⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

A letter to issue a new cheque book by authorised Person | পত্ৰবাহকৰ মাৰফৎ নতুন চেকবুক ইছু কৰাৰ কাৰণে আবেদন

A letter to issue a new cheque book by authorised Person.

To,

The Branch Manager,

……………. Bank,

……………….. Branch,

Date_______

Sub: A letter to issue a new cheque book by authorised Person.

Dear Sir,

This is to inform you that currently we have opened a current account in your bank which started operating on and from……. However, we are in dire need of a new cheque book which is why we do not have any as of now. Please issue a cheque book containing fifty pages at least per bearer of this letter. Due to some unavoidable reasons, especially for getting busy somewhere else, we need a bearer cheque book in lieu of the ordinary one.

We are sending herewith the required form duly filled in and signed as well.

We remain Sir,            

Thanking you in anticipation.

Address             

Yours faithfully,

Sender’s Signature

পত্ৰবাহকৰ মাৰফৎ নতুন চেকবুক ইছু কৰাৰ কাৰণে আবেদন।

প্ৰতি,                                    

ব্ৰাঞ্চ মেনেজাৰ

………….বেঙ্ক

তাৰিখ…………

প্ৰিয় মহাশয়,

আপোনাক জনাব বিচাৰো যে আপোনালোকৰ বেঙ্কত এটা কাৰেণ্ট একাউণ্ট খুলিছো। যোৱা…….. তাৰিখৰ পৰা তাৰ কাম আৰম্ভ কৰিছো। যি হওক, আমাৰ এটা নতুন চেকবুকৰ আৱশ্যক হৈছে। অনুগ্ৰহ কৰি পত্ৰবাহকৰ হাতত পঞ্চাশ পাতৰ এটা নতুন চেকবুক দিব। কিছুমান বিশেষ কাৰণত, বিশেষকৈ যিহেতু আমি ব্যৱসায়ৰ কাৰণে প্ৰায় সময়তে নানা কামত ব্যস্ত থাকো, সেয়ে আমাৰ এটা সাধাৰণ চেকবুকৰ পৰিবৰ্তে এটা বেয়ৰাৰ চেকবুকৰ আৱশ্যক। 

আমি ইয়াৰ লগতে আপোনালোকৰ নিৰ্দিষ্ট ফৰ্মটো যথাযথভাৱে পূৰণ কৰি আৰু চহী কৰি পঠাই দিলো।

ধন্যবাদ।                    

পত্ৰ প্ৰেৰকৰ ঠিকনা       

আপোনালোকৰ বিশ্বাসী

(পত্ৰ প্ৰেৰকৰ চহী)

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top