🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Science MCQ Chapter 8 গতি

Class 9 Science MCQ Chapter 8 গতি, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 8 গতি Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 8 গতি

SEBA Class 9 Science MCQ Chapter 8 গতি Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 8 গতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

গতি

Chapter – 8

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. বস্তু এটাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্বক বোলা হয়—

(a) ত্বৰণ।

(b) সৰণ।

(c) বেগ।

(d) দ্রুতি।

উত্তৰঃ  (b) সৰণ।

2. দ্ৰুতি আৰু বেগৰ S.I একক হৈছে—

(a) m/s²

(b) c.m/s²

(c) m/s

(d) cm/s

উত্তৰঃ (c) m/s.

3. মটৰ গাড়ীৰ অড’মিটাৰেৰে কি জোখে? 

(a) ত্বৰণ।

(b) দ্রুতি।

(c) অতিক্ৰম কৰা দূৰত্ব।

(d) বেগ।

উত্তৰঃ (c) অতিক্ৰম কৰা দূৰত্ব।

4. যদি এটা বস্তুৱে সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্ব-সময় লেখ এডাল হ’ব—

(a) সৰল ৰেখা।

(b) বক্ৰ ৰেখা।

(c) বৃত্ত।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) সৰল ৰেখা।

5. বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখক বোলা হয়—

(a)‌ দ্রুতি।

(b) বেগ।

(c) ত্বৰণ।

(d) মন্থৰন।

উত্তৰঃ (c) ত্বৰণ।

6. এজন গাড়ীচালকে গাড়ীখন পূবে 60 km পশ্চিমে 30 km দূৰত্ব অতিক্ৰম কৰিছে। গাড়ীখনৰ সৰন হ’ব—

(a) 60km

(b) 30km

(c) 9km

(d) 45km

উত্তৰঃ  (b) 30km ।

7. 60km/h দ্ৰুতিৰে গতি কৰা গাড়ী এখনে মিনিটত অতিক্ৰম কৰা দুৰত্ব হ’ব—

(a) 20km

(b) 30km

(c) 45km

(d) 15km

উত্তৰঃ (b) 30km ।

8. ত্বৰণৰ SI একক

(a) m/s²

(b) cm/s²

(c) m/s

(d) cm/s

উত্তৰঃ  (b) m/s² ।

9. যদি দূৰত্ব সময় লেখ এখন সৰল ৰেখা হয় তেন্তে বন্ধটোৰ দ্রুতি হ’ব—

(a) বিষম।

(b) সুষম।

(c) (a) আৰু (b) দুয়োটা।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) সুষম।

10. বেগ হ’ল—

(a) স্কেলাৰ ৰাশি।

(b) ভেক্টৰও নহয় স্কেলাৰও নহয়।

(c) ভেক্টৰ ৰাশি।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (c) ভেক্টৰ ৰাশি।

11. গতিশীল বস্তু এটাৰ সৰল শূন্য যেতিয়া গতিশীল বস্তুটোৰ—

(a) প্ৰাৰম্ভিক বিন্দু ভিন্ন হয়।

(b) অস্তিম বিন্দু ভিন্ন হয়।

(c) প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু বেলেগ

বেলেগ হয়।

(d) প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটা হয়। 

উত্তৰঃ (d) প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটা হয়।

12. 36 km/h দ্রুতি তলৰ কোনটোৰ সমান।

(a) 15m/s

(b) 15m/s

(c) 10m/s

(d) 20m/s

উত্তৰঃ (c) 10m/s

13. তলৰ কোনটো এটা সুষম বৃত্তিয় গতি— 

(a) ক্ৰিকেট বল এটাৰ গতি।

(b) এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ ৰেলগাড়ী এখনৰ গতি।

(c) ফুটবল খেলুৱৈ এজনে ফুটবলটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ ফলত লাভ কৰা গতি।

(d) বৃত্তীয় কক্ষ পথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি।

উত্তৰঃ (d) বৃত্তীয় কক্ষ পথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি।

14. গতিশীল বস্তু এটাৰ বেগৰ হ্ৰাসৰ হাৰক____ হয়—

(a) ত্বৰণ।

(b) দ্রুতি।

(c) মন্থৰন।

(d) বেগ।

উত্তৰঃ (c) মন্থন।

15. কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা সৰণৰ পৰিবৰ্তনক বোলা হয়—

(a) মন্থৰন।

(b) দ্রুতি।

(c) বেগ।

(d) ভৰ বেগ।

উত্তৰঃ (c) ভৰবেগ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top