Class 8 Assamese Additional Chapter 1 নিয়ৰ Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.
Class 8 Assamese Additional Chapter 1 নিয়ৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.
নিয়ৰ
Chapter – 1
| ADDITIONAL QUESTION ANSWER |
১। নিয়ৰ কবিতাটিত কবিয়ে সৰগত টোপনি যোৱা বুলি কিহক কোৱা হৈছে?
উত্তৰঃ নিশাৰ তৰা।
২। ফুল জুপি কিহেৰে শোভাৰ কথা কোৱা হৈছে?
উত্তৰঃ নিয়ৰৰে।
৩। কবিয়ে কিহে ফুলৰ পাহি জোকাৰি পেলোৱাৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ বায়ুৱে।
৪। ‘ফটিক’ শব্দটোৰ অৰ্থ কি?
উত্তৰঃ নিৰ্মল বা স্বচছ।
৫। নিয়ৰ কবিতাটিৰ কবিগৰাকী নাম কি আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।
৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিৰ নাম কি?
উত্তৰঃ প্ৰতিমা।
৭। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।
৮। চন্দ্ৰকুমাৰ আগৰৱালাৰ তিনিখন কবিতা পুথিৰ নাম লিখা?
উত্তৰঃ প্ৰতিমা, বীণ ব’ৰাগী আৰু চন্দ্ৰামৃত।
৯। ‘প্ৰতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয়?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।
১০। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ ১৮৬৭ চনত।
১১। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ ১৯৩৮ চনত।
১২। ‘জোনাকীৰ ত্ৰিমূৰ্তি’ বুলি কাক কাক জনা যায়?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

