Class 4 Environmental Studies Additional Chapter 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা

Class 4 Environmental Studies Additional Chapter 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 9 আমাৰ ৰাষ্ট্ৰীয় পতাকা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 9

ADDITIONAL QUESTION ANSWER

১। আমাৰ দেশৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা ৰং কেইটা?

উত্তৰঃ তিনিটা।

২। ত্রিৰংগা পতাকা বুলি কাক কোৱা হয়?

উত্তৰঃ তিনিটা ৰং থকাৰ বাবে।

৩। ভাৰতৰ পতাকাখন কি হিচাপে স্বীকৃতি পাইছিল?

উত্তৰঃ ৰাষ্ট্ৰীয় পতাকা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কেতিয়া পালন কৰা হয়?

উত্তৰঃ ১৯৪৭ চনৰ ২২ জুলাইত।

৫। সকলো দেশৰে নিজা নিজা ৰাষ্ট্ৰীয় পতাকা আছে/নাই।

উত্তৰঃ আছে।

৬। গেৰুৱা ৰং কিহৰ প্ৰতীক?

উত্তৰঃ শক্তি আৰু সাহসৰ প্ৰতীক।

৭। ৰাষ্ট্ৰীয় পতাকাখনৰ মাজত বগা ৰং কিহৰ প্ৰতীক?

উত্তৰঃ সত্য আৰু শান্তিৰ।

৮। ৰাষ্ট্ৰীয় পতাকাখনৰ তলৰ সেউজীয়া ৰঙটো কিহৰ প্ৰতীক?

উত্তৰঃ সমৃদ্ধি আৰু মংগলময়তাৰ প্রতীক।

৯। অশোক চক্ৰটো কিহৰ প্ৰতীক?

উত্তৰঃ গতিশীলতাৰ।

১০। গাঢ় নীলা ৰঙে কি বুজায়?

উত্তৰঃ আকাশ আৰু সমুদ্রক।

১১। অশোক চক্ৰত কেইডাল দণ্ড আছে?

উত্তৰঃ ২৪ টা।

১২। অশোক চক্ৰটোক কি বোলে?

উত্তৰঃ ধৰ্মচক্ৰ।

১৩। অশোক চক্ৰটো ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ সাৰনাথৰ ‘অশোক স্তম্ভ’ৰ পৰা।

১৪। ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে কোনটো ৰং সদায় ওপৰত থাকিব লাগে।

উত্তৰঃ গেৰুৱা ৰং।

১৫। ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘ আৰু প্ৰন্থৰ অনুপাত কিমান?

উত্তৰঃ ৩:২

১৬। আমাৰ ৰাষ্ট্ৰীয় প্রতীকটো কি?

উত্তৰঃ ‘অশোক স্তম্ভ’। 

১৭। ৰাষ্ট্রীয় প্রতীকটোত কেইটা সিংহ থাকে? 

উত্তৰঃ চাৰিটা।

১৮। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকটো কোন চনত গ্রহণ কৰা হৈছিল?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী।

১৯। গণতন্ত্র দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ২৬ জানুৱাৰী।

২০। গণতন্ত্র দিবসৰ দিনা সাহসিকতা কিমান বছৰৰ শিশুসকলক দিল্লীত বঁটা প্ৰদান কৰা হয়?

উত্তৰঃ ১৬ বছৰ।

২১। স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ১৫ আগষ্ট।

২২। ১৫ আগষ্টৰ দিনা লালকিল্লাত কোনে ত্রিৰংগা পতাকা উত্তোলন কৰিছিল?

উত্তৰঃ প্ৰধানমন্ত্ৰীয়ে।

২৩। ‘জন-গণ-মন’ এই ৰাষ্ট্রীয় সংগীতটো কোনে লিখি উলিয়াইছিল?

উত্তৰঃ কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰ।

২৪। ‘জন-গণ-মন’ এই ৰাষ্ট্রীয় সংগীতটো কিমান ছেকেণ্ডত গীতটো গাই শেষ কৰিব লাগে?

উত্তৰঃ ৫২ চেকেণ্ডত।

২৫। ৰাষ্ট্রীয় সংগীত কেতিয়া স্বীকৃতি দিয়া হৈছিল?

উত্তৰঃ ১৯৫০ চনৰ ২৪ জানুৱাৰী।

২৬। ‘জন-গণ-মন’ এই গীতটিক কোনে ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিছিল?

উত্তৰঃ কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ।

২৭। ৰাষ্ট্ৰীয় ফলৰ নাম লিখা 

উত্তৰঃ আম।

২৮। ৰাষ্ট্রীয় ফুল কি?

উত্তৰঃ পদুম।

২৯। গান্ধী জয়ন্তী কেতিয়াও পালন কৰা হয়?

উত্তৰঃ ২ অক্টোবৰ।

৩০। ভাৰতৰ দ্বিতীয় ৰাষ্ট্রপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কেতিয়া জন্ম হৈছিল?

উত্তৰঃ ৫ ছেপ্টেম্বৰত।

৩১। শিক্ষক দিৱস কোন দিনা পালন কৰা হয়?

উত্তৰঃ ৫ ছেপ্টেম্বৰত।

৩২। ৰাষ্ট্রীয় প্রাণীৰ নাম লিখা।

উত্তৰঃ বাঘ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top