Class 6 Social Science MCQ Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.
Class 6 Social Science MCQ Chapter 9 কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.
কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter – 9
SOCIAL SCIENCE
MULTIPLE CHOICE QUESTION ANSWER
(১) অতীতকালৰ কথা গ্ৰহণযোগ্য ভাৱে জানিব পৰা একমাত্ৰ মাধ্যম হ’ল –
(ক) সাহিত্য
(খ) বুৰঞ্জী
(গ) ইতিহাস
(ঘ) ৰাজনৈতিক
উত্তৰ:- (গ) ইতিহাস
(২) প্ৰাচীন কালৰপৰা বৰ্তমানলৈক পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱালি হ’ল –
(ক) আখ্যানৰ মূল বিষয়বস্তু
(খ) ইতিহাসৰ মূল বিষয়বস্তু
(গ) সাধুকথাৰ মূল বিষয়বস্তু
(ঘ) এটাও নহয়
উত্তৰ:- (খ) ইতিহাসৰ মূল বিষয়বস্তু।
(৩) মানুহে আৰম্ভণিতে কথা বিলাক কিহঁত লিখিছিল?
(ক) শিলৰ খোদিত
(খ) পাতত
(গ) কাগজত
(ঘ) বাছনত
উত্তৰ:- (ক) শিলৰ খোদিত।
(৪) পুৰণি ভাৰতত বহু পুথি কি ভাষাত হৈছিল?
(ক) ইংৰাজী ভাষা
(খ) পালি ভাষা
(গ) সংস্কৃত ভাষা
(ঘ) হিন্দী ভাষা
উত্তৰ:- (গ) সংস্কৃত ভাষা।
(৫) পুৰণি কালত অধিক সংখ্যক মানুহে কি ভাষা বুজি পাইছিল বা ক’ব পাৰিছিল ?
(ক) পালি ভাষা
(খ) প্ৰাকৃত ভাষা
(গ) অসমীয়া ভাষা
(ঘ) হিন্দী ভাষা
উত্তৰ:- (খ) প্ৰাকৃত ভাষা।
(৬) অতীত কালত আমাৰ দেশত তামৰ ফলিত ৰজা – মহাৰজাই কিছু কথা লিখুৱাইছিল।এনে লেখাবোৰক কি বোলে?
(ক) প্ৰাচীন লিপি
(খ) তামৰ লিপি
(গ) এটাও নহয়
(ঘ) ক আৰু খ দুটা
উত্তৰ:- (খ) তামৰ লিপি।
(৭) প্ৰাচীন সামগ্ৰী অধ্যয়ন কৰা লোকক কি বোলে?
(ক) প্ৰত্নতত্ত্ববিদ
(খ) প্ৰাচীনতমবিদ
(গ) প্ৰাচীন অধ্যন
(ঘ) এটাও নহয়
উত্তৰ:- (ক) প্ৰত্নতত্ত্ববিদ।
(৮) বেদ কেইখন ?
(ক) ৫ খন
(খ) ৩ খন
(গ) ৪ খন
(ঘ) ৬ খন
উত্তৰ:- (গ) ৪ খন।
(৯) বেদৰ লগত জড়িত পদ্যত লিখা ধাৰাভাস্য বা টিপ্পনি হ’ল –
(ক) সামবেদ
(খ) ব্ৰাহ্মণ্য সাহিত্য
(গ) সাহিত্য
(ঘ) এটাও নহয়
উত্তৰ:- (খ) ব্ৰাহ্মণ্য সাহিত্য।
(১০) আৰ্য্য সকলৰ সাংস্কৃতিক আৰু ধৰ্মীয় জীৱনধাৰাৰ বিষয়ে আৰু নীতিসম্পৰ্কীয় গ্ৰন্থক কি বোলে?
(ক) বেদ
(খ) উপনিষদ
(গ) পুৰাণ
(ঘ) সাহিত্য
উত্তৰ:- (খ) উপনিষদ।
(১১) ইতিহাস আৰু সাধুকথা একে হয়নে?
(ক) হয়
(খ) নহয়
(গ) হবও পাৰে
(ঘ) এটাও নহয়
উত্তৰ:- (খ) নহয়।
(১২) ইতিহাসত আৰু বুৰঞ্জী একে হয়নে?
(ক) হয়
(খ) নহয়
(গ) হবও পাৰে
(ঘ) এটাও নহয়
উত্তৰ:- (খ) নহয়।
(১৩) ৰজা মহাৰজাৰ আৰু সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ ক’ত পোৱা যায়?
(ক) বুৰঞ্জীত
(খ) বেদত
(গ) সাহিত্যত
(ঘ) ৰাজনৈতিকত
উত্তৰ:- (ক) বুৰঞ্জীত।
(১৪) খৃষ্টপূৰ্ব বুলি কেতিয়া গণনা কৰা হয়?
(ক) যিশুখ্ৰীষ্টৰ জন্মৰ পাছত
(খ) যিশুখ্ৰীষ্টৰ জন্মৰ আগত
(গ) ক আৰু খ দুটা
(ঘ) এটাও নহয়
উত্তৰ:- (খ) যিশুখ্ৰীষ্টৰ জন্মৰ আগত।
(১৫) প্ৰাচীন মুদ্ৰা আন এক কি হয়?
(ক) ঐতিহাসিক সমল
(খ) তামৰ লিপি
(গ) মুদ্ৰা সমল
(ঘ) এটাও নহয়
উত্তৰ:- (ক) ঐতিহাসিক সমল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.