Class 4 Environmental Studies Additional Chapter 6 বায়ু আৰু আমাৰ চৌপাশ

Class 4 Environmental Studies Additional Chapter 6 বায়ু আৰু আমাৰ চৌপাশ Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 6 বায়ু আৰু আমাৰ চৌপাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 6

ADDITIONAL QUESTION ANSWER

১। বায়ু ক’ত আছে?

উত্তৰঃ বায়ু সকলোতে আছে।

২। বায়ু কি পদাৰ্থ?

উত্তৰঃ গেছীয় মিশ্ৰ পদাৰ্থ।

৩। বায়ু আমি চকুৰে দেখা পাওঁনে?

উত্তৰঃ নাপাওঁ।

৪। উদ্ভিদ আৰু প্রাণী সকলোৱে উশাহ-নিশাহ ল’বলৈ কি ব্যৱহাৰ কৰে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বায়ু।

৫। বায়ু নহ’লে আমি জীয়াই থাকিব পাৰোঁনে?

উত্তৰঃ নোৱাৰোঁ।

৬। এটা গিলাচত পানী ভৰাই তাত শুকান মাটিৰ সৰু চপৰা এটা পেলাই দিয়া। পানীত বুৰবুৰণি ওলোৱা দেখিছানে? এই বুৰবুৰণিবোৰ কিহৰ বাবে ওলাইছে?

উত্তৰঃ বায়ুৰ।

৭। মাটিৰ চপৰাৰ ভিতৰত বায়ু সোমাই থাকেনে?

উত্তৰঃ থাকে।

৮। এটা বেলুন লোৱা আৰু ফুলোৱা। বেলুনটোৰ ভিতৰত কি সোমাল?

উত্তৰঃ বায়ু সোমাল।

৯। বতাহ লাহে লাহে বলিলে তাক কি বুলি কোৱা হয়?

উত্তৰঃ মৃদু বতাহ বা ফিৰফিৰীয়া বতাহ।

১০। বতাহ বৰ জোৰেৰে বলিলে তাক আমি বুলি কওঁ?

উত্তৰঃ ধুমুহা বতাহ।

১১। গৰমৰ দিনত বতাহ বলিলে কি পৰি যায়?

উত্তৰঃ গা-মন জুৰ।

১২। বায়ুত কি মিহলি হৈ থাকে?

উত্তৰঃ বিভিন্ন গেছ।

১৩। আমাৰ বাবে কোনটো গেছ বৰ প্ৰয়োজনীয়?

উত্তৰঃ অক্সিজেন গেছ।

১৪। প্রাণী আৰু উদ্ভিদ সকলোকে জীয়াই থাকিবলৈ কোনবোৰ গেছৰ প্ৰায়োজন হয়?

উত্তৰঃ অক্সিজেন গেছ।

১৫। সাগৰৰ তললৈ যোৱা ডুবাৰুসকলে অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ যায়?

উত্তৰঃ অক্সিজেন গেছৰ চিলিণ্ডাৰ।

১৬। উশাহ-নিশাহ ল’বলৈ কষ্ট পোৱা ৰোগীক কি দিয়া হয়?

উত্তৰঃ অক্সিজেন।

১৭। বায়ুত কিমান শতাংশ অক্সিজেন গেছ থাকে?

উত্তৰঃ 21%

১৮। কোনবোৰ গেছে জুই জ্বলাত সহায় কৰে?

উত্তৰঃ অক্সিজেন গেছ।

১৯। প্ৰাণী আৰু উদ্ভিদৰ শ্বসনত গেছ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ অক্সিজেন গেছ।

২০। বায়ুমণ্ডলত কিমান ভাগ নাইট্রজেন থাকে?

উত্তৰঃ চাৰি ভাগৰ তিনিভাগেই নাইট্রজেন (78%)।

২১। বায়ুমণ্ডলত কিমান শতাংশ কার্বন-ডাই-অক্সাইড থাকে?

উত্তৰঃ 0.03%

২২। জীৱই নিশাহত কি গেছ উৎপন্ন কৰে?

উত্তৰঃ কার্বন-ডাই-অক্সাইড গেছ।

২৩। প্ৰাণী আৰু উদ্ভিদৰ বস্তু জ্বলালে কি গেছৰ উৎপন্ন হয়?

উত্তৰঃ কার্বন-ডাই-অক্সাইড।

২৪। আমি নিশাহত এৰি দিয়া গেছবিধৰ নাম কি?

উত্তৰঃ কার্বন- ডাই-অক্সাইড। 

২৫। জুই নুমুৱাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ কার্বন-ডাই অক্সাইড।

২৬। বায়ুত থকা আন এবিধ গেছৰ নাম কি আছিল?

উত্তৰঃ নাইট্র’জেন। 

২৭। ৰাসায়নিক সাৰ প্ৰস্তুত কৰাত সময়ত কি ব্যৱহাৰ কৰা হয়?

উত্তৰঃ নাইট্র’জেন গেছ।

২৮। ছিগাৰেটৰ ধোঁৱাই মানুহৰ কি বেমাৰ সৃষ্টি কৰিব পাৰে?

উত্তৰঃ কৰ্কটৰোগ।

২৯ । দূষিত বায়ুৰ পৰা কি কি বেমাৰ হয়?

উত্তৰঃ মূৰৰ বিষ, চকুৰ অসুখ।

৩০। বায়ু প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পৰা যায়?

উত্তৰঃ গাড়ী-মটৰ কমকৈ ব্যৱহাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top