Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি Question Answer can be of great value to excel in the examination.
SEBA Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি
SEBA Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
কাৰ্য্য আৰু শক্তি
Chapter – 11
Multiple Choice Questions & Answers
বহুবিকল্প বাছনি প্রশ্নোত্তৰ:
1. যদি কোনো এটা বস্তুৰ ওপৰত বল প্রয়োগ কৰাৰ ফলত বস্তুটোৰ সৰন সংঘটিত নহ’ল তেনেহ’লে সম্পাদিত কাৰ্য হ’ব—
(a) আধা।
(b) দুগুণ।
(c) শূন্য।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) শূন্য।
2. কাৰ্যৰ একক হ’ল—
(a) Nm বা জুল
(b) kgm
(c) kgms⁻¹
(d) kg
উত্তৰঃ (a) Nm বা জুল।
3. বস্তু এটাৰ ওপৰত 0.5 বল প্রয়োগ কৰাত বলৰ দিশত বস্তুটোৰ সৰন 2m হ’ল। তেন্তে কার্য হ’ব—
(a) 10 J
(b) 1 J
(c) 0.1 J
(d) 100 J
উত্তৰঃ (b) 1 J
4. বস্তু এটাৰ গতি শক্তি নিৰ্ভৰ কৰে—
(a) কেৱল ইয়াৰ ভৰৰ ওপৰত।
(b) কেৱল ইয়াৰ বেগৰ ওপৰত।
(c) ভৰ বা বেগৰ ওপৰত নিৰ্ভৰ নকৰে।
(d) ভৰ আৰু বেগ দুয়োটাৰ ওপৰত।
উত্তৰঃ (d) ভৰ আৰু বেগ দুয়োটাৰ ওপৰত।
5. 6kg ভৰৰ বস্তু এটাই 2ms⁻¹ বেগত গতি কৰিলে ইয়াৰ গতি শক্তি হ’ব—
(a) 6 J
(b) 9 J
(c) 12 J
(d) 15 J
উত্তৰঃ (c) 12 J
6. কোনো এটা বস্তুৰ ভৰ দুগুণ কৰিলে ইয়াৰ গতিশক্তি হ’ব—
(a) দুগুণ।
(b) তিনিগুণ।
(c) চাৰি গুণ।
(d) আধা।
উত্তৰঃ (a) দুগুণ।
7. 0.5kg ভৰৰ এটা 2m উচ্চতাৰ পৰা মাটিত পৰিবলৈ দিয়া হ’ল। বস্তুটোৱে লাভ কৰা গতি শক্তি হ’ল—
(a) 9.8N
(b) 196.6N
(c) 196.6N
(d) 9.8N
উত্তৰঃ (d) 9.8N
8. এজন মানুহে গধুৰ বস্তু এটা লৈ ওপৰলৈ উঠিছে মানুহজনে সম্পাদন কৰা কাৰ্য্য হ’ব—
(a) ধনাত্মক।
(b) ঋণাত্মক।
(d) ওপৰৰ এটাও নহয়।
(c) শূন্য।
উত্তৰঃ (a) ধনাত্মক।
9. m ভৰৰ বস্তু এটাৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান শূন্য হ’লে কাৰ্য্য হ’ব—
(a) দুগুণ।
(b) আধা।
(c) শূন্য।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) শূন্য।
10. কোনো এটা বস্তু ওপৰলৈ পঠিয়ালে বস্তুটোৰ গতি শক্তি–
(a) একে থাকে।
(b) বৃদ্ধি পায়।
(c) হ্রাস পায়।
(d) দুগুণ হয়।
উত্তৰঃ (c) হ্রাস পায়।
11. সমান ভৰৰ বস্তু দুটা ক্ৰমে 2h আৰু 6h উচ্চতাত ৰখা হৈছে ইহঁতৰ স্থিতি শক্তিৰ অনুপাত হ’ব—
(a) 3 : 1
(b) 1 : 3
(c) 1 : 9
(d) 9 : 1
উত্তৰঃ (b) 1 : 3
12. কোনো এটা বস্তু ওপৰৰ পৰা তলত সৰি পৰিলে বস্তুটোৰ স্থিতি—
(a) বৃদ্ধি পায়।
(b) একে থাকে।
(c) দুগুণ হয়।
(d) হ্রাস পায়।
উত্তৰঃ (d) হ্রাস পায়।
13. এক কিলোৱাট ঘণ্টাক জুলত প্ৰকাশ কৰিলে হ’ব—
(a) 36 × 10⁶J
(b).36×10⁶J
(c) 3.6×10⁶J
(d) 36 × 10⁻⁶J
উত্তৰঃ (c) 3.6×10⁶J
14. বৃত্তাকাৰ পথত গতি কৰা বস্তু এটাই সম্পাদিত কৰা কাৰ্যৰ পৰিমাণ—
(a) 1 J
(b) 2 J
(c) 3 J
(d) 0
উত্তৰঃ (d) 0
15. এটা বস্তুৱে 5 চেকেণ্ডত 15 জুল কাৰ্য্য সম্পাদন কৰে ইয়াৰ ক্ষমতা হ’ব—
(a) 30W
(b) 3W
(c) 0.3W
(d) 30W
উত্তৰঃ (b) 3W

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


