Class 6 Social Science MCQ Chapter 8 আমাৰ ভাৰত Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 8 আমাৰ ভাৰত Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.
Class 6 Social Science MCQ Chapter 8 আমাৰ ভাৰত
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Chapter 8 আমাৰ ভাৰত Notes for All Subject, You can practice these here.
আমাৰ ভাৰত
Chapter – 7
SOCIAL SCIENCE
MULTIPLE CHOICE QUESTION ANSWER
(১) ভাৰতক পূবা – পশ্চিমাকৈ প্ৰায় সমানে দুভাগ কৰিছে –
(ক) মকৰক্ৰান্তি ৰেখায়ে
(খ) কৰ্কটক্ৰান্তি ৰেখায়ে
(গ) বিষুৱ ৰেখায়ে
(ঘ) উত্তৰ ক্ৰান্তি ৰেখা
উত্তৰ:- (খ) কৰ্কটক্ৰান্তি ৰেখায়ে।
(২) ভাৰতৰ পূব দিশত অৱস্থিত প্ৰতিবেশী ৰাষ্ট্ৰ কোনবোৰ ?
(ক) পাকিস্তান আৰু আফগানিস্তান
(খ) নেপাল আৰু ভূটান
(গ) বাংলাদেশ আৰু ম্যানমাৰ
(ঘ) চীন আৰু ভূটান
উত্তৰ:- (গ) বাংলাদেশ আৰু ম্যানমাৰ।
(৩) ভাৰতৰ প্ৰতিবেশী দ্বীপ ৰাষ্ট্ৰ কোনখন?
(ক) শ্ৰীলংকা
(খ) চীন
(গ) বাংলাদেশ
(ঘ) ভূটান
উত্তৰ:- (ক) শ্ৰীলংকা।
(৪) ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে?
(ক) মকৰক্ৰানন্তি ৰেখায়ে
(খ) বংগোপ সাগৰে
(গ) মান্নাৰ উপসাগৰ আৰু পক্ প্ৰণালীয়ে
(ঘ) এটাও নহয়
উত্তৰ:- (গ) মান্নাৰ উপসাগৰ আৰু পক্ প্ৰণালীয়ে।
(৫) ভাৰতক প্ৰধানকৈ কেইটা প্ৰাকৃতিক ভাগত বিভক্ত কৰা হৈছে?
(ক) তিনিটা
(খ) চাৰিটা
(গ) পাঁচটা
(ঘ) ছটা
উত্তৰ:- (খ) চাৰিটা।
(৬) পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো ?
(ক) মাউণ্ট এভাৰেষ্ট
(খ) হিমালয়
(গ) অণ্ডিজ
(ঘ) ৰকীব পৰ্বতমালা
উত্তৰ:- (খ) হিমালয়।
(৭) উচ্চতা অনুসৰি হিমালয়ক কেইটা ভাগত ভগোৱা হৈছে?
(ক) তিনিটা
(খ) চাৰিটা
(গ) ছটা
(ঘ) সাতটা
উত্তৰ:- (ক) তিনিটা।
(৮) একেবাৰে দক্ষিণ ফালে থকা তুলনমূলকভাৱে চাপৰ পৰ্বত শাৰীক কি বোলে?
(ক) উচ্চ হিমালয়
(খ) নিম্ন হিমালয়
(গ) বহি: হিমালয়
(ঘ) উত্তৰ হিমালয়
উত্তৰ:- (গ) বহি: হিমালয়।
(৯) কোনটো হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে?
(ক) যমুনোত্ৰী হিমবাহ
(খ) গঙ্গোত্ৰী হিমবাহ
(গ) ব্ৰহ্মপুত্ৰ হিমবাহ
(ঘ) এটাও নহয়
উত্তৰ:- (খ) গঙ্গোত্ৰী হিমবাহ।
(১০) ভাৰতৰ সমভূমি অঞ্চলক কেইটা ভাগত ভাগ কৰা হৈছে?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
(ঘ) পাঁচটা
উত্তৰ:- (খ) তিনিটা।
(১১) পৃথিৱীৰ বৃহত্তম ব – দ্বীপ কোনটো?
(ক) সুন্দৰবন
(খ) জলাহ
(গ) মাজুলী
(ঘ) অষ্ট্ৰেলিয়া
উত্তৰ:- (ক) সুন্দৰবন
(১২) ভাৰতৰ একেবাৰে দক্ষিণত থকা ঠাইখনৰ নাম হ’ল —
(ক) অসম
(খ) কন্যাকুমাৰী
(গ) পণ্ডিচেৰী
(ঘ) দিল্লী
উত্তৰ:- (খ) কন্যাকুমাৰী।
(১৩) আৰব সাগৰত পৰা নদী দুখন হ’ল —
(ক) নৰ্মদা আৰু তাপ্তী
(খ) গংগা আৰু যমুনা
(গ) কৃষ্ণা আৰু কাবেৰী
(ঘ) কাবেৰী আৰু যমুনা
উত্তৰ:- (ক) নৰ্মদা আৰু তাপ্তী।
(১৪) ভাৰতৰ পূব উপকূলত অৱস্থিত নদী কোনখন?
(ক) নৰ্মদা
(খ) কাবেৰী
(গ) তাপ্তী
(ঘ) যমুনা
উত্তৰ:- (খ) কাবেৰী।
(১৫) ভাৰতক এৰি হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰত থকা দেশ এখনৰ নাম হ’ল —
(ক) শ্ৰীলংকা
(খ) নেপাল
(গ) স্পেইন
(ঘ) অষ্ট্ৰেলিয়া
উত্তৰ:- (খ) নেপাল।
(১৬) ভাৰতত মুঠ কেইখন ৰাজ্য আছে?
(ক) ২৮ খন
(খ) ২৯ খন
(গ) ৩০ খন
(ঘ) ৩৯ খন
উত্তৰ:- (ক) ২৮ খন।
(১৬) ভাৰতত কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে?
(ক) ৭ খন
(খ) ৮ খন
(গ) ৯ খন
(ঘ) ৬ খন
উত্তৰ:- (খ) ৮ খন।
(১৭) ভাৰতত মুঠ কেইটা ভাষায়ে চৰকাৰী ভাৱে স্বীকৃতি লাভ কৰিছে ?
(ক) ২৫ টা
(খ) ২৪ টা
(গ) ২২ টা
(ঘ) ৩২ টা
উত্তৰ:- (গ) ২২ টা।
(১৮) পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগ কোনটো?
(ক) হিমালয়
(খ) মাউণ্ট এভাৰেষ্ট
(গ) ৰকীব
(ঘ) এটাও নহয়
উত্তৰ:- (খ) মাউণ্ট এভাৰেষ্ট।
(১৯) বংগোপ সাগৰত থকা দ্বীপ-পুঞ্জ হ’ল –
(ক) আনন্দমান আৰু নিকোবৰ
(খ) পক্ প্ৰণালী
(গ) এটাও নহয়
(ঘ) ক আৰু খ দুটা
উত্তৰ:- (ক) আনন্দমান আৰু নিকোবৰ।
(২০) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত জনবসতি ঘন হোৱাৰ কাৰণ হ’ল —
(ক) ইয়াৰ মাটি শিলাময়
(খ) ইয়াৰ মাটি কৃষিৰ উপযোগী
(গ) ইয়াৰ মাটি বালিময়
(ঘ) এটাও নহয়
উত্তৰ:- (খ) ইয়াৰ মাটি কৃষিৰ উপযোগী।