Class 4 Environmental Studies Additional Chapter 2 ভিন ভিন প্ৰাণী

Class 4 Environmental Studies Additional Chapter 2 ভিন ভিন প্ৰাণী Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 2 ভিন ভিন প্ৰাণী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 2

ADDITIONAL QUESTION ANSWER

১। তৃণভোজী প্ৰাণীৰ নাম লিখা।

উত্তৰঃ গৰু, ম’হ, ছাগলী।

২। মাংসভোজী প্ৰাণী নাম লিখা।

উত্তৰঃ শিয়াল, বাঘ, সিংহ।

৩। সৰ্বভোজী প্ৰাণীৰ নাম লিখা।

উত্তৰঃ মেকুৰী, ভালুক, কুকুৰ।

৪। তৃণ মানে কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ঘাঁহ।

৫। প্ৰাণীক কেই প্ৰকাৰৰ ভাগ কৰা হয়?

উত্তৰঃ তিনি প্ৰকাৰৰ।

৬। শস্য খোৱা চৰাইৰ দুবিধৰ নাম লিখা।

উত্তৰঃ পাৰ, কপৌ।

৭। ফল-মূল খোৱা চৰাইবিধৰ নাম কি আছিল?

উত্তৰঃ ভাটৌ।

৮। ভাটৌ চৰাইয়ে কি খায় ভাল পায়?

উত্তৰঃ ফল-মূল।

৯। কোনবোৰ চৰাইক চিকাৰী চৰাই বুলি কোৱা হয়?

উত্তৰঃ চিলনী, শগুন, ফেঁচা।

১০। মাছে কি খায়?

উত্তৰঃ ঘাঁহ, পোক-পৰুৱা, সৰু সৰু মাছ।

১১।  সিংহৰ আশ্ৰয়স্থল ক’ত?

উত্তৰঃ গুহাত।

১২। ফেঁচা ৰাতিত ক’ত আশ্ৰয় লয?

উত্তৰঃ গছৰ খোৰোংত।

১৩। গাতত থকা দুবিধ মাছৰ নাম লিখা। 

উত্তৰঃ চেঙেলি, শিঙি।

১৪। টুনী চৰায়ে ক’ত বাঁহ সাজে?

উত্তৰঃ জোপোহা গছ বা বেঙেনা গছৰ পাতত।

১৫। বাঢ়ৈটোকা চৰায়ে ক’ত বাঁহ সাজে?

উত্তৰঃ গছৰ খোৰোংত।

১৬। কোনটো চৰাইক শিপিনী চৰাই বুলিও কোৱা হয়?

উত্তৰঃ টোকোৰা চৰাই।

১৭। কোনটো চৰায়ে বাঁহ সজাত পাৰ্গত বেছি?

উত্তৰঃ টোকোৰা চৰাই।

১৮। টোকোৰা চৰাইয়ে কেনে ধৰণৰ বাঁহ সাজে?

উত্তৰঃ টেকেলি দৰে।

১৯। কণামুচৰি আৰু মাছৰোকা চৰায়ে কি খাই ভাল পায়?

উত্তৰঃ মাছ খায়।

২০। কণামুচৰি চৰাই কিহৰ পাৰত থকা দেখা যায়?

উত্তৰঃ নৈ, বিল আদি পাৰত।

২১। কোনবোৰ চৰায়ে বাঁহ নাসাজে?

উত্তৰঃ কুলি, কেতেকী, ময়ুৰ।

২২। পৰিভ্ৰমী চৰাই দুটাৰ নাম লিখা।

উত্তৰঃ বালিমাহি আৰু ধৃতৰাজ।

২৩। পৰিভ্ৰমী চৰাই ক’ত দেখা পোৱা যায়?

উত্তৰঃ শস্যৰ পথাৰ, হাবি-বননি।

২৪। কোন চনত ভাৰতত পোণপ্ৰথমে ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হৈছিল?

উত্তৰঃ ১৯৩৬।

২৫। এটা ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।

উত্তৰঃ হেইলি ৰাষ্ট্ৰীয় উদ্যান।

২৬। ভাৰতত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উত্তৰঃ পাঁচখন।

২৭। বৰ্তমান ভাৰতত কেইখন ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হৈছে?

উত্তৰঃ ১৬৬ খন।

২৮। পাৰ চৰায়ে বহু দূৰলৈ উৰিব পাৰেনে?

উত্তৰঃ পাৰে।

২৯। মাছে কিহৰ সহায়ত পানীত সাতুৰিব পাৰে?

উত্তৰঃ ফিছাৰ সহায়ত।

৩০। বেগাই দৌৰিব পৰা এটা চৰাইৰ নাম লিখা।

উত্তৰঃ উটপক্ষী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top