Class 9 Social Science MCQ Chapter 4 মানৰ অসম আক্ৰমণ

Class 9 Social Science MCQ Chapter 4 মানৰ অসম আক্ৰমণ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 4 মানৰ অসম আক্ৰমণ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 4 মানৰ অসম আক্ৰমণ

SEBA Class 9 Social Science MCQ Chapter 4 মানৰ অসম আক্ৰমণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 4 মানৰ অসম আক্ৰমণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মানৰ অসম আক্ৰমণ

Chapter – 4

প্ৰথম খণ্ড : ইতিহাস

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. ‘মানৰজা’ বুলিলে কাক বুজায়?

(ক) ভাৰতৰ প্ৰধানমন্ত্রী।

(খ) বাংলা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী।

(গ) ব্ৰহ্মদেশৰ ৰজা।

(ঘ) ভূটানৰ ৰজা।

উত্তৰঃ (গ) ব্ৰহ্মদেশৰ ৰজাক।

2. ব্ৰহ্মদেশৰ প্ৰজাক অসমৰ মানুহে কি বুলি কৈছিল?

(ক) মান।

(খ) বর্মা।

(গ) স্বৰ্গদেউ।

(ঘ) ভূঞা।

উত্তৰঃ (ক) মান।

3. মানে কিমানবাৰ অসম আক্ৰমণ কৰে?

(ক) চাৰিবাৰ।

(খ) পাঁচবাৰ।

(গ) তিনিবাৰ।

(ঘ) দুবাৰ।

উত্তৰঃ (ঘ) দুবাৰ৷

4. দন্দোৱাদ্রোহ বুলি বিখ্যাত কোন আছিল?

(ক) হৰদত্ত।

(খ) বীৰদত্ত।

(গ) কলীয়া ভোমোৰা।

(ঘ) এজনো নহয়।

উত্তৰঃ (গ) কলীয়া ভোমোৰা।

5. কলীয়াভোমোৰা দলং কিমান চনত সাজি উলিওৱা হয়?

(ক) ১৯৮৭ চনত।

(খ) ১৯৮২ চনত।

(গ) ১৯৬১ চনত।

(ঘ) ১৯৭২ চনত।

উত্তৰঃ (ক) ১৯৮৭ চনত।

6. কলীয়া ভোমোৰা দলঙৰ দৈৰ্ঘ্য কিমান?

(ক) ৩০০০ মিটাৰ।

(খ) ৩০১৫ মিটাৰ।

(গ) ৩০২০ মিটাৰ।

(ঘ) ৪০০০ মিটাৰ।

উত্তৰঃ (খ) ৩০১৫ মিটাৰ।

7. মানৰ প্ৰথম আক্রমণ—

(ক) ১৯১৭ চন।

(খ) ১৯২০ চন।

(গ) ১৯২৭ চন।

(ঘ) ১৮১৭ চন।

উত্তৰঃ (ঘ) ১৮১৭ চন।

8. মানে পতা ৰজা বুলি খ্যাত কোন আছিল?

(ক) চন্দ্ৰকান্ত সিংহ।

(খ) যোগেশ্বৰ সিংহ।

(গ) পুৰন্দৰ সিংহ।

(ঘ) বদন বৰফুকন।

উত্তৰঃ (খ) যোগেশ্বৰ সিংহ।

9. মহগড় ৰণত কোনজন ৰজা পৰাস্ত হৈছিল?

(ক) চন্দ্ৰকান্ত সিংহ।

(খ) যোগেশ্বৰ সিংহ।

(গ) পুৰন্দৰ সিংহ।

(ঘ) এজনো নহয়।

উত্তৰঃ (ক) চন্দ্ৰকান্ত সিংহ।

10. অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোনটোক বুজায়?

(ক) শৰাইঘাটৰ ৰণ।

(খ) ইংগ-বাৰ্থা যুদ্ধ।

(গ) মঁহ গড়ৰ যুজ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) মঁহ গড়ৰ যুজ।

11. মানৰ দিন বুলি কোনটো সময়ক বুজায়?

(ক) ১৮২১ ৰ পৰা ১৮২০ লৈ।

(খ) ১৮২০ ৰ পৰা ১৮২৫ লৈ।

(গ) ১৮২১ ৰ পৰা ১৮২৫ লৈ।

(ঘ) ১৮২৫ ৰ পৰা ১৮৩০ লৈ।

উত্তৰঃ (গ) ১৮২১ ৰ পৰা ১৮২৫ লৈ।

12. আহোম সকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?

(ক) দুশ বছৰ।

(খ) চাৰিশ বছৰ।

(গ) পাঁচশ বছৰ।

(ঘ) ছশ বছৰ।

উত্তৰঃ (ঘ) ছশ বছৰ।

13. প্রথম ইঙ্গ বার্মা যুদ্ধ হৈছিল?

(ক) ১৮২১-১৮২৬ লৈ।

(খ) ১৮৩০-১৮৩৬ লৈ।

(গ) ১৮৪০-১৮৪৯ লৈ।

(ঘ) ১৮২৪-১৮২৬ লৈ।

উত্তৰঃ (ঘ) ১৮২৪-১৮২৬ লৈ।

14. মানসকল কোন দেশৰ পৰা আহিছিল?

(ক) আৰব দেশৰ পৰা।

(খ) ব্ৰহ্মদেশৰ পৰা।

(গ) ইৰাকৰ পৰা।

(ঘ) জাপানৰ পৰা।

উত্তৰঃ (খ) ব্ৰহ্মদেশৰ পৰা।

15. দ্বিতীয় ইংগ বার্মা যুদ্ধ সংগঠিত হৈছিল?

(ক) ১৮২৫

(খ) ১৮২১

(গ) ১৮২০

(ঘ) ১৮২৪

উত্তৰঃ (ক) ১৮২৫।

3 thoughts on “Class 9 Social Science MCQ Chapter 4 মানৰ অসম আক্ৰমণ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top