Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Chapter – 2

প্ৰথম খণ্ড : ইতিহাস

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. সম্রাট ঈৰংগজেৱৰ জন্ম কেতিয়া হৈছিল?

(ক) ১৭৫৮ চনত।

(খ) ১৬৫৮ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) ১৫৫৮ চনত।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ১৬৫৮ চনত।

2. পলাচীৰ যুদ্ধত বংগৰ নবাব কোন আছিল?

(ক) নবাব চিৰাজুদ্দৌলা।

(খ) নবাব ৰহমতুল্লাহ।

(গ) নবাব আলী।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) নবাব চিৰাজুদ্দৌলা।

3. চিৰাজুদ্দৌলাৰ মৃত্যু কেতিয়া হৈছিল?

(ক) ১৭৬৮ চনত।

(খ) ১৬৫৭ চনত।

(গ) ১৭৫৭ চনত।

(ঘ) ১৯৫৭ চনত।

উত্তৰঃ (গ) ১৭৫৭ চনত ৷

4. পলাচীৰ যুদ্ধ কিমান চনত হৈছিল?

(ক) ১৫৫৭-৫৮ চন।

(খ) ১৬৫৭-৫৮ চন।

(গ) ১৮৫৭-৫৮ চন।

(ঘ) ১৭৫৬-৫৭ চন।

উত্তৰঃ (ঘ) ১৭৫৬-৫৭ চন।

5. ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলিলে কাক বুজায়?

(ক) ১৯৪৭ চনৰ বিদ্রোহ।

(খ) ১৭৫৬ চনৰ বিদ্রোহ।

(গ) ১৯৪২ চনৰ বিদ্ৰোহ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ১৯৪৭ চনৰ বিদ্ৰোহ।

6. চিপাহী বিদ্রোহ কিমান চনত হৈছিল?

(ক) ১৬৫৭ চনত।

(খ) ১৭৫৭ চনত।

(গ) ১৮৫৭ চনত।

(ঘ) ১৯৫৭ চনত।

উত্তৰঃ (গ) ১৮৫৭ চনত।

7. ইউৰোপত নৱজাগৰণৰ সুচনা হৈছিল?

(ক) ষষ্টদশ শতিকাত।

(খ) অষ্টদশ শতিকাত।

(গ) পঞ্চদশ শতিকাত।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ষষ্টদশ শতিকাত।

8. আধুনিক শিক্ষাৰ অনুষ্ঠান প্রথমে গঢ়ি উঠে–

(ক) দাক্ষিণাত্যত।

(খ) উত্তৰ ভাৰতত।

(গ) পূৱ ভাৰত।

(ঘ) বংগদেশত।

উত্তৰঃ (ঘ) বংগদেশত।

9. ১৮৩৫ চনত পশ্চিমীয়া শিক্ষাৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল?

(ক) লর্ড ডাফৰিণ।

(খ) লৰ্ড মেক’লেই।

(গ) চালর্চ উডে।

(ঘ) এজনো নহয়।

উত্তৰঃ (খ) লর্ড মেক’লেই।

10. উত্তৰ প্ৰেৰণাপত্ৰ কিমান চনত?

(ক) ১৮৫৪ চন।

(খ) ১৯৫৪ চন।

(গ) ১৭৫৪ চন। 

(ঘ) ১৮৫৫ চন।

উত্তৰঃ (ক) ১৮৫৪ চন।

11. উডৰ প্ৰেৰণ পত্ৰত শিক্ষা বিস্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল?

(ক) প্রাথমিক স্তৰৰ পৰা মাধ্যমিক স্তৰলৈ।

(খ) প্রাথমিক স্তৰৰ পৰা উচ্চ মাধ্যমিকলৈ।

(গ) প্রাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিকলৈ।

(ঘ) প্রাথমিক স্তৰৰপৰা বিশ্ববিদ্যালয়লৈ।

উত্তৰঃ (ঘ) প্রাথমিক স্তৰৰপৰা বিশ্ববিদ্যালয়লৈ।

12. উডৰ প্ৰেৰণ পত্ৰক আন কি নামেৰে জনা যায়?

(ক) শিক্ষা নিৰাময় আঁচনি।

(খ) শিক্ষা গ্রহণ আঁচনি।

(গ) শিক্ষা সংস্কাৰ আঁচনি।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) শিক্ষা সংস্কাৰ আঁচনি।

13. আনন্দমঠ উপন্যাসৰ ৰচয়িতা হ’ল—

(ক) বংকিম চন্দ্র চট্টোপাধ্যায়।

(খ) ৰবিন্দ্ৰনাথ ঠাকুৰ।

(গ) ইকবাল।

(ঘ) এজনো নহয়।

উত্তৰঃ (ক) বংকিম চন্দ্র চট্টোপাধ্যায়।

14. সাৰে জাহাছে আচ্ছা, হিন্দুস্তান হামাৰা গীতৰ ৰচয়িতা হ’ল—

(ক) আকবৰ।

(খ) ইকবাল।

(গ) কবিৰ।

(ঘ) ভগত সিং।

উত্তৰঃ (খ) ইকবাল।

15. গ্ৰেণ্ড ট্রাস্ক ৰোড কিমান চনত নিৰ্মাণ কৰা হৈছিল?

(ক) ১৭৩৯ চনত।

(খ) ১৯৩৯ চনত।

(গ) ১৮৩৯ চনত।

(ঘ) ১৮৩৮ চনত।

উত্তৰঃ (গ) ১৮৩৯।

3 thoughts on “Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top