⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Assamese Additional Chapter 4 জাগা জননীৰ সন্তান

Class 8 Assamese Additional Chapter 4 জাগা জননীৰ সন্তান Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 4 জাগা জননীৰ সন্তান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

জাগা জননীৰ সন্তান

Chapter – 4

ADDITIONAL QUESTION ANSWER

১। কবিতাটিত কেনেকৈ জয়জিনি আনিবলৈ কোৱা হৈছে?

উত্তৰঃ দুৰ্জ্জয় অভিযানেৰে।

২। কি কথা মনত পেলালে দুৰ্নিবাৰ হবা বুলি কৈছে?

উত্তৰঃ শক্তিগায়ত্ৰী।

৩। আপোন পাহৰা দুৰ্ম্মদ বীৰ বুলি কবিতাটি কাক কোৱা হৈছে?

উত্তৰঃ অজেয় নৱ-জোৱানক।

৪। জাগা জননীৰ সন্তান কবিতাটোৰ কবিগৰাকী কোন আছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা।

৫। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯০৩ চনত।

৬। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মত্যু কিমান চনত হৈছিল?

উত্তৰঃ ১৯৫১ চনত।

৭। প্ৰথম অসমীয়া বোলছবি কোনে নিৰ্মান কৰিছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা।

৮। প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?

উত্তৰঃ জয়মতী।

৯। শোণিতককুৱৰী নাট কোনে ৰচনা কৰিছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা।

১০। জ্যোতিপ্ৰসাদ আগৰৱালাই কেইবছৰ বয়সত শোণিতকঁৱৰী নাট ৰচনা কৰিছিল?

উত্তৰঃ ১৪ বছৰ বয়সত।

১১। ‘জয়মতী’ কোনে নিৰ্মান কৰিছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা।

১২। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা এখন নাটৰ নাম লিখা?

উত্তৰঃ ‘কাৰেঙৰ লিগিৰী’।

১৩। ‘নিমাতী কইনা’ কাৰ ৰচক?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

১৪। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন  নাটৰ নাম লিখা?

উত্তৰঃ শোণিতকুৱৰী আৰু ৰূপালীম।

১৫। ‘লভিতা’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top