Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ Question Answer can be of great value to excel in the examination.
SEBA Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ
SEBA Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
বল আৰু গতি বিষয়ক সূত্ৰসমূহ
Chapter – 9
Multiple Choice Questions & Answers
বহুবিকল্প বাছনি প্রশ্নোত্তৰ:
1. তলৰ কোনটোৱে বস্তু এটাৰ আকাৰ আৰু আয়তন সলন কৰিব পাৰে?
(a) ভৰে।
(b) বেগে।
(c) বলে।
(d) চাপে।
উত্তৰঃ (d) চাপে।
2. বস্তুৰ গতি ত্বৰিত কৰিবলৈ প্ৰয়োজন—
(a) সন্তুলিত বলৰ।
(b) অসন্তুলিত বলৰ।
(c) বেগৰ।
(d) ভৰ বেগৰ।
উত্তৰঃ (b) অসন্তুলিত বলৰ।
3. ভৰ বেগৰ এচ আই একক হ’ল—
(a) kgᵐˢ⁻¹
(b) kgᵐˢ⁻²
(c) kgˢ⁻¹
(d) kgˢ⁻¹
উত্তৰঃ (a) kgᵐˢ⁻¹ ।
4. নিউটনৰ গতি বিষয়ৰ কোনটো সুত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয়—
(a) প্রথম।
(b) দ্বিতীয়।
(c) তৃতীয়।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) প্রথম।
5. 5kg ভৰবিশিষ্ট বন্ধ এটা 4mˢ⁻¹ ত্বৰণ উৎপন্ন কৰিবলৈ লগা বল—
(a) 2.0 N
(b) 20 N
(c) 0.2 N
(d) 4 N
উত্তৰঃ (b) 20 N
6. 100 ভৰৰ বস্তু এটা 10mˢ⁻¹ বেগেৰে গতি কৰি ইয়াৰে ভৰবেগ হ’ব—
(a) 100kgmˢ⁻¹
(b) 1kgmˢ⁻¹
(c) 10kgmˢ⁻¹
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) 1kgmˢ⁻¹
7. 15kg ভৰৰ বস্তু এটাৰ বেগ 15ms⁻¹ ৰ পৰা 20mˢ⁻¹ বৃদ্ধি হ’লে‚ভৰ বেগৰ বৃদ্ধি হ’ব—
(a) 75kgmˢ⁻¹
(b) শূন্য
(c) 7.5kgmˢ⁻¹
(d) 150kgmˢ⁻¹
উত্তৰঃ (c) 7.5kgmˢ⁻¹
8. 20N বলে 4kg ভৰৰ বস্তু এটাত ক্ৰিয়া কৰি সৃষ্টি কৰা ত্বৰণৰ মান হ’ব—
(a) 80mˢ⁻²
(b) 5mˢ⁻²
(c) 0.5mˢ⁻²
(d) 0.8m²
উত্তৰঃ (b) 5mˢ⁻²
9. ভৰ হৈছে_____ মাপ।
(a) গতিৰ।
(c) গতি বেগৰ।
(b) বেগৰ।
(d) জড়তাৰ।
উত্তৰঃ (d) জড়তাৰ।
10. বস্তু এটাৰ ত্বৰিত হ’লে ইয়াৰ_____
(a) বেগ বাঢ়ে।
(b) দ্রুতি বাঢ়ে।
(c) ওপৰত এটা বলে সদায় ক্ৰিয়া কৰে ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) ওপৰত এটা বলে সদায় ক্ৰিয়া কৰে।
11. গৈ থকা বাছ এখন হঠাৎ ৰৈ গ’লে থিয় হৈ থকা মানুহ এজন আগফালে হালি যায়। এয়া নিউটনৰ_____ ৰ উদাহৰণ
(a) গতি বিষয়ক প্রথম সূত্র।
(b) গতি বিষয়ক দ্বিতীয় সূত্র।
(c) গতি বিষয়ক তৃতীয় সুত্র।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) গতি বিষয়ক প্রথম সূত্র।
12. বলৰ SI একক হৈছে_____
(a) Kgms⁻¹
(b) N
(c) Kgm
(d) Kgms⁻³
উত্তৰঃ (b) N
13. IN বল তলৰ কোনটোৰ সমান_____
(a) 1kg × 1ms⁻¹
(b) 1kg × 1ms⁻²
(c) 1kg × 1m
(d) 1kg × 1m⁻¹
উত্তৰঃ (b) 1kg × 1ms⁻²
14. ৰকেটৰ গতি‚নিউটনৰ গতি বিষয়ক কোনটো সূত্ৰৰ উদাহৰণ_____
(a) গতি বিষয়ক প্রথম সূত্র।
(b) গতি বিষয়ক দ্বিতীয় সুত্র।
(c) গতি বিষয়ক তৃতীয় সূত্র।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) গতি বিষয়ক তৃতীয় সূত্র।
15. বল এটা সম্পূৰ্ণ ৰূপে প্ৰকাশ কৰিব পাৰি______
(a) ইয়াৰ মান আৰু দিশৰ দ্বাৰা।
(b) ইয়াৰ দিশৰ দ্বাৰা।
(c) ইয়াৰ মানৰদ্বাৰা।
(d) (a) আৰু (c)।
উত্তৰঃ (a) ইয়াৰ মান আৰু দিশৰ দ্বাৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


