Class 4 Environmental Studies Additional Chapter 13 শিৱসাগৰলৈ যাত্ৰা

Class 4 Environmental Studies Additional Chapter 13 শিৱসাগৰলৈ যাত্ৰা Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 13 শিৱসাগৰলৈ যাত্ৰা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 13

ADDITIONAL QUESTION ANSWER

১। মিলি আৰু জিন্টুৱে কাৰ সৈতে গুৱাহাটীৰ পল্টনবজাৰত থকা ৰে’লষ্টেচনত পুৱা ৰৈ আছে?

উত্তৰঃ মাকৰ।

২। মিলি আৰু জিন্টুৰ আইতাকৰ ঘৰ ক’ত আছিল?

উত্তৰঃ শিৱসাগৰত।

৩। মিলি আৰু জিন্টুৱে মাকৰ সৈতে শিৱসাগৰত থকা কাৰ ঘৰ পালেহি?

উত্তৰঃ মামাকৰ ঘৰ।

৪। আগৰ দিনৰ এবিধ বাচন-বৰ্তনৰ নাম লিখা। 

উত্তৰঃ বানকাঁহী।

৫। শিৱসাগৰত থকা এটা কীর্তিচিহ্নৰ নাম লিখা।

উত্তৰঃ তলাতল ঘৰ। 

৬। শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা।

উত্তৰঃ জয়সাগৰ পুখুৰী। 

৭। দুবিধ যান-বাহনৰ নাম লিখা।

উত্তৰঃ ঠেলা, গৰুগাড়ী। 

৮। তোমালোকৰ যোৱাকালিৰ ৰে’লৰ যাত্ৰাটো কেনে আছিল? – এই কথাষাৰ কোনে কৈছিল- মিলি আৰু জিন্টুক।

উত্তৰঃ আইতা।

৯। গৰম বন্ধত মিলি আৰু জিন্টুৱে কাৰ ঘৰত ফুৰিবলৈ গৈছিল?

উত্তৰঃ আইতাকৰ ঘৰত।

১০। মাকৰ লগত মিলি আৰু জিন্টুৱে ৰে’লত উঠিবলগীয়া কিমান সময় বাকী আছিল?

উত্তৰঃ ৫০ মিনিট।

১১। আপোনাৰ ৰে’লখনৰ নির্ধাৰিত সময়ত কিমান? 

উত্তৰঃ ৪৫ ৰ পৰা ৬০।

১২। মায়ে লৰালৰিকৈ কলৈ গৈছিল?

উত্তৰঃ টিকট কাউন্টাৰ।

১৩। কেইটা টিকট সংগ্রহ কৰি আনিছিল?

উত্তৰঃ দুইটা টিকট।

১৪। গুৱাহাটীৰপৰা শিৱসাগৰলৈ ৰে’লেৰে আহোঁতে কেইটা ষ্টেচন পাৰ হৈ আহিলা?

উত্তৰঃ ১৫ টা ষ্টেচন।

১৫। আগৰ দিনত এঠাইৰপৰা আন এঠাইলৈ যাবলৈ হ’লে কিহত যাব লগা হৈছিল?

উত্তৰঃ গৰু গাড়ী, ঘোঁৰাগাড়ী।

১৬। নৈৰ পাৰ হ’বলৈ হ’লে নাও একমাত্র কিহৰ ব্যৱস্থা আছিল?

উত্তৰঃ নাওৰ ব্যৱস্থা।

১৭। আগৰ ৰজা-মহাৰজাসকলে কিহৰ লগত উঠিও যুদ্ধ কৰিছিল?

উত্তৰঃ হাতী, ঘোঁৰা আৰু নাৱত।

১৮। পাচলি বাৰীত সোমাই মিলি আৰু জিন্টু আইতাকৰ সৈতে কি কি পাচলি ছিঙি খৰাহীত ভৰাই আনিলে?

উত্তৰঃ তিয়হ, ভেণ্ডী, জিকা।

১৯। আগৰ দিনত মানুহে বেলি মূৰৰ ওপৰ পালেহি মানে কি সময় অনুমান কৰিছিল?

উত্তৰঃ দুপৰীয়া হ’ল।

২০। এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰা কাৰ্যটোক কি বোলে?

উত্তৰঃ যাতায়াত। 

২১। মিলি আৰু জিন্টুৰ মাকে কিহৰ টিকট সংগ্ৰহ কৰিছিল?

উত্তৰঃ ৰে’লৰ টিকট।

২২। মিলি আৰু জিন্টুৱে আইতাকৰ ঘৰত দেখা পোৱা পুৰণিদিনীয়া কাঁহী-বাটিবোৰৰ নাম লিখা।

উত্তৰঃ বানকাঁহী, বাটি, কলহ, কাঁহী।

২৩। আহোম স্বৰ্গদেউ শিৱসিংহৰ নামত খন্দোৱা শিৱসাগৰ পুখুৰীৰ পাৰত গঢ়ি উঠা চহৰখনৰ নাম কি?

উত্তৰঃ শিৱসাগৰ। 

২৪। শিৱসাগৰ চহৰৰ পুৰণি নাম কি আছিল?

উত্তৰঃ ৰংপুৰ। 

২৫। আহোম ৰাজ্যৰ ৰাজধানী ক’ত আছিল?

উত্তৰঃ ৰংপুৰ।

২৬। শিৱসাগৰ চহৰৰ ওচৰে-পাজৰে আহোম স্বৰ্গদেউসকলে নির্মাণ কৰা কীর্তিচিহ্নৰ নাম লিখা।

উত্তৰঃ কাৰেংঘৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top