Class 4 Environmental Studies Additional Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ

Class 4 Environmental Studies Additional Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 11

ADDITIONAL QUESTION ANSWER

১। প্ৰাকৃতিক সম্পদৰ ভাগ কেইটা?

উত্তৰঃ চাৰিটা।

২। অসমৰ প্ৰধান শস্য কি?

উত্তৰঃ ধান।

৩। মাছ ক’ত থাকে?

উত্তৰঃ পানীত।

৪। প্ৰাকৃতিক সম্পদ কেই ধৰণৰ?

উত্তৰঃ দুই ধৰণৰ।

৫। অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

৬। ধান, মাহ, সৰিয়হ আদি নানাবিধ শস্য আৰু ফল-মূল আমি ক’ৰ পৰা পাওঁ?

উত্তৰঃ কৃষিৰ পৰা।

৭। বনজ সম্পদৰ নাম লিখা।

উত্তৰঃ জীৱ-জন্তু ( বাঘ, ভালুক)।

৮। বনজাত সম্পদসমূহৰ কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ দুইটা।

৯। অসমৰ অৰণ্য অঞ্চলে মুঠ মাটিকালি প্রায় কিমান শতাংশ নিৰূপণ কৰিছে?

উত্তৰঃ ৩০ শতাংশ।

১০। পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ আমাক অধিক গছপুলি ৰুব লাগে?

উত্তৰঃ গছপুলি।

১১। অসমত বন্যপ্রাণীসমূহৰ সুৰক্ষাৰ বাবে কি আছে?

উত্তৰঃ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য।

১২। কাজিৰঙা, মানস, নামেৰী ৰাষ্ট্ৰীয় উদ্যানত কি সংৰক্ষণৰ প্ৰকল্প আছে?

উত্তৰঃ বাঘ।

১৪। প্রকৃতিক ভাল পোৱা আমাৰ মাজৰ এজন বিখ্যাত ব্যক্তিজন কোন আছিল?

উত্তৰঃ ‘অৰণ্য-মানৱ’ যাদব পায়েং।

১৫। কিমান চনত পদ্মশ্রী সম্মানেৰে সম্মানিত কৰে?

উত্তৰঃ ২০১৫ চনত।

১৬। কোন চনত ‘ভাৰতৰ অৰণ্য মানৱ’ (Forest Man of India) খ্যাতিৰে বিভূষিত কৰে?

উত্তৰঃ ২০১২ চনৰ ২২ এপ্রিল।

১৭। কোন দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ‘ভাৰতৰ অৰণ্য মানৱ’ (Forest Man of India) খ্যাতিৰে বিভূষিত কৰিছিল?

উত্তৰঃ ‘ধৰিত্রী দিৱস’ৰ দিনা।

১৮। অসমক কি ৰাজ্য বুলি কোৱা হয়।

উত্তৰঃ পনীয়া সোণৰ ৰাজ্য।

১৯। খনিজ সম্পদ কি কি?

উত্তৰঃ কয়লা, চূণশিল।

২০। অসমত চূণশিল ক’ত পোৱা যায়?

উত্তৰঃ কাৰ্বি আংলং জিলাত।

২১। মটৰ গাড়ী, ৰে’ল গাড়ী আদিত কি হিচাপে ব্যৱহাৰ কৰোঁ?

উত্তৰঃ ইন্ধন।

২২। খাৰুৱা তেলৰ লগত পোৱা কোনটো গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়?

উত্তৰঃ প্রাকৃতিক গেছক।

২৩। আমি ব্যৱহাৰ কৰি থকা মমবাতি, ভেচলিন, আলকতৰা ক’ৰ পৰা তৈয়াৰ কৰা হয়?

উত্তৰঃ খাৰুৱা তেলৰ পৰা।

২৪। ৰে’ল গাড়ী, কল-কাৰখানা চলাবলৈ হ’লে কি কয়লা ব্যৱহাৰ কৰা হয়?

উত্তৰঃ কয়লা।

২৫। চুণশিল এবিধ কি সম্পদ?

উত্তৰঃ খনিজ সম্পদ।

২৬। চুণশিলৰ পৰা কি প্রস্তুত কৰা হয়?

উত্তৰঃ বিলাতী মাটি, চিমেণ্ট।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top