Class 6 Social Science MCQ Chapter 8 আমাৰ ভাৰত

Class 6 Social Science MCQ Chapter 8 আমাৰ ভাৰত Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 8 আমাৰ ভাৰত Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 8 আমাৰ ভাৰত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Chapter 8 আমাৰ ভাৰত Notes for All Subject, You can practice these here.

Chapter – 7

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) ভাৰতক পূবা – পশ্চিমাকৈ প্ৰায় সমানে দুভাগ কৰিছে –

(ক) মকৰক্ৰান্তি ৰেখায়ে 

(খ) কৰ্কটক্ৰান্তি ৰেখায়ে

(গ) বিষুৱ ৰেখায়ে

(ঘ) উত্তৰ ক্ৰান্তি ৰেখা

উত্তৰ:- (খ) কৰ্কটক্ৰান্তি ৰেখায়ে।

(২) ভাৰতৰ পূব দিশত অৱস্থিত প্ৰতিবেশী ৰাষ্ট্ৰ কোনবোৰ ?

(ক) পাকিস্তান আৰু আফগানিস্তান

(খ) নেপাল আৰু ভূটান

(গ) বাংলাদেশ আৰু ম্যানমাৰ

(ঘ) চীন আৰু ভূটান

উত্তৰ:- (গ) বাংলাদেশ আৰু ম্যানমাৰ।

(৩) ভাৰতৰ প্ৰতিবেশী দ্বীপ ৰাষ্ট্ৰ  কোনখন?

(ক) শ্ৰীলংকা

(খ) চীন

(গ) বাংলাদেশ

(ঘ) ভূটান

উত্তৰ:- (ক) শ্ৰীলংকা।

(৪) ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে?

(ক) মকৰক্ৰানন্তি ৰেখায়ে

(খ) বংগোপ সাগৰে

(গ) মান্নাৰ উপসাগৰ আৰু পক্ প্ৰণালীয়ে

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) মান্নাৰ উপসাগৰ আৰু পক্ প্ৰণালীয়ে।

(৫) ভাৰতক প্ৰধানকৈ কেইটা প্ৰাকৃতিক ভাগত বিভক্ত কৰা হৈছে?

(ক) তিনিটা

(খ) চাৰিটা

(গ) পাঁচটা

(ঘ) ছটা

উত্তৰ:- (খ) চাৰিটা।

(৬) পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো ?

(ক) মাউণ্ট এভাৰেষ্ট

(খ) হিমালয়

(গ) অণ্ডিজ

(ঘ) ৰকীব পৰ্বতমালা

উত্তৰ:- (খ) হিমালয়।

(৭) উচ্চতা অনুসৰি হিমালয়ক কেইটা ভাগত ভগোৱা হৈছে?

(ক) তিনিটা

(খ) চাৰিটা

(গ) ছটা

(ঘ) সাতটা 

উত্তৰ:- (ক) তিনিটা।

(৮) একেবাৰে দক্ষিণ ফালে থকা তুলনমূলকভাৱে চাপৰ পৰ্বত শাৰীক কি বোলে?

(ক) উচ্চ হিমালয়

(খ) নিম্ন হিমালয়

(গ) বহি: হিমালয়

(ঘ) উত্তৰ হিমালয় 

উত্তৰ:- (গ) বহি: হিমালয়।

(৯) কোনটো হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে?

(ক) যমুনোত্ৰী হিমবাহ

(খ) গঙ্গোত্ৰী হিমবাহ

(গ) ব্ৰহ্মপুত্ৰ হিমবাহ

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) গঙ্গোত্ৰী হিমবাহ।

(১০) ভাৰতৰ সমভূমি অঞ্চলক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

(ঘ) পাঁচটা

উত্তৰ:- (খ) তিনিটা।

(১১) পৃথিৱীৰ বৃহত্তম ব – দ্বীপ কোনটো?

(ক) সুন্দৰবন 

(খ) জলাহ 

(গ) মাজুলী

(ঘ) অষ্ট্ৰেলিয়া 

উত্তৰ:- (ক) সুন্দৰবন

(১২) ভাৰতৰ একেবাৰে দক্ষিণত থকা ঠাইখনৰ নাম হ’ল —

(ক) অসম

(খ) কন্যাকুমাৰী

(গ) পণ্ডিচেৰী

(ঘ) দিল্লী

উত্তৰ:- (খ) কন্যাকুমাৰী।

(১৩) আৰব সাগৰত পৰা নদী দুখন হ’ল —

(ক) নৰ্মদা আৰু তাপ্তী

(খ) গংগা আৰু যমুনা

(গ) কৃষ্ণা আৰু কাবেৰী

(ঘ) কাবেৰী আৰু যমুনা

উত্তৰ:- (ক) নৰ্মদা আৰু তাপ্তী।

(১৪) ভাৰতৰ পূব উপকূলত অৱস্থিত নদী কোনখন?

(ক) নৰ্মদা

(খ) কাবেৰী

(গ) তাপ্তী

(ঘ) যমুনা

উত্তৰ:- (খ) কাবেৰী।

(১৫) ভাৰতক এৰি হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰত থকা দেশ এখনৰ নাম হ’ল —

(ক) শ্ৰীলংকা

(খ) নেপাল

(গ) স্পেইন

(ঘ) অষ্ট্ৰেলিয়া 

উত্তৰ:- (খ) নেপাল।

(১৬) ভাৰতত মুঠ কেইখন ৰাজ্য আছে?

(ক) ২৮ খন

(খ) ২৯ খন

(গ) ৩০ খন

(ঘ) ৩৯ খন

উত্তৰ:-  (ক) ২৮ খন।

(১৬) ভাৰতত কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে?

(ক) ৭ খন

(খ) ৮ খন

(গ) ৯ খন

(ঘ) ৬ খন

উত্তৰ:- (খ) ৮ খন।

(১৭) ভাৰতত মুঠ কেইটা ভাষায়ে চৰকাৰী ভাৱে স্বীকৃতি লাভ কৰিছে ?

(ক) ২৫ টা

(খ) ২৪ টা

(গ) ২২ টা

(ঘ) ৩২ টা 

উত্তৰ:- (গ) ২২ টা।

(১৮) পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগ কোনটো?

(ক) হিমালয়

(খ) মাউণ্ট এভাৰেষ্ট

(গ) ৰকীব

(ঘ) এটাও নহয় 

উত্তৰ:- (খ)  মাউণ্ট এভাৰেষ্ট।

(১৯) বংগোপ সাগৰত থকা দ্বীপ-পুঞ্জ হ’ল –

(ক) আনন্দমান আৰু নিকোবৰ

(খ) পক্ প্ৰণালী

(গ) এটাও নহয়

(ঘ) ক আৰু খ দুটা

উত্তৰ:- (ক) আনন্দমান আৰু নিকোবৰ।

(২০) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত জনবসতি ঘন হোৱাৰ কাৰণ হ’ল —

(ক) ইয়াৰ মাটি শিলাময়

(খ) ইয়াৰ মাটি কৃষিৰ উপযোগী 

(গ) ইয়াৰ মাটি বালিময়

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) ইয়াৰ মাটি কৃষিৰ উপযোগী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top