Class 4 Environmental Studies Additional Chapter 12 অসমৰ কুটীৰ শিল্প

Class 4 Environmental Studies Additional Chapter 12 অসমৰ কুটীৰ শিল্প Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 12 অসমৰ কুটীৰ শিল্প

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 12

ADDITIONAL QUESTION ANSWER

১। কাৰ জৰিয়তে অসমত বিভিন্ন ক্ষুদ্র উদ্যোগ গঢ় লৈ উঠিছে?

উত্তৰঃ কুটীৰ শিল্পৰ।

২। অসম বাঁহ-বেত, পাট-মুগা, কাঁহ-পিতল কাৰ বাবে বিখ্যাত?

উত্তৰঃ মৃৎ শিল্পৰ।

৩। বাঁহ বেতেৰে তৈয়াৰ কৰা এবিধ সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ চালনী।

৪। অসমত কি শিল্পকেন্দ্র গঢ়ি উঠিছে?

উত্তৰঃ কাঁহ-পিতল।

৫। কাঁহেৰে তৈয়াৰী এবিধ সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ শৰাই।

৬। অসমৰ এটা কুটিৰ শিল্পৰ নাম লিখা।

উত্তৰঃ সৰ্থেবাৰীৰ কাঁহশিল্প।

৭। তাঁত-শালৰ সঁজুলিৰ নাম লিখা।

উত্তৰঃ কাঠ, বাঁহ, বেত।

৮। গৰমৰ দিনত পিন্ধা আৰামদায়ক কাপোৰবোৰ কি সূতাৰে তৈয়াৰী?

উত্তৰঃ কপাহী।

৯। তাঁত-শালত কি কৰা হয়?

উত্তৰঃ কাপোৰ বোৱা হয়।

১০। একেলগে তাঁত-শাল পাতি কাপোৰ বোৱাকে কি বুলি কোৱা হয়?

উত্তৰঃ বয়ন কেন্দ্র।

১১। অসমৰ কোন ঠাইত পাট-মুগা কাপোৰৰ বাবে বিখ্যাত?

উত্তৰঃ শুৱালকুছি, ঢকুৱাখনা।

১২। মাটিৰে কি তৈয়াৰ কৰা হয়?

উত্তৰঃ প্ৰতিমা, কলহ।

১৩। মৃৎশিল্পৰ অন্যতম আকর্ষণটো কি?

উত্তৰঃ ‘টেৰাকোটা’।

১৪। কুটিৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ ঘৰ।

১৫। যিবোৰ বস্তু নতুনকৈ সৃষ্টি কৰা হয় সেইবোৰক কি বস্তু বোলে? 

উত্তৰঃ উৎপাদিত বস্তু।

১৬। আমাৰ অসম ৰাজ্যৰ কি শিল্পৰ ক্ষেত্ৰত চহকী?

উত্তৰঃ কুটিৰ শিল্পৰ।

১৭। অসম কি শিল্পৰ বাবে বিখ্যাত?

উত্তৰঃ আশাৰীকান্দি।

১৮। অসমৰ কোন জিলাত বাঁহ-বেতৰ বিভিন্ন বস্তু আৰু জাপিৰ বাবে জনাজাত। 

উত্তৰঃ নলবাৰী জিলা।

১৯। পাটী আৰু বেতৰ বস্তু কোন জিলাত উৎপাদন হয়? 

উত্তৰঃ কাছাৰ জিলা।

২০। মুখাশিল্প ক’ত অৱস্থিত?

উত্তৰঃ মাজুলী।

২১। পাট-মুগা কোন ঠাইত অৱস্থিত?

উত্তৰঃ ঢকুৱাখনা।

২২। আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্রী নাম লিখা?

উত্তৰঃ চাকি, লোটা, কলহ।

২৩। মৃৎশিল্পত আলতীয়া আৰু বালিচহীয়া মাটি মিহলাই লৈ মাটিৰে কি বস্তু তৈয়াৰ কৰা হয়?

উত্তৰঃ মূর্তি, পূতলা।

২৪। পিতল শিল্প ক’ত অৱস্থিত?

উত্তৰঃ সৰ্থেবাৰী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top