Class 9 Science MCQ Chapter 15 খাদ্য সম্পদৰ উৎকর্ষ সাধন

Class 9 Science MCQ Chapter 15 খাদ্য সম্পদৰ উৎকর্ষ সাধন, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 15 খাদ্য সম্পদৰ উৎকর্ষ সাধন Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 15 খাদ্য সম্পদৰ উৎকর্ষ সাধন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 9 Science MCQ Chapter 15 খাদ্য সম্পদৰ উৎকর্ষ সাধন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 15 খাদ্য সম্পদৰ উৎকর্ষ সাধন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

খাদ্য সম্পদৰ উৎকর্ষ সাধন

Chapter – 15

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. তলৰ কোনখিনি সময়ৰ ভিতৰত কৰা কৃষিক খাৰিফ শস্য বোলা হয়—

(a) জুলাই মাহৰ পৰা নবেম্বৰৰ ভিতৰত।

(b) জুন মাহৰ পৰা অক্টোবৰৰ ভিতৰত।

(c) জুন মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰত

উত্তৰঃ (b) জুন মাহৰ পৰা অক্টোবৰৰ ভিতৰত।

2. উদ্ভিদৰ বাবে প্ৰায়ে_____ বিধ অনুপোষকৰ  প্রয়োজন—

(a) 13

(b) 26

(c) 16

(d) 6

উত্তৰঃ (c) 16

16 তলৰ কোনবিধ মৌল উদ্ভিদক অতি আৱশ্যক? 

(a) ছ’ড়িয়াম।

(b) পটেছিয়াম।

(c) কেলিছিয়াম।

(d) নাইট্ৰ’জেন।

উত্তৰঃ (d) নাইট্ৰজেন।

4. কৃষিভূমিত উৎপন্ন হোৱা অবাঞ্চিত উদ্ভিদক কোৱা হয়—

(a) সহজীৱি।

(b) অপতৃণ।

(c) ঘাঁহ।

(d) নল খাগৰি।

উত্তৰঃ (d) নল খাগৰি।

5. একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ সঁচৰ মাজত

হোৱা প্ৰজননক—

(a) অন্ত প্রজাতি।

(b) আন্তঃপ্রজাতি।

(c) (a) আৰু (b) দুয়োটাই।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) আন্তঃ প্রজাতি।

6. উদ্ভিদৰ মুখ্য অনপোষক _____হ’ল।

(a) 6 বিধ।

(b) 17 বিধ।

(c) 16 বিধ।

(d) 13 বিধ।

উত্তৰঃ (a) 6 বিধ।

7. তলৰ কোনবিধ উদ্ভিদৰ পৰা আহ প্ৰস্তুত কৰা হয় ?

(a) সৰিয়হ।

(b) তিল।

(c) মৰাপাট।

(d) চীনা বাদাম।

উত্তৰঃ (c) মৰাপাট।

8. মাটিৰ গুণাগুণ নষ্ট হোৱাৰ কাৰণ হ’ল—

(a) অধিক পৰিমাণে অবৈজ্ঞানিকভাবে সাৰ প্রয়োগ কৰা।

(b) অধিক পৰিমাণে কীটনাশক আৰু অপতৃণ নাশক ব্যৱহাৰ কৰা।

(c) অত্যাধিক মাটি চহ কৰা।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

9. তলৰ কোনবিধ উদ্ভিদত সেউজ সাৰ হিচাবে খেতি কৰা হয়?

(a) ধান গছ।

(b) ছান হেম্ন।

(c) মাকৈ।

(d) তামোল।

উত্তৰঃ‌ (b) ছান হেম্ন।

10. তলৰ কোনটো থলুৱা গো-প্ৰজাতি— 

(a) ৰেড চিন্ধি।

(b) জাচি।

(c) ব্রাউন চুইচ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) ৰেড চিন্ধি।

11. অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি হ’ল—

(a) শস্যৱর্তন।

(b) সময়মতে বীজ সিঁচা।

(c) অন্তর্বর্তী কৃষি প্ৰণালী।

(d) (a), (b) আৰু (c) তিনিওটা।

উত্তৰঃ (d) (a), (b) আৰু (c) তিনিওটা।

12. ভাৰতীয় গো প্ৰজাতিৰ বৈজ্ঞানিক নাম হ’ল— 

(a) বচ বোবেলিচ।

(b) বচ ইণ্ডিকাচ।

(c) পেন্থেৰা টাইগ্ৰিছ।

(d) পেন্থেৰা লিঅ’।

উত্তৰঃ (b) বচ ইণ্ডিকাচ।

13. পুখুৰী আৰু কৃত্রিম জলাশয়ত মাছ পোহা আৰু প্রজনন ঘটোৱাক কোৱা হয়।

(a) মীন সংগ্রহ।

(b) মাছ সংৰক্ষণ।

(c) একুৱা কালচাৰ।

(d) মীন পালন।

উত্তৰঃ (d) মীন পালন।

14. শ্বেত বিপ্লবৰ উদ্দেশ্য হ’ল—

(a) আমাৰ চাহিদা অনুযায়ী দুগ্ধ উভয় নদী কৰা। 

(b) আমাৰ চাহিদা অনুযায়ী কণীৰ উৎপাদন বৃদ্ধি

কৰা।

(c) আমাৰ চাহিদা অনুযায়ী শস্যৰ উৎপাদন বৃদ্ধি কৰা।

(d) আমাৰ চাহিদা অনুযায়ী মাছৰ উৎপাদন বৃদ্ধি কৰা।

উত্তৰঃ‌ (a) আমাৰ চাহিদা অনুযায়ী দুগ্ধ উভয় নদী কৰা। 

15. ঘেহু‚ ধান‚ গোমধান আদিয়ে আমাক যোগান ধৰে—

(a) প্রটিন।

(b) কার্বহাইড্রেট। 

(c) স্নেহ।

(d) ভিটামিন।

উত্তৰঃ (b) কার্বহাইড্রেট।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top