⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Social Science MCQ Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস

Class 6 Social Science MCQ Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 11

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) সুমানক আগদিনা স্কুলৰ বাইদেৱে কিহৰ বিষয়ে বুজাইছিল?

(ক) বিভিন্ন শস্যৰ বিষয়ে

(খ) আদিম মানুহৰ বিষয়ে

(গ) খাদ্যৰ বিষয়ে

(ঘ) বিভিন্ন অঞ্চলৰ বিষয়ে 

উত্তৰ:- (খ) আদিম মানুহৰ বিষয়ে।

(২) আদিম মানুহে ঘূৰি ফুৰি থাকোঁতে ফল – মূল গছ – গছনিৰ বিষয়ে কি লক্ষ্য কৰিছিল?

(ক) গুটিৰ পৰা নতুন গছ গজা

(খ) গছ গছনি কটা

(গ) ফল – মূল হোৱা

(ঘ) গছৰ পাত ওলোৱা

উত্তৰ:- (ক) গুটিৰ পৰা নতুন গছ গজা।

(৩) খেতি কৰিবলৈ আদিম মানুহে কিহেৰে নিৰ্মিত অস্ত্ৰ ব্যৱহাৰ কৰিছিল?

(ক) লোহাৰে

(খ) শিলেৰে

(গ) মাটিৰে

(ঘ) বাঁহেৰে

উত্তৰ:- (খ) শিলেৰে।

(৪) নিগাজিকৈ খেতিত লাগি আদিম মানুহ এদিন কিহলৈ পৰিল?

(ক) আদিম মানুহ

(খ) গৰখীয়া

(গ) কৃষক

(ঘ) মাছমৰীয়া 

উত্তৰ:- (গ) কৃষক।

(৫) শস্য ভাঙিবলৈ আদিম মানুহে কি তৈয়াৰ কৰি লৈছিল?

(ক) শিলৰ পটা

(খ) গছৰ পতা

(গ) গছৰ ডাল

(ঘ) মাটিৰ অস্ত্ৰ

উত্তৰ:- (ক) শিলৰ পটা।

(৬) মানুহৰ প্ৰথম পোহনীয়া জন্তু কি আছিল?

(ক) মেকুৰী

(খ) ছাগলী

(গ) কুকুৰ

(ঘ) ঘোঁৰা

উত্তৰ:- (গ) কুকুৰ।

(৭) জীৱ – জন্তুৰ ভিতৰত খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ কোনবোৰ জন্তুক প্ৰথম প্রতিপাল কৰা হৈছিল?

(ক) গৰু – গাই

(খ) কুকুৰ – মেকুৰী

(গ) ভেড়া – ছাগলী

(ঘ) হাঁহ 

উত্তৰ:- (গ) ভেড়া – ছাগলী।

(৮) জুই আৰু কৃষি কাৰ্য আৱিষ্কাৰৰ পাছত আদিম মানুহৰ আন এটা উল্লেখযোগ্য আৱিষ্কাৰ কি আছিল?

(ক) চকা

(খ) মাটিৰ পাত্ৰ

(গ) শিলৰ অস্ত্ৰ

(ঘ) বীজ

উত্তৰ:- (ক) চকা।

(৯) কেতিয়াৰ পৰা আদিম মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ?

(ক) জীৱ জন্তু পোহা কৰা পৰা

(খ) খেতি – বাতি কৰাৰ পৰা

(গ) শিলৰ অস্ত্ৰ তৈয়াৰ কৰা পৰা

(ঘ) চিকাৰ কৰাৰ পৰা

উত্তৰ:- (খ) খেতি – বাতি কৰাৰ পৰা।

(১০) সুমন কাৰ লগত বজাৰলৈ গৈছিল?

(ক) দেউতাকৰ লগত

(খ) মাকৰ লগত

(গ) দাদা লগত

(ঘ) বাইদেউৰ লগত 

উত্তৰ:- (ক) দেউতাকৰ লগত।

(১১) আদিম মানুহে শস্য বোৰ কিয় সাঁচি ৰাখিছিল ?

(ক) খাদ্য নোহোৱা সময়ত খাবলৈ 

(খ) পুনৰ খেতিৰ বীজ হিচাপে

(খ) খাবলৈ

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) পুনৰ খেতিৰ বীজ হিচাপে।

(১২) শস্য ৰখাৰ বাবে কিহৰ শৰাই বনাইছিল?

(ক) শিলৰ

(খ) ঘাঁ – বনৰ

(গ) গছৰ

(ঘ) জন্তুৰ ছালৰ 

উত্তৰ:- (খ) ঘাঁ – বনৰ ।

(১৩) জীৱ – জন্তুক ঘৰুৱা ভাৱে প্ৰতিপালন কৰা প্ৰক্ৰিয়াটো পৃথিৱীত কিমান হাজাৰ বছৰ আগতে আৰম্ভ হৈছিল?

(ক) ১২ হাজাৰ বছৰ আগতে 

(খ) ১৪ হাজাৰ বছৰ আগতে 

(গ) ১৫ হাজাৰ বছৰ আগতে 

(ঘ) ১৬ হাজাৰ বছৰ আগতে 

উত্তৰ:- (ক) ১২ হাজাৰ বছৰ আগতে।

(১৪) আদিম যুগত কোনটো অঞ্চলত মানুহে মাটিৰ তলত ঘৰ সাজিছিল?

(ক) চীৰাণ্ড (বৰ্তমান বিহাৰ প্ৰদেশত)

(খ) পৈয়ামপল্লী ( বৰ্তমান অন্ধ্ৰপ্ৰদেশত)

(গ) বুৰ্জাহোমত ( বৰ্তমান কাশ্মীৰত)

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) বুৰ্জাহোমত (বৰ্তমান কাশ্মীৰত) ।

(১৫) ধান উৎপাদনৰ বাবে যথেষ্ট কিহৰ প্ৰয়োজন হয়?

(ক) ধানৰ

(খ) বতাহৰ

(গ) পানীৰ

(ঘ) বালিৰ

উত্তৰ:- (গ) পানীৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top