Class 4 Environmental Studies Additional Chapter 14 আমাৰ অধিকাৰ

Class 4 Environmental Studies Additional Chapter 14 আমাৰ অধিকাৰ Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.

Class 4 Environmental Studies Additional Chapter 14 আমাৰ অধিকাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.

Chapter – 14

ADDITIONAL QUESTION ANSWER

১। কেন্দুগুৰি গাঁৱৰ পৰা কিমান কিলোমিটাৰ আঁতৰৰ এটা পাহাৰীয়া অঞ্চল?

উত্তৰঃ ৬০ কিলোমিটাৰ।

২। বিদ্যালয়ত ছাত্র-ছাত্রীসকলে কিহৰ বাবে শাৰী পাতি সাজু হৈছিল?

উত্তৰঃ প্রাতঃ সভাৰ।

৩। শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে দুপৰীয়াৰ আহাৰ ক’ত গ্ৰহণ কৰিছিল?

উত্তৰঃ বিদ্যালয়ত।

৪। লিংগ-বৈষম্য মানে কি? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ল’ৰা।

৫। কেইটা বজাত বাছত উঠি উভতি আহিল?

উত্তৰঃ ৩ মান বজাত।

৬। কিহৰ অধিকাৰৰ বাবে সংগ্রাম চলাইছিল?

উত্তৰঃ শিশুৰ অধিকাৰ।

৭। পাকিস্তানৰ মালালা ইউচফযাই আৰু ভাৰতৰ কৈলাশ সত্যার্থীক কোন চনত নোবেল বঁটা প্রদান কৰা হৈছিল?

উত্তৰঃ ২০১৪ চনত।

৮। শিশুৰ বিনামূলীয়া শিক্ষাৰ আইন কেতিয়া প্রণয়ন কৰা হয়?

উত্তৰঃ ২০০৯ চনত।

৯। শিক্ষাৰ আইন অনুসৰি কিমান বছৰৰ পৰা কিমান বছৰলৈকে প্রাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক?

উত্তৰঃ ৬ৰ পৰা ১৪ বছৰ বয়স।

১০। ‘শিশু-শ্রমিক আইন’ কেতিয়া প্রণয়ন কৰে?

উত্তৰঃ ১৯৮৬ চনত।

১১। ‘শিশু সুৰক্ষা দিৱস’ কেতিয়া পালন কৰা হয়?

উত্তৰঃ ৪ মাৰ্চ।

১২। শিশুৰ অধিকাৰৰ বাবে থকা এখন আইনৰ নাম লিখা।

উত্তৰঃ শিক্ষাৰ আইন।

১৩। বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰামান কি দেখিলে?

উত্তৰঃ খেতি। 

১৪। আমাৰ দেশৰ চৰকাৰে শ্রমিক আইন কোন চনত প্রণয়ন কৰে?

উত্তৰঃ ১৯৮৬ চনত।

১৫। শিক্ষাৰ আইন কোন চনত প্রৱর্তন? 

উত্তৰঃ ২০০৯ চনত।

১৬। ৰাষ্ট্ৰসংঘই কিমান চনত ‘শিশুৰ অধিকাৰ’ আঁচনিখন গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯৫৯ চনত।

১৭। ভাৰতবৰ্ষই কিমান চনত ‘শিশুৰ বাবে ৰাষ্ট্ৰীয় নীতি’ প্ৰৱৰ্তন কৰে?

উত্তৰঃ ১৯৭৪ চনত।

১৮। কোন চনত ভাৰতবৰ্ষই ‘শিশুৰ অধিকাৰ আইন’ গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯৯২ চনৰ ১১ ডিচেম্বৰত।

১৯। মালালা ইউচফযাই কোন দেশৰ বাসিন্দা?

উত্তৰঃ পাকিস্তানৰ।

২০। কোনে শিক্ষাৰ বাবে সংগ্রাম চলাইছিল?

উত্তৰঃ মালালা ইউচফযাই।

২১। কোনে সন্ত্রাসবাদীৰ আক্ৰমণৰ বলি হ’ব লগাত পৰিছিল?

উত্তৰঃ মালালা ইউচফযাই।

২২। আমাৰ ভাৰতবৰ্ষতো বহু বছৰৰ পৰা শিশুসকলৰ অধিকাৰৰ বাবে কোনে সংগ্রাম কৰি আহিছে?

উত্তৰঃ কৈলাশ সত্যার্থী।

২৩। কেন্সাৰ বেমাৰৰ মুখ্য কাৰণ কি?

উত্তৰঃ ধঁপাত সেৱন কৰা।

২৪। আন্তর্জাতিক যোগ দিবস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ২১ জুন তাৰিখে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top