Application for opening a Joint Account.
To
The Manager.
……….. Bank………….
Date_________
Sub: Application for opening a Joint Account.
Sir,
We, intend to open a Savings Account with your Bank jointly in our name of ourselves Mr……….& Mrs…………(husband & wife) and therefore request you to send necessary papers and documents by post at the earliest.
Thanking you.
Address…………
A.B.C.
Yours faithfully
____________
যৌথ চেভিঙ্গচ একাউণ্ট খোলাৰ বাবে আবেদন।
প্ৰতি,
ব্ৰাঞ্চ মেনেজাৰ
………….বেঙ্ক
তাং……………
বিষয়: যৌথ চেভিঙ্গচ একাউণ্ট খোলাৰ বাবে আবেদন।
মহাশয়,
আপোনালোকৰ বেঙ্কত আমি স্বামী-স্ত্ৰী উভয়ৰে নামত যৌথ চেভিঙ্গচ একাউণ্ট খুলিব বিচাৰি এই আবেদন পঠালো। যথাসম্ভৱ সোনকালে প্ৰয়োজনীয় কাগজ-পত্ৰ ডাকযোগে পঠাই দিবলৈ অনুৰোধ কৰিলো।
ধন্যবাদ।
ঠিকনা…….
আপোনাৰ বিশ্বাসী
………………………
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 8 Social Our Pasts 3 Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.