Class 11 Environmental Studies MCQ Chapter 2 বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা

Class 11 Environmental Studies MCQ Chapter 2 বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা Solutions, HS 1st year Environmental Studies Multiple Choice Question Answer, Class 11 Environmental Studies MCQ Chapter 2 বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Environmental Studies MCQ Solutions and select needs one.

Class 11 Environmental Studies MCQ Chapter 2 বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Environmental Study Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Environmental Studies Objective Type Solutions for All Subject, You can practice these here.

বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা

Chapter – 2

MULTIPLE CHOICE QUESTION ANSWER

১। বাস্তব্য বিদ্যাৰ ইংৰাজী প্রতিশব্দ ‘ইকোলজি’ৰ উৎপত্তি কোনটো শব্দৰ পৰা হৈছে?

(ক) লেটিন।

(খ) গ্ৰীক।

(গ) ফ্ৰেন্স।

(ঘ) ইংৰাজী।

উত্তৰঃ (খ) গ্ৰীক।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ‘ওইকোছ’ (Oikos) শব্দৰ অৰ্থ কি?

(ক) উদ্ভিদ।

(খ) অধ্যয়ন।

(গ) বাসস্থান।

(ঘ) জীৱ-জন্তু।

উত্তৰঃ (গ) বাসস্থান।

৩। ‘লোগোছ’ (Logos) শব্দৰ অৰ্থ কি?

(ক) বাসস্থান।

(খ) জ্ঞান।

(গ) অধ্যয়ন।

(ঘ) উদ্ভিদ।

উত্তৰঃ (গ) অধ্যয়ন।

৪। ‘ইকোলজি’ শব্দটো ইংৰাজীত কেনেকৈ অনুবাদ কৰা হৈছে?

(ক) Biology.

(খ) Ecology.

(গ) Geology.

(ঘ) Sociology.

উত্তৰঃ (খ) Ecology.

৫। বাস্তব্য বিদ্যাৰ ইংৰাজী প্রতিশব্দ কি?

(ক) বায়োলজি।

(খ) জিঅ’লজি।

(গ) ইকোলজি।

(ঘ) এনভায়ৰনমেন্টাল ছাইন্স।

উত্তৰঃ (গ) ইকোলজি।

৬। সেউজ উদ্ভিদসমূহে আহাৰ কোনবোৰ উপাদানৰ পৰা সংগ্ৰহ কৰে?

(ক) মাটি আৰু পানী।

(খ) বায়ু আৰু জলবায়ু।

(গ) সূৰ্য আৰু মাটি।

(ঘ) বায়ু আৰু সূৰ্য।

উত্তৰঃ (ক) মাটি আৰু পানী।

৭। উদ্ভিদৰ পাত, ফল আৰু অন্যান্য অংশ আহাৰ হিচাপে কিহে গ্ৰহণ কৰে?

(ক) সূৰ্য আৰু পানী।

(খ) মাটি আৰু বায়ু।

(গ) চৰাই আৰু হৰিণা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) চৰাই আৰু হৰিণা।

৮। উদ্ভিদ, চৰাই আৰু হৰিণাৰ মৃত্যুৰ পিছত মৃত অৱশেষবোৰ কিহে আহাৰ হিচাপে গ্ৰহণ কৰে?

(ক) মানুহ আৰু জীৱ-জন্তু।।

(খ) নাইট্র’জেন আৰু কাৰ্বন।

(গ) বেক্টেৰিয়া আৰু ফাংগি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) বেক্টেৰিয়া আৰু ফাংগি।

৯। উদ্ভিদ আৰু জীৱৰ মৃত অৱশেষবোৰ শেষত ক’ত মিহলি হৈ যায়?

(ক) পানীত।

(খ) বায়ুমণ্ডলত।

(গ) মাটিত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) মাটিত।

১০। যিকোনো ৰূপৰ প্রাণ কি?

(ক) পদাৰ্থ।

(খ) শক্তি।

(গ) জীৱ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) জীৱ।

১১। নির্দিষ্ট সময়ত একোটা নিৰ্দিষ্ট এলেকাত বসবাস কৰা একেই প্ৰজাতিৰ প্রতিটো প্রাণীক লৈ গঠিত গোটক কি বোলা হয়?

(ক) গোষ্ঠী।

(খ) জনসংখ্যা।

(গ) পৰিৱেশ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) জনসংখ্যা।

১২। বাস্তব্য বিদ্যাৰ ঘাই সক্রিয় গোট কি?

(ক) পৰিস্থিতিতন্ত্র।

(খ) পৰিৱেশ।

(গ) বাস্তুসংস্থাপন।

(ঘ) জীৱবৈচিত্ৰ্য।

উত্তৰঃ (ক) পৰিস্থিতিতন্ত্র।

১৩। পৰিস্থিতিতন্ত্ৰ কেই প্ৰকাৰৰ?

(ক) এক।

(খ) দুই।

(গ) তিনি।

(ঘ) চাৰি।

উত্তৰঃ (খ) দুই।

১৪। প্রাকৃতিক পৰিস্থিতিতন্ত্র কেইভাগত বিভক্ত?

(ক) একভাগত।

(খ) দুভাগত।

(গ) তিনিভাগত।

(ঘ) চাৰিভাগত।

উত্তৰঃ (খ) দুভাগত।

১৫। যিকোনো পৰিস্থিতিতন্ত্রত প্রতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি। ইয়াক কি বুলি গণ্য কৰা হয়?

(ক) খাদ্য শ্ৰেণী।

(খ) পৌষ্টিক স্তৰ।

(গ) উৎপাদক স্তৰ।

(ঘ) শক্তি স্তৰ।

উত্তৰঃ (খ) পৌষ্টিক স্তৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top