Class 9 Science MCQ Chapter 10 মহাকর্ষণ

Class 9 Science MCQ Chapter 10 মহাকর্ষণ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 10 মহাকর্ষণ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 10 মহাকর্ষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 9 Science MCQ Chapter 10 মহাকর্ষণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 10 মহাকর্ষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মহাকর্ষণ

Chapter – 10

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ— 

(a) অপকেন্দ্রীক বল।

(b) অভিকেন্দ্রীক বল।

(c) বিকর্ষণ বল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) অভিকেন্দ্ৰীক বল। 

2. বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰা বলক বোলা হয়

(a) মাধ্যকর্ষণ।

(b) আকর্ষণ।

(c) মহাকর্ষণ।

(d) বিকর্ষণ।

উত্তৰঃ (c) মহাকর্ষণ।

3. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান—

(a) 6.673 × 10¹¹Nm²/kg⁻²

(b) 66.73 ×10⁻¹¹ Nm²kg⁻²

 (c) 66.73 × 10⁻¹¹ Nm²kg⁻²

(d) 6.673 × 10⁻¹¹ Nm²kg⁻²

উত্তৰঃ  (d) 6.673 × 10⁻¹¹ Nm²kg⁻² 

4. 10kg ভৰৰ বস্তু এটাৰ পৃথিৱীত ওজন—

(a) 9.8 N

(b) 980 N

(c) 98 N

(d) 0.98 N

উত্তৰঃ (c) 0.98 N

5. ভূ-পৃষ্ঠত 10 N ওজনৰ বস্তু এটাৰ চন্দ্ৰ পৃষ্ঠাত ওজন হ’ব—

(a) 1.67N

(b) 16.7 N

(c) 167 N 

(d) 0.167 N

উত্তৰঃ (a) 1.67 N

6. চাপৰ এচ আই একক হ’ল—

(a) Nm

(b) পাস্কেল

(c) Nm⁻¹

(d) N

উত্তৰঃ (b) পাস্কেল। 

7. চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূ-পৃষ্ঠৰ ওজনৰ—

(a) 1 / 3 অংশ।

(b) 1 / 4  অংশ ।

(c) 1 / 5 অংশ।

(d) 1 / 6 অংশ।

উত্তৰঃ (d) 1 অংশ।

8. পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষনিক ত্বৰণৰ মান হ’ব—

(a) শূন্য।

(b) সর্বাধিক।

(c) অসীম।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) শূন্য।

9. যিকোনো এটা বস্তুক পৃথিৱীয়ে নিজ কেন্দ্ৰৰ ফালে যিমান বলৰে আকৰ্ষণ কৰে সেই বলক বস্তুটোৰ _____বোলে

(a) ভৰ।

(b) মহাকর্ষণ।

(c) ওজন। 

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (c) ওজন। 

10. ঘনত্বৰ এচ. আই একক কি?

(a) Kgm⁻³

(b) Kgm⁻²

(c) Kgm

(d) Kg

উত্তৰঃ (a) Kgm⁻³

11. তলৰ কোনটো ওজনৰ এচ. আই. একক?

(a) মিটাৰ।

(b) নিউটন।

(c) কিলোগ্রাম।

(d) পাস্কেল।

উত্তৰঃ (b) নিউটন।

12. পৃথিৱীত 30kgভৰৰ বস্তু এটাৰ চন্দ্ৰত ভৰ হ’ব—

(a) 5kg

(b) 30kg

(c) 15kg

(d) 60kg

উত্তৰঃ (b) 30kg

13. মাধ্যাকৰ্ষনিক ত্বৰনৰ মান মেৰু অঞ্চলত হয়।

(a) কম।

(b) সর্বাধিক।

(c) আধা।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) সর্বাধিক।

14. বৃত্তৰ এডাল স্পৰ্শকে বৃত্তটোৰ মিলিত হয় কেৱল—

(a) দুটা বিন্দুত। 

(b) তিনিটা বিন্দুত।

(c) চাৰিটা বিন্দুত। 

(d) এটা বিন্দুত।

উত্তৰঃ (d) এটা বিন্দুত।

15. পৃথিৱীৰ মহাকৰ্ষনিক বলেই হৈছে বস্তুৰ—

(a) ভৰ।

(b) ত্বৰণ।

(c) ওজন।

(d) দ্রুত।

উত্তৰঃ (c) ওজন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top