Class 4 Environmental Studies Additional Chapter 10 আমাৰ ৰাজ্যখন

Class 4 Environmental Studies Additional Chapter 10 আমাৰ ৰাজ্যখন Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 10 আমাৰ ৰাজ্যখন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 10

ADDITIONAL QUESTION ANSWER

১। ৰাষ্ট্ৰীয় চৰাই নাম লিখা।

উত্তৰঃ ময়ুৰ।

২। ভাৰতৰ প্ৰথম প্রধানমন্ত্রী কোন আছিল?

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু।

৩। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোক কি  দিৱস হিচাপে পালন কৰা হয়?

উত্তৰঃ শিশু দিৱস।

৪। শিশু দিৱস কেতিয়া পালন কৰা হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ১৪ নৱেম্বৰত।

৫। জাতিৰ পিতা কোন আছিল?

উত্তৰঃ মহাত্মা গান্ধী।

৬। মহাত্মা গান্ধীয়ে কাৰ বিৰুদ্ধে অহিংস আন্দোলন কৰি আমাৰ দেশ স্বাধীন কৰিছিল?

উত্তৰঃ ইংৰাজসকলৰ।

৭। গৰমৰ বন্ধত বিৰিণাই দেউতাকৰ লগত ক’ত ফুৰিবলৈ গৈছিল?

উত্তৰঃ শিলচৰ।

৮। ডিমা হাছাও জিলাৰ ওখ পর্বতশ্রেণীৰ নাম কি?

উত্তৰঃ বৰাইল।

৯। অসমৰ মাজেৰে কোনটো নদী বৈ গৈছে?

উত্তৰঃ ব্রহ্মপুত্র।

১০। অসমৰ গাতে লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ বাংলাদেশ, চীন দেশ।

১১। অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা ঠাই এখনৰ নাম কি?

উত্তৰঃ কাৰ্বি আংলং।

১২। মানুহৰ বৈজ্ঞানিকৰ নাম কি?

উত্তৰঃ হোমোচেপিয়ান।

১৩। সমগ্ৰ জীৱ-জগতক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ দুটা ভাগত। 

১৪। অসমৰ প্রধান নৈ দুখনৰ নাম কি?

উত্তৰঃ ব্রহ্মপুত্ৰ আৰু বৰাক।

১৫। অসমক প্ৰধানকৈ কেইটা প্রাকৃতিক বিভাগত ভাগ কৰা হয়?

উত্তৰঃ তিনিটা।

১৬। ডিমা হাছাও কোন অঞ্চলত অৱস্থিত?

উত্তৰঃ পাহাৰীয়া অঞ্চলত।

১৭। উচ্চ বৰাইল পাহাৰ ক’ত অৱস্থিত?

উত্তৰঃ কার্বি আংলং জিলাত।

১৮। জীৱ বিৱৰ্তনৰ জনক কোন?

 উত্তৰঃ চাৰ্লচ ডাৰউইন।

১৯। প্ৰাণী দেহত হৰমন সৃষ্টিকাৰী গ্ৰন্থিক কি  বোলে?

উত্তৰঃ এণ্ডোক্ৰিন গ্ৰন্থি।

২০। ব্ৰহ্মপুত্ৰৰ উপনৈ এখনৰ নাম লিখা।

উত্তৰঃ চম্পাৱতী।

২১। বৰাক নদীৰ উপনৈ দুখনৰ নাম লিখা।

উত্তৰঃ মধুৰা, সোণাই।

২২। অসমৰ ৰাজধানী ক’ত অৱস্থিত?

উত্তৰঃ দিছপুৰ।

২৩। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন কি আছিল?

উত্তৰঃ স্বতন্ত্ৰ ৰাষ্ট্ৰ।

২৪। কোন চনত ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়?

উত্তৰঃ ১৮২৬ চনত।

২৫। বৰ্তমান অসমত কেইখন জিলা আছে?

উত্তৰঃ ৩৫ খন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top