Class 4 Environmental Studies Additional Chapter 8 আমাৰ উৎসৱ

Class 4 Environmental Studies Additional Chapter 8 আমাৰ উৎসৱ Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 8 আমাৰ উৎসৱ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 8

ADDITIONAL QUESTION ANSWER

১। বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হৈছিল?

উত্তৰঃ বহাগ মাহত পৱিত্ৰ দিনত।

২। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বছৰটোৰ বিশেষ দিনটোত কি কৰে?

উত্তৰঃ নীতি-নিয়ম মানি চলে, উলহ- মালহেৰে।

৩। আমাৰ মাজত কিহৰ একতাৰ ভাব গঢ়ি উঠে?

উত্তৰঃ মিলা-প্রীতি।

৪। অসম এখন কি ৰাজ্য?

উত্তৰঃ কৃষি।

৫। কৃষি সৰহ সংখ্যক লোকেই কিহৰ সৈতে জড়িত?

উত্তৰঃ খেতি-বাতিৰ।

৬। ভাৰতত কৃষিৰ লগত জড়িত থকা কেইটা উৎসৱ পালন কৰা হয়?

উত্তৰঃ তিনিটা।

৭। আমাৰ অসমৰ জাতীয় উৎসৱটো কি?

উত্তৰঃ বিহু।

৮। বিহুক কৃষিভিত্তিক  কি উৎসৱ বুলি গণ্য কৰা হয়?

উত্তৰঃ কৃষিভিত্তিক।

৯। বিহু কেইটা?

উত্তৰঃ ব’হাগ বিহু, কাতি বিহু, মাঘ বিহু।

১০। ব’হাগ বিহু কেতিয়া পৰা আৰম্ভ হয়?

উত্তৰঃ চ’ত মাহৰ শেষৰ দিনাৰ।

১১। বিহু কেইদিনলৈ চলে?

উত্তৰঃ সাতদিন।

১২। বিহুৰ প্ৰথম দিনটো কি?

উত্তৰঃ গৰু বিহু।

১৩। ব’হাগ বিহু দ্বিতীয় দিনটো কি বিহু হিচাপে পালন কৰা হয়?

উত্তৰঃ মানুহ বিহু।

১৪। ব’হাগ বিহুক কি বুলি কোৱা হয়?

উত্তৰঃ ৰঙালী বিহু।

১৫। ব’হাগ বিহুৰ পঞ্চম দিনটো কি বিহু বুলি কোৱা হয়?

উত্তৰঃ নাঙলৰ বিহু।

১৬। দোমাহীত কাতি বিহু কেতিয়া পালন কৰা হয়?

উত্তৰঃ আহিন আৰু কাতি মাহৰ সংক্রান্তি।

১৭। মাঘ বিহু কেতিয়া পালন কৰা হয়?

উত্তৰঃ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা।

১৮। কৃষিৰ কাৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠিত কৰা হয়?

উত্তৰঃ কৃষিৰ।

১৯। মহাৰাষ্ট্ৰৰ কি উৎসৱ পালন কৰা হয়?

উত্তৰঃ ‘গণেশ চতুর্থী’।

২০। কেৰালা ৰাজ্যত কি উৎসৱ পালন কৰিছিল?

উত্তৰঃ ‘ওনাম’।

২১। ‘চট্ পূজা’ মানে কি?

উত্তৰঃ সূৰ্য দেৱতা।

২২। ওনাম কোন প্ৰান্তত অৱস্থিত?

উত্তৰঃ ভাৰতৰ দক্ষিণ-পশ্চিম।

২৩। কেৰেলা ৰাজ্যৰ প্ৰধান উৎসৱটোৰ নাম কি?

উত্তৰঃ ‘ওনাম’।

২৪। পোংগল উৎসৱ তামিলনাডু কোন ৰাজ্যত উদযাপন কৰা হয়? 

উত্তৰঃ তামিলনাডু।

২৫। কোন উৎসঁৱক ভোগালী বিহুৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ পোংগল উৎসৱ।

২৬। দেৱালী কি?

উত্তৰঃ পোহৰৰ উৎসৱ।

২৭। বৌদ্ধধর্মৰ প্রবর্তক কোন?

 উত্তৰঃ বুদ্ধদেৱ। 

২৮। বুদ্ধদেৱৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ ব’হাগ মাহৰ পূর্ণিমা তিথি।

২৯। যীশুখ্ৰীষ্টৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ২৫ তাৰিখে ডিচেম্বৰ মাহত।

৩০। গুৰনানক জয়ন্তী কেতিয়া পালন কৰা হয়?

উত্তৰঃ কাতি মাহৰ পূর্ণিমা তিথি।

৩১। শিখ ধৰ্মৰ প্রবর্তক কোন আছিল?

উত্তৰঃ গুৰনানক।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top