Class 9 Social Science MCQ Chapter 3 মোৱামৰীয়া গণবিদ্ৰোহ

Class 9 Social Science MCQ Chapter 3 মোৱামৰীয়া গণবিদ্ৰোহ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 3 মোৱামৰীয়া গণবিদ্ৰোহ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 3 মোৱামৰীয়া গণবিদ্ৰোহ

Join Telegram channel

Table of Contents

SEBA Class 9 Social Science MCQ Chapter 3 মোৱামৰীয়া গণবিদ্ৰোহ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 3 মোৱামৰীয়া গণবিদ্ৰোহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মোৱামৰীয়া গণবিদ্ৰোহ

Chapter – 3

প্ৰথম খণ্ড : ইতিহাস

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. মোৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উপলব্ধি হৈছে?

(ক) মায়ামৰা।

(খ) মায়া-মমতা।

(গ) মায়া-মোহ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) মায়ামৰা।

2. মায়ামৰা কিহৰ নাম?

(ক) শংকৰী সত্ৰ।

(খ) বৈষ্ণৱ সত্ৰ।

(গ) মাধৱ সত্ৰ।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) বৈষ্ণৱ সত্ৰ।

3. সত্ৰসমূহৰ কেইটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) চাৰিটা।

4. লক্ষ্মী সিংহৰ দিনত কোনটো বিদ্ৰোহ হৈছিল?

(ক) কৃষক বিদ্রোহ।

(খ) লছিমা বিদ্রোহ।

(গ) গণ বিদ্রোহ।

(ঘ) মোৱামৰীয়া বিদ্রোহ।

উত্তৰঃ (ঘ) মোৱামৰীয়া বিদ্রোহ।

5. মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ জুৰি আছিল? 

(ক) ৫৩ বছৰ।

(খ) ৩৫ বছৰ।

(গ) ৩০ বছৰ।

(ঘ) ২৫ বছৰ।

উত্তৰঃ (খ) ৩৫ বছৰ।

6. মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত সমাপ্তি ঘটিছিল?

(ক) স্বৰ্গদেউ কমলেশ্বৰ দিনত।

(খ) ৰুদ্ৰসিংহৰ দিনত।

(গ) চুকাফাৰ দিনত।

(ঘ) ৰাজেশ্বৰ সিংহৰ দিনত।

উত্তৰঃ (ক) স্বৰ্গদেউ কমলেশ্বৰ দিনত।

7. আহোম ৰজাসকলক কি বুলি সম্বোধন কৰা হয়?

(ক) সম্রাট।

(খ) ৰজা।

(গ) বাদস্বাহ।

(ঘ) স্বৰ্গদেউ।

উত্তৰঃ (ঘ) স্বৰ্গদেউ।

8. স্বৰ্গদেউ’ বুলি কোৱা প্ৰথা কাৰ দিনৰ পৰা আৰম্ভ হয়?

(ক) চুকাফাৰ দিনৰ পৰা।

(খ) ৰুদ্ৰসিংহৰ দিনৰ পৰা।

(গ) চুতেউফাৰ দিনৰ পৰা।

(ঘ) চুহুংমুঙৰ দিনৰ পৰা।

উত্তৰঃ (ঘ) চুহুংমুঙৰ দিনৰ পৰা।

9. ভগাৰজা কোন আছিল?

(ক) চুহুংসুঙ।

(খ) চুৰুমফা।

(গ) ল’ৰাৰ ৰজা।

(ঘ) চুচেনফা।

উত্তৰঃ (খ) চুৰুমফা।

11. পাইক কোন আছিল?

(ক) আহোম ৰাজ্যৰ সম্ৰাট।

(খ) আহোমৰ প্ৰজাৰ উত্তৰসুৰী।

(গ) আহোম সকলৰ খেতিয়ক।

(ঘ) আহোমৰ সকলো পুৰুষ-মহিলা।

উত্তৰঃ (ঘ) আহোমৰ সকলো পুৰুষ-মহিলা।

12. অসমত ইংৰাজৰ প্ৰথম আগমন কোন চনত হৈছিল?

(ক) ১৭৯২

(খ) ১৮৯২

(গ) ১৭৯০

(ঘ) ১৮২০

উত্তৰঃ (ক) ১৭৯২

13. অসমত ইংৰাজৰ আগমন কোনজন স্বৰ্গদেৱৰ আমন্ত্ৰণত হৈছিল?

(ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ।

(খ) স্বৰ্গদেউ চুকাফা।

(গ) স্বৰ্গদেউ গদাধৰ সিংহ।

(ঘ) স্বৰ্গদেউ গৌৰীনাথ সিংহ।

উত্তৰঃ (ঘ) স্বৰ্গদেউ গৌৰীনাথ সিংহ।

14. ১৭৯৩ চনত ৮ ফেব্ৰুৱাৰীত কাৰ কাৰ মাজত চুক্তি হৈছিল?

(ক) গৌৰীনাথ সিংহ আৰু কেপ্তেইন হলৰইড।

(খ) গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলচ।

(গ) কৃষ্ণকান্ত সিংহ আৰু গৌৰীনাথ সিংহ।

(ঘ) ওপৰৰ কোনোটোৱে নহয়।

উত্তৰঃ (ক) গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলচ।

15. ১৭৯৩ চনৰ বাণিজ্যিক চুক্তিৰ চৰ্তকেইটা আছিল?

(ক) পাঁচটা।

(খ) চাৰিটা।

(গ) তিনিটা।

(ঘ) দুটা।

উত্তৰঃ (ক) পাঁচটা।

অতি চমু প্রশ্ন উত্তৰ:

1. মায়ামৰা কি?

উত্তৰঃ মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম।

2. সত্র কি?

উত্তৰঃ সত্ৰ হ’ল— ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

3. মোৱামৰীয়া বিদ্রোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত।

4. মোৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?

উত্তৰঃ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।

5. কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল?

উত্তৰঃ চুহুংমুঙ।

6. চুমফা ভগাৰজাৰ দিনত কোন সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?

উত্তৰঃ নিত্যানন্দদেৱক।

7. ৰুদ্ৰসিংহৰ দিনত কোনজন সত্ৰাধিকাৰক অপমাণ কৰা হৈছিল?

উত্তৰঃ চতুৰ্ভূজদেৱ মহন্তক।

৪. আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি?

উত্তৰঃ ছোমদেউ।

9. জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত।

10. ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ কেশৱ দেৱৰ ওচৰত।

11. কৃষ্ণৰাম ভট্টাচার্য কোন?

উত্তৰঃ বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্রাহ্মণ।

12. কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল?

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত।

13. গাগিনি কোন?

উত্তৰঃ মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ।

14. মোৱামৰীয়া সকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?

উত্তৰঃ ৰমাকান্ত বা ৰামানন্দক ৷

15. অসমৰ ক’ত লোণ উৎপাদন হৈছিল?

উত্তৰঃ শদিয়া আৰু নগাপাহাৰত৷

16. মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্ভূক্ত?

উত্তৰঃ কাল সংহতি।

17. বৈকুণ্ঠদেৱৰ মহন্তৰ হত্যা কাৰ নিৰ্দেশত হৈছিল?

উত্তৰঃ গদাধৰ সিংহৰ নিৰ্দেশত।

18. কীর্তিচন্দ্র কোন সত্ৰৰ শিষ্য আছিল?

উত্তৰঃ দিহিং সত্ৰৰ শিষ্য।

19. ঘনশ্যাম বুঢ়াগোহাঞিৰ পুতেকৰ নাম কি?

উত্তৰঃ লাড়ি গোহাঁঞি বুঢ়াগোহাঞি।

20. ইংৰাজ সৈন্যবাহিনীক অসমলৈ আহোতে কোনে নেতৃত্ব দিছিল?

উত্তৰঃ কেপ্তেইন থমাছ ওৱেলছে।

21. কিমান চনত কাছাৰত মোৱামৰীয়া বিদ্রোহ হৈছিল?

উত্তৰঃ ১৮০৫ চনত।

22. বেংমৰাৰ বৰ্তমান নাম কি?

উত্তৰঃ তিনিচুকীয়া।

23. অসমৰ মানুহে বেহা-বেপাৰৰ মাধ্যম হিচাপে কি বস্তু ব্যৱহাৰ কৰিছিল?

উত্তৰঃ সোণ আৰু নিমখ।

24. পইক প্রথম কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ প্রতাপ সিংহই।

25. অসমত মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ ধৰি চলিছিল?

উত্তৰঃ প্রায় ৩৫ বছৰকাল, (১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ)।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top