⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Social Science MCQ Chapter 10 আদি প্ৰস্তৰ যুগ

Class 6 Social Science MCQ Chapter 10 আদি প্ৰস্তৰ যুগ Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 10 আদি প্ৰস্তৰ যুগ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 10 আদি প্ৰস্তৰ যুগ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 10

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) মানৱ জীৱনৰ আৰম্ভণিৰ পৰা কেইবাহাজাৰ বছৰলৈকে মানুহৰ জীৱন শিলৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ থকা সময়ছোৱাক কি বোলে?

(ক) শিলৰ বা প্ৰস্তৰ যুগ

(খ) মাটিৰ বা প্ৰস্তৰ যুগ

(গ) চিকাৰী যুগ

(ঘ) আদিম যুগ

উত্তৰ:- (ক) শিলৰ বা প্ৰস্তৰ যুগ।

(২) প্ৰস্তৰ যুগৰ সঁজুলি আৰু আৱিষ্কৃত সময়ৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি এই যুগক কেইটা ভাগত ভাগ কৰিছে?

(ক) চাৰিটা

(খ) পাঁচটা

(গ) তিনিটা

(ঘ) ছয়টা

উত্তৰ:- (গ) তিনিটা

(৩) প্ৰস্তৰ যুগৰ সময় খ্ৰীষ্টপূৰ্ব কিমানৰ পৰা কিমানালৈ বুলি ধাৰণা কৰা কৰিছে?

(ক) খ্ৰীষ্ট পূৰ্ব ৬,০০,০০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ৮,০০০ বছৰলৈ

(খ) খ্ৰীষ্ট পূৰ্ব ৭,০০,০০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ৯, ০০০ বছৰলৈ 

(গ) খ্ৰীষ্ট পূৰ্ব ৮,০০,০০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ৮,০০০ বছৰলৈ

(ঘ) খ্ৰীষ্ট পূৰ্ব ৯,০০,০০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ৭,০০০

উত্তৰ:- (ক) খ্ৰীষ্ট পূৰ্ব ৬,০০,০০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ৮,০০০ বছৰলৈ।

(৪) আদিম মানুহে কি কৰি হাবিৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল?

(ক) জুই জলাই

(খ) চিকাৰ কৰি

(গ) গুহা বনাই

(ঘ) খেতি কৰি

উত্তৰ:- (খ) চিকাৰ কৰি

(৫) আদিম মানুহৰ প্ৰথম উল্লেখনীয় আৱিষ্কাৰ কি আছিল?

(ক) পাথৰ

(খ) চিকাৰ

(গ) জুই

(ঘ) চকা

উত্তৰ:- (গ) জুই।

(৬) সংগ্ৰহ কৰা খাদ্য আদিম মানুহে কি কৰাৰ প্ৰয়োজনবোধ কৰা নাছিল?

(ক) সাঁচি ৰখা

(খ) বিলাই দিয়া

(গ) আনক দিয়া

(ঘ) খিজুৱা 

উত্তৰ:- (ক) সাঁচি ৰখা।

(৭) আদিম মানুহে কেনেকৈ এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল?

(ক) অকলে অকলে

(খ) দলবান্ধি

(গ) নিজেই

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) দলবান্ধি।

(৮) আদিম মানুহে সঁজুলি হিচাপে কিহক ব্যৱহাৰ কৰিছিল?

(ক) লোহাক 

(খ) তামক

(গ) শিলক

(ঘ) বাহক 

উত্তৰ:- (গ) শিলক।

(৯) আদিম মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল —

(ক) খেতি কৰিবলৈ

(খ) চিকাৰ কৰিবলৈ

(গ) আনন্দ লবলৈ

(ঘ) ফুৰিবলৈ

উত্তৰ:- (খ) চিকাৰ কৰিবলৈ।

(১০) আদিম যুগৰ মানুহে কেনেকুৱা জীৱন যাপন কৰিছিল?

(ক) কঠিন

(খ) সহজ

(গ) অনন্দময়

(ঘ) ভাল 

উত্তৰ:- (ক) কঠিন।

(১১) আদিম মানুহে ঋতু অনুযায়ী কি বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল?

(ক) পানী 

(খ) ফল – মূল

(গ) গছৰ পাত

(ঘ) গছৰ বাকলি

উত্তৰ:- (খ) ফল – মূল

(১২) আদিম মানুহে শীত, তাপ পৰা নিজকে ৰক্ষা কৰিবলৈ কি পিন্ধিছিল?

(ক) কাপোৰ, সাঁজ – পোছাক

(খ) গছৰ বাকলি, জীৱ – জন্তুৰ ছাল

(গ) প্লাষ্টিক, সূতা

(ঘ) শিল 

উত্তৰ:- (খ) গছৰ বাকলি, জীৱ – জন্তুৰ ছাল।

(১৩) আদিম মানুহে কীহেৰে তৈয়াৰী আ- অলংকাৰ পিন্ধিছিল? 

(ক) জন্তুৰ হাড়, দাত, খোলা আদিৰে তৈয়াৰী

(খ) জন্তুৰ ছাল, নুম আদিৰে তৈয়াৰী

(গ) গছৰ বাকলি, ফলৰ গুটিৰ আদিৰে তৈয়াৰী

(ঘ) শিলেৰে তৈয়াৰী

উত্তৰ:- (ক) জন্তুৰ হাড়, দাত, খোলা আদিৰে তৈয়াৰী।

(১৪) আদিম মানুহবোৰক মূলতঃ কি বোলা হৈছিল?

(ক) কৃষি

(খ) মাছমৰীয়া

(গ) চিকাৰী

(ঘ) এটাও নহয় 

উত্তৰ :- (গ) চিকাৰী।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top