ্ৰা হ’ল বিনিময়ৰ মাধ্যম আৰু স-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ। মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকিব লাগে।

১৫। বাণিজ্যিক বেংকে কেইপ্ৰকাৰৰ সঞ্চয় সংগ্ৰহ কৰে?

উত্তৰঃ তিনি প্ৰকাৰৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top