Class 6 Social Science MCQ Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.
Class 6 Social Science MCQ Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.
কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter – 9
SOCIAL SCIENCE
MULTIPLE CHOICE QUESTION ANSWER
(১) অতীতকালৰ কথা গ্ৰহণযোগ্য ভাৱে জানিব পৰা একমাত্ৰ মাধ্যম হ’ল –
(ক) সাহিত্য
(খ) বুৰঞ্জী
(গ) ইতিহাস
(ঘ) ৰাজনৈতিক
উত্তৰ:- (গ) ইতিহাস
(২) প্ৰাচীন কালৰপৰা বৰ্তমানলৈক পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱালি হ’ল –
(ক) আখ্যানৰ মূল বিষয়বস্তু
(খ) ইতিহাসৰ মূল বিষয়বস্তু
(গ) সাধুকথাৰ মূল বিষয়বস্তু
(ঘ) এটাও নহয়
উত্তৰ:- (খ) ইতিহাসৰ মূল বিষয়বস্তু।
(৩) মানুহে আৰম্ভণিতে কথা বিলাক কিহঁত লিখিছিল?
(ক) শিলৰ খোদিত
(খ) পাতত
(গ) কাগজত
(ঘ) বাছনত
উত্তৰ:- (ক) শিলৰ খোদিত।
(৪) পুৰণি ভাৰতত বহু পুথি কি ভাষাত হৈছিল?
(ক) ইংৰাজী ভাষা
(খ) পালি ভাষা
(গ) সংস্কৃত ভাষা
(ঘ) হিন্দী ভাষা
উত্তৰ:- (গ) সংস্কৃত ভাষা।
(৫) পুৰণি কালত অধিক সংখ্যক মানুহে কি ভাষা বুজি পাইছিল বা ক’ব পাৰিছিল ?
(ক) পালি ভাষা
(খ) প্ৰাকৃত ভাষা
(গ) অসমীয়া ভাষা
(ঘ) হিন্দী ভাষা
উত্তৰ:- (খ) প্ৰাকৃত ভাষা।
(৬) অতীত কালত আমাৰ দেশত তামৰ ফলিত ৰজা – মহাৰজাই কিছু কথা লিখুৱাইছিল।এনে লেখাবোৰক কি বোলে?
(ক) প্ৰাচীন লিপি
(খ) তামৰ লিপি
(গ) এটাও নহয়
(ঘ) ক আৰু খ দুটা
উত্তৰ:- (খ) তামৰ লিপি।
(৭) প্ৰাচীন সামগ্ৰী অধ্যয়ন কৰা লোকক কি বোলে?
(ক) প্ৰত্নতত্ত্ববিদ
(খ) প্ৰাচীনতমবিদ
(গ) প্ৰাচীন অধ্যন
(ঘ) এটাও নহয়
উত্তৰ:- (ক) প্ৰত্নতত্ত্ববিদ।
(৮) বেদ কেইখন ?
(ক) ৫ খন
(খ) ৩ খন
(গ) ৪ খন
(ঘ) ৬ খন
উত্তৰ:- (গ) ৪ খন।
(৯) বেদৰ লগত জড়িত পদ্যত লিখা ধাৰাভাস্য বা টিপ্পনি হ’ল –
(ক) সামবেদ
(খ) ব্ৰাহ্মণ্য সাহিত্য
(গ) সাহিত্য
(ঘ) এটাও নহয়
উত্তৰ:- (খ) ব্ৰাহ্মণ্য সাহিত্য।
(১০) আৰ্য্য সকলৰ সাংস্কৃতিক আৰু ধৰ্মীয় জীৱনধাৰাৰ বিষয়ে আৰু নীতিসম্পৰ্কীয় গ্ৰন্থক কি বোলে?
(ক) বেদ
(খ) উপনিষদ
(গ) পুৰাণ
(ঘ) সাহিত্য
উত্তৰ:- (খ) উপনিষদ।
(১১) ইতিহাস আৰু সাধুকথা একে হয়নে?
(ক) হয়
(খ) নহয়
(গ) হবও পাৰে
(ঘ) এটাও নহয়
উত্তৰ:- (খ) নহয়।
(১২) ইতিহাসত আৰু বুৰঞ্জী একে হয়নে?
(ক) হয়
(খ) নহয়
(গ) হবও পাৰে
(ঘ) এটাও নহয়
উত্তৰ:- (খ) নহয়।
(১৩) ৰজা মহাৰজাৰ আৰু সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ ক’ত পোৱা যায়?
(ক) বুৰঞ্জীত
(খ) বেদত
(গ) সাহিত্যত
(ঘ) ৰাজনৈতিকত
উত্তৰ:- (ক) বুৰঞ্জীত।
(১৪) খৃষ্টপূৰ্ব বুলি কেতিয়া গণনা কৰা হয়?
(ক) যিশুখ্ৰীষ্টৰ জন্মৰ পাছত
(খ) যিশুখ্ৰীষ্টৰ জন্মৰ আগত
(গ) ক আৰু খ দুটা
(ঘ) এটাও নহয়
উত্তৰ:- (খ) যিশুখ্ৰীষ্টৰ জন্মৰ আগত।
(১৫) প্ৰাচীন মুদ্ৰা আন এক কি হয়?
(ক) ঐতিহাসিক সমল
(খ) তামৰ লিপি
(গ) মুদ্ৰা সমল
(ঘ) এটাও নহয়
উত্তৰ:- (ক) ঐতিহাসিক সমল।