🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 Environmental Studies MCQ Chapter 1 পৰিৱেশ শিক্ষা

Class 11 Environmental Studies MCQ Chapter 1 পৰিৱেশ শিক্ষা Solutions, HS 1st year Environmental Studies Multiple Choice Question Answer, Class 11 Environmental Studies MCQ Chapter 1 পৰিৱেশ শিক্ষা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Environmental Studies MCQ Solutions and select needs one.

Class 11 Environmental Studies MCQ Chapter 1 পৰিৱেশ শিক্ষা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Environmental Study Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Environmental Studies Objective Type Solutions for All Subject, You can practice these here.

পৰিৱেশ শিক্ষা

Chapter – 1

MULTIPLE CHOICE QUESTION ANSWER

১। পৰিৱেশ শব্দৰ অৰ্থ কি?

(ক) শক্তিৰ উৎস।

(খ) চাৰিওফালৰ অৱস্থা।

(গ) বায়ু আৰু পানী।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) চাৰিওফালৰ অৱস্থা।

২। পৰিৱেশ শব্দৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?

(ক) ইংৰাজী।

(খ) লেটিন।

(গ) ফৰাছী।

(ঘ) গ্ৰীক।

উত্তৰঃ (গ) ফৰাছী।

৩। নিম্নোক্ত কেইটা উপাদানৰ দ্বাৰা পৰিৱেশ গঠিত হৈছে?

(ক) দুটা।

(খ) চাৰিটা।

(গ) তিনিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) তিনিটা।

৪। কেইটা ভাগত অজৈৱিক অথবা ভৌতিক পৰিৱেশক ভাগ কৰিব পাৰি?

(ক) তিনিটা।

(খ) ছয়টা।

(গ) দুটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) তিনিটা।

৫। কেইটা অংশত পৰিৱেশ বিভক্ত?

(ক) সাতটা।

(খ) পাঁচটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

৬। জীৱৰ বাবে অত্যাৱশ্যকীয় অক্সিজেনৰ উৎস কি?

(ক) ভূমি।

(খ) সাগৰ।

(গ) বায়ুমণ্ডল।

(ঘ) উদ্ভিদ।

উত্তৰঃ (গ) বায়ুমণ্ডল।

৭। বায়ুমণ্ডলক কিমানটা স্তৰত ভাগ কৰিব পাৰি?

(ক) দুটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) সাতটা।

উত্তৰঃ (খ) চাৰিটা।

৮। বায়ুমণ্ডলৰ কোনটো স্তৰত অজ’ন গেছ বিয়পি আছে?

(ক) ট্ৰ’প’স্ফিয়াৰ।

(খ) মেছ’স্ফিয়াৰ।

(গ) এক্স’স্ফিয়াৰ।

(ঘ) স্ট্ৰেট’স্ফিয়াৰ।

উত্তৰঃ (ঘ) স্ট্ৰেট’স্ফিয়াৰ।

৯। পৃথিৱীৰ কিমান শতাংশ ভূভাগ জলমণ্ডলত পৰিবৃত হৈ আছে?

(ক) ৫০ শতাংশ।

(খ) ৬০ শতাংশ।

(গ) ৭১ শতাংশ।

(ঘ) ৮০ শতাংশ।

উত্তৰঃ (গ) ৭১ শতাংশ।

১০। পৃথিৱীৰ কিমান শতাংশ পানী মহাসাগৰ সমূহত আছে?

(ক) ৯৭ শতাংশ।

(খ) ৩৭ শতাংশ।

(গ) ৫০ শতাংশ।

(ঘ) ২০ শতাংশ।

উত্তৰঃ (ক) ৯৭ শতাংশ।

১১। পৃথিৱীৰ প্ৰায় ২০ শতাংশ পানী ক’ত আবদ্ধ হৈ আছে?

(ক) মহাসাগৰত।

(খ) নদীত।

(গ) ভূগৰ্ভৰ তলত।

(ঘ) হ্ৰদত।

উত্তৰঃ (গ) ভূগৰ্ভৰ তলত।

১২। পৃথিৱীৰ নিৰ্মল পানী কিমান শতাংশ পানী মানুহৰ পোনপটীয়াভাৱে ব্যৱহাৰৰ বাবে পোৱা যায়?

(ক) ৫ শতাংশ।

(খ) ৭ শতাংশ।

(গ) ১ শতাংশ।

(ঘ) ৩ শতাংশ।

উত্তৰঃ (গ) ১ শতাংশ।

১৩। পৃথিৱীৰ ভূভাগৰ কিমান নিযুত কিউবিক কিলোমিটাৰ পানীৰে পৰিবৃত?

(ক) ৭০০ নিযুত।

(খ) ৯০০ নিযুত।

(গ) ১০০০ নিযুত।

(ঘ) ১৪০০ নিযুত।

উত্তৰঃ (ঘ) ১৪০০ নিযুত।

১৪। ভূমণ্ডলৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশটো কি?

(ক) হিমবাহ।

(খ) মাটি।

(গ) সাগৰ।

(ঘ) বায়ুমণ্ডল।

উত্তৰঃ (খ) মাটি।

১৫। খনিজ দ্ৰব্য আৰু মাটিৰে গঠিত পৃথিৱীৰ উপৰি ভাগৰ স্তৰক কি বুলি কোৱা হয়?

(ক) লিথ’স্ফিয়াৰ।

(খ) হাইড্ৰ’স্ফিয়াৰ।

(গ) বায়ুমণ্ডল।

(ঘ) জলমণ্ডল।

উত্তৰঃ (ক) লিথ’স্ফিয়াৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top