Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন Question Answer can be of great value to excel in the examination.
SEBA Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন
SEBA Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন
Chapter – 1
প্ৰথম খণ্ড : ইতিহাস
Multiple Choice Questions & Answers
বহুবিকল্প বাছনি প্রশ্ন:
1. কনষ্টান্টিনোপল তুৰ্কীসকলে দখল কৰিছিল?
(ক) ১২৫৩ খ্ৰীঃত।
(খ) ১৪৫৩ খ্ৰীঃত।
(গ) ১৩৫৩ খ্ৰীঃত।
(ঘ) ১৫৫৩ খ্ৰীঃত।
উত্তৰঃ (খ) ১৪৫৩ খ্ৰীঃত।
2. ‘ভাস্ক’ ডা-গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল?
(ক) ১৪৯৮ খ্ৰীঃত।
(খ) ১৪৮৭ খ্ৰীঃত।
(গ) ১৫৮৭ খ্রীঃত।
(ঘ) ১৫৯৮ খ্ৰীঃত।
উত্তৰঃ (ক) ১৪৯৮ খ্ৰীঃত।
3. ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন হৈছিল?
(ক) ১৪৯৮ চনত।
(খ) ১৫০০ চনত।
(গ) ১৬০০ চনত।
(ঘ) ১৫৯৯ চনত।
উত্তৰঃ (গ) ১৬০০ চনত।
4. উইলিয়াম হকিন্সে কিমান খ্ৰীঃত জাহাংগীৰক সাক্ষাৎ কৰিছিল?
(ক) ১৬১০ খ্রীঃত।
(খ) ১৬০৮ খ্ৰীঃত।
(গ) ১৫০৯ খ্রীঃত।
(ঘ) ১৬০৯ খ্ৰীঃত।
উত্তৰঃ (ঘ) ১৬০৯ খ্ৰীঃত।
5. ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল?
(ক) দেশ স্বাধীন কৰা।
(খ) দেশত চিকিৎসা সেৱা আগবঢ়োৱা।
(গ) বেহা-বেপাৰ কৰা।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) বেহা-বেপাৰ কৰা।
6. ১৬১১ খ্ৰীঃত কোন ঠাইত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল?
(ক) লোথাল।
(খ) বালিকট।
(গ) গোবিন্দপুৰ।
(ঘ) মুছলিপট্টম।
উত্তৰঃ (ঘ) মুছলিমপট্টম।
7. ফর্ট উইলিয়াম নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিল?
(ক) ৰজা প্রথম উইলিয়াম।
(খ) দ্বিতীয় উইলিয়াম।
(গ) তৃতীয় উইলিয়াম।
(ঘ) চতুর্থ উইলিয়াম।
উত্তৰঃ (গ) তৃতীয় উইলিয়াম।
8. কলকাতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্র স্থাপন হৈছিল?
(ক) ১৬৬০ চনত।
(খ) ১৭৬০ চনত।
(গ) ১৮৬০ চনত।
(ঘ) ১৫৬০ চনত।
উত্তৰঃ (খ) ১৭৬০ চনত।
9. পলাচীৰ যুদ্ধ কিমান চনত হৈছিল?
(ক) ১৭৫৭ চনত।
(খ) ১৬৫৭ চনত।
(গ) ১৮৫৭ চনত।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) ১৭৫৭ চনত।
10. ভাৰতত ঔপনিবেশিক সাম্রাজ্য স্থাপন কৰিছিল?
(খ) হকিন্স।
(ঘ) জব চার্ণক।
(ক) ছাৰমান।
(গ) ৰবাৰ্ট ক্লাইভ।
উত্তৰঃ (গ) ৰবাৰ্ট ক্লাইভ।
11. পৰাধীন ভাৰতৰ বৃটিছ আসনক কেইটা ভাগত ভগাব পাৰি?
(ক) এটা।
(খ) দুটা।
(গ) তিনিটা।
(ঘ) চাৰিটা।
উত্তৰঃ (খ) দুটা।
12. ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্রাম?
(ক) ১৮৫৭।
(খ) ১৭৫৭।
(গ) ১৯৫৭।
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) ১৮৫৭।
13. চিপাহী বিদ্রোহ কিমান চনত হৈছিল?
(ক) ১৮৫৭ চনত।
(খ) ১৯৫৭ চনত।
(গ) ১৭৫৭ চনত।
(ঘ) ১৭৫৭ চনত।
উত্তৰঃ (ক) ১৮৫৭ চনত।
14. ১৭৬৫ চনত কি চুক্তি হৈছিল?
(ক) পুণে চুক্তি।
(খ) লাহোৰ চুক্তি।
(গ) এলাহাবাদ চুক্তি।
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) এলাহাবাদ চুক্তি।
15. বংগত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল?
(ক) ১৭৬৫ চনত।
(খ) ১৭৬৮ চনত।
(গ) ১৮৬৫ চনত।
(ঘ) ১৬৬৫ চনত।
উত্তৰঃ (ক) ১৭৬৫ চনত।
অতি চমু প্রশ্ন উত্তৰ:
1. জলপথেৰে পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?
উত্তৰঃ ফ্রান্সিছ ড্রেক।
2. ভাৰতভূমিত ইংৰাজ সকলে পোনপ্ৰথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্ৰবেশ কৰিছিল?
উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত ইংৰাজ নাৱিক জেমছ মিলডনে প্রবেশ কৰিছিল।
3. ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া, ক’ত গঠন হৈছিল?
উত্তৰঃ ১৫৯৯ খ্রীষ্টাব্দত লণ্ডণত।
4. ফ’ৰ্ট উইলিয়ামৰ কি?
উত্তৰঃ ফৰ্ট উইলিয়াম হৈছে এখন বাণিজ্য কেন্দ্ৰ।
5. ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰঃ ১৬৮১ খ্ৰীষ্টাব্দত।
6. পর্তুগীজ নাৱিকসকলে কোনখন সমুদ্রত নৌ যাত্ৰা কৰিছিল?
উত্তৰঃ অজনা সমুদ্রত।
7. কোন বৃটিছ সদাগৰে সম্রাট জাহাংগীৰলৈ বেহাবেপাৰৰ বাবে আবেদন পত্র আনিছিল?
উত্তৰঃ কেপ্তেইন উইলিয়াম হকিন্স।
8. ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰঃ বেহা-বেপাৰ কৰা।
9. পর্তুগীজ সকলে ভাৰতত প্ৰথমে ক’ত বেপাৰৰ কুটি পাতিছিল?
উত্তৰঃ কালিকট আৰু কোচিনত।
10. ইংৰাজসকল ভাৰতলৈ অহাৰ সময়ত মোগল সম্রাট কোন আছিল?
উত্তৰঃ জাহাংগীৰ।
11. বৃটিছে ভাৰতত ক’ত প্রথমে বাণিজ্য কুটি পাতিছিল?
উত্তৰঃ চুৰাটত।
12. ফৰ্ট উইলিয়াম দুর্গ কোনে নির্মান কৰিছিল?
উত্তৰঃ জৱ চাৰ্ণকে।
13. কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে টেলিগ্রাফ লাইন স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৮৫৩ চনত।
14. চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্রাট কোন আছিল?
উত্তৰঃ মোগল সম্রাট ছাহ আলম।
15. পিটৰ ভাৰত আইন কেতিয়া প্রণয়ন কৰা হৈছিল?
উত্তৰঃ ১৮৭৪ চনত।
16. মংগল পাণ্ডেৰ সৈতে শাস্তি পোৱা অন্য চিপাহীজন কোন?
উত্তৰঃ ঈশ্বৰ পাণ্ডে।
17. ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰঃ ১৮৫৮ চনৰ ২ আগষ্ট তাৰিখে।
18. “ভাগ কৰা আৰু শাসন কৰা নীতি” কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ ইংৰাজ শাসকে।
19. পাব্লিক ছাৰ্ভিচ কমিছন কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৮৬৬ চনত।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Class 9th social science annual exam paper 2024-2025