Class 4 Environmental Studies Additional Chapter 7 আমাৰ সামাজিক অনুষ্ঠান

Class 4 Environmental Studies Additional Chapter 7 আমাৰ সামাজিক অনুষ্ঠান Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 7 আমাৰ সামাজিক অনুষ্ঠান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 7

ADDITIONAL QUESTION ANSWER

১। ৰোগীসকলক চিকিৎসা কৰিবলৈ চিকিৎসালয়ত কোন কোন থাকে?

 উত্তৰঃ ডাক্তৰ, নাৰ্ছ।

২। ৰোগীৰ চিকিৎসাৰ বাবে ঠায়ে ঠায়ে চৰকাৰে কি পাতি দিয়ে?

উত্তৰঃ চিকিৎসালয়।

৩। বেচৰকাৰী চিকিৎসালয় ক’ত থাকে?

উত্তৰঃ নগৰত।

৪। পশু চিকিৎসালয় আছেনে?

উত্তৰঃ আছে।

৫। আৰক্ষীৰ লোকে দেশত কি ৰক্ষা কৰে?

উত্তৰঃ শান্তি-শৃংখলা।

৬। সমাজৰ অপকাৰ হ’ব পৰা কাম-কাজ কৰাত  কোনে বাধা দিয়ে?

উত্তৰঃ আৰক্ষীয়ে।

৭। আলিবাটৰ যান-বাহন নিয়ন্ত্রণ কৰা আদি কামত কোনে সহায় কৰে?

উত্তৰঃ আৰক্ষীয়ে।

৮। ডাক-ঘৰৰ যোগেদি কি অনা-নিয়া কৰা হয়?

উত্তৰঃ চিঠি-পত্র, টকা-পইচা।

৯। ডাক-ঘৰৰ চিঠি-পত্র, টকা-পইচা আর্দি বিলোৱা মানুহজনক কি বুলি কোৱা হয়?

উত্তৰঃ ডাকোৱাল (পিয়ন)। 

১০। ডাক-ঘৰৰ সকলোবোৰ কাম চোৱা-চিতা কৰা মানুহজনক কি বোলে?

উত্তৰঃ পোষ্টমাষ্টৰ।

১১। পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়াটো ভাল অভ্যাস/বেয়া অভ্যাস।

উত্তৰঃ ভাল অভ্যাস।

১২। আজি-কালি কিহৰ জৰিয়তে ঘৰতে বহি কিতাপ পঢ়িব পাৰি।

উত্তৰঃ কম্পিউটাৰৰ সহায়ত ডিজিটেল পুথিভঁৰাল।

১৩। গৰুৰ প্ৰধান খাদ্য কি?

উত্তৰঃ ঘাঁহ।

১৪। ট্রেফিক লাইটৰ ৰং কেইটা?

উত্তৰঃ তিনিটা।

১৫। ট্রেফিকৰ ৰঙা ৰঙে কি বুজায়?

উত্তৰঃ ৰ’বলৈ কয়।

১৬। হালধীয়া ৰঙে কি বুজায়?

উত্তৰঃ সাজু হ’বলৈ কয়। 

১৭। ট্রেফিকৰ সেউজীয়া ৰঙে কি বুজায়?

উত্তৰঃ যাবলৈ কয়।

১৮। প্রাথমিক চিকিৎসাৰ দৰকাৰী বস্তু দুটাৰ নাম লিখা।

উত্তৰঃ গ্ল’ভছ।

১৯। তোমাৰ ঘৰৰ ওচৰত ডাকঘৰ আছেনে?

উত্তৰঃ নাই।

২০। ডাকঘৰৰ পোষ্টমাষ্টৰ কাম কি?

উত্তৰঃ সকলো কাম চোৱা-চিতা কৰা।

২১। পানী ওলাই যাবৰ বাবে নলা-নর্দমাৰ ব্যৱস্থা আছে/নাই।

উত্তৰঃ নাই।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top