Class 4 Environmental Studies Additional Chapter 3 পানী

Class 4 Environmental Studies Additional Chapter 3 পানী Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 3 পানী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 3

ADDITIONAL QUESTION ANSWER

১। গীতাই কাৰ লগত মীনাহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছিল?

উত্তৰঃ ককায়েকৰ লগত।

২। মীনাহঁতৰ চোতালতে কি আছিল?

উত্তৰঃ পানীৰ ফিল্টাৰ। 

৩। মীনাৰ মাকে ক’ৰ পৰা পানী তুলি আনিছিল?

উত্তৰঃ কুঁৱাৰ পৰা।

৪। ভূ-পৃষ্ঠৰ চাৰিভাগৰ প্ৰায় তিনি ভাগেই কিমান ভাগ পানী আগুৰি আছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ চাৰিভাগৰ প্ৰায় তিনি ভাগেই পানী।

৫। ভূ-পৃষ্ঠত থকা পানীৰ উৎস কি?

উত্তৰঃ নদ-নদী, সাগৰ-মহাসাগৰ।

৬। আমি পানী ক’ৰ পৰা পাওঁ?

উত্তৰঃ দমকল, কুঁৱা।

৭। সাগৰৰ পানী কি?

উত্তৰঃ ভূ-পৃষ্ঠৰ পানী।

৮। সাগৰৰ পানী পোনে পোনে ব্যৱহাৰ কৰিব পাৰেনে?

উত্তৰঃ নোৱাৰে।

৯। বৰষুণৰ পানী ৰ’দৰ তাপত খাল-বিল, নদ-নদী, জান-জুৰি, সাগৰ-হ্রদ পানী কিহৰ পৰিণত হয়?

উত্তৰঃ পানী জলীয় ভাপত।

১০। পানীৰ কণিকাবোৰ লগ লাগি কিহৰ সৃষ্টি হয়?

উত্তৰঃ ডাৱৰৰ সৃষ্টি হয়।

১১। বৰষুণ ক’ৰ পৰা হয়?

উত্তৰঃ ডাৱৰৰ পৰা।

১২। বৰষুণৰ পানীৰ কণিকাবোৰ অধিক চেঁচা কিহৰ মাজেৰে যায়?

উত্তৰঃ বায়ুৰ।

১৩। পানী উতলালে পানীত থকা বেমাৰৰ বীজাণু মৰেনে?

উত্তৰঃ মৰে।

১৪। বৃষ্টিপাত (বৰষুণ) কি যন্ত্ৰৰ দ্বাৰা জোখা হয়?

উত্তৰঃ ৰেইন গজ। 

১৫। অসমত এবছৰত কিমান মিলিমিটাৰ বৰষুণ হয়?

উত্তৰঃ ১৫০০ – ২০০০ মিলিমিটাৰ।

১৬। কোন মাহৰ পৰা কোনটো মাহলৈকে বৰষুণৰ পৰিমাণ যথেষ্ট কমি থাকে?

উত্তৰঃ ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে।

১৭। কোন মাহৰ ছেপ্টেম্বৰৰ শেষৰপৰা বৰষুণৰ পৰিমাণ লাহে লাহে কমি আহে?

উত্তৰঃ ছেপ্টেম্বৰ মাহৰ।

১৮। অসমৰ দুখন প্ৰাকৃতিক অঞ্চল নাম লিখা।

উত্তৰঃ বৰাক উপত্যকা আৰু পাৰ্বত্য অঞ্চল।

১৯। আৰ্দ্ৰতা বায়ুমণ্ডলৰ কিহৰ উষ্ণতা আৰু চাপৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ উষ্ণতা আৰু চাপৰ ওপৰত।

২০। পানীৰ তিনিটা ৰূপ কেইটা?

উত্তৰঃ তিনিটা। পনীয়া, ঘনীভূত (বৰফ) আৰু গেছীয় (বাষ্প)।

২১। পৃথিৱীৰ পৃষ্ঠভাগ কিমান শতাংশ পানীয়ে আগুৰি আছে?

উত্তৰঃ ৭১% শতাংশ।

২২। গ্ৰীণলেণ্ডৰ হিমখণ্ডত কিমান শতাংশ বাষ্প অথবা ডাৱৰৰ ৰূপত পোৱা যায়?

উত্তৰঃ ০.০০১% শতাংশ।

২৩। পৃথিৱীৰ পানী ভাগ কিহৰ যোগেদি অহৰহ ৰূপান্তৰ ঘটিছিল?

উত্তৰঃ জলচক্ৰৰ।

২৪। কৃষিকাৰ্যত পানীৰ কিমান শতাংশ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ ৭০% শতাংশ।

২৫। কি হিচাপে পানীৰ ব্যৱহাৰ হয়?

উত্তৰঃ দ্ৰৱন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top