🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 Swadesh Adhyayan MCQ Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা

Class 11 Swadesh Adhyayan MCQ Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা Solutions, HS 1st Year Swadesh Adhyayan MCQ Notes, Class 11 Swadesh Adhyayan MCQ Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Swadesh Adhyayan MCQ Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা and select needs one.

Class 11 Swadesh Adhyayan MCQ Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Swadesh Adhyayan Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Swadesh Adhyayan MCQ Notes for All Subject, You can practice these here.

অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা

Chapter – 1

SWADSH ADHYAYAN

MULTIPLE CHOICE QUESTION ANSWER

১। অসমৰ মুঠ মাটিকালি হৈছে-

(ক) ৭৮, ৪২৩ বৰ্গ কিলোমিটাৰ।

(খ) ৮৭, ৪২৩ বৰ্গ কিলোমিটাৰ।

(গ) ৯৭, ৪২৩ বৰ্গ কিলোমিটাৰ।

(ঘ) ৪৭, ৪২৩ বৰ্গ কিলোমিটাৰ।

উত্তৰঃ (ক) ৭৮, ৪২৩ বৰ্গ কিলোমিটাৰ।

২। বৰ্তমান অসমৰ মুঠ জিলা-

(ক) ৩৫ খন।

(খ) ৩০ খন।

(গ) ৩৩ খন।

(ঘ) ২৮ খন।

উত্তৰঃ (ক) ৩৫ খন।

৩। উত্তৰ-পূৰ্বাঞ্চলৰ আয়তন হৈছে-

(ক) ২,৫৫, ০৮৩ বৰ্গ কিলোমিটাৰ।

(খ) ২,৫৬, ০৮৩ বৰ্গ কিলোমিটাৰ।

(গ) ২,৫৫, ০৭৩ বৰ্গ কিলোমিটাৰ।

(ঘ) ২,৫৫, ০৮৪বৰ্গ কিলোমিটাৰ।

উত্তৰঃ (ক) ২,৫৫, ০৮৩ বৰ্গ কিলোমিটাৰ।

৪। ভূ-প্ৰাকৃতিক গঠন অনযুায়ী অসমৰ প্ৰধান ভাগ কেইটা?

(ক) ২ টা।

(খ) ৩ টা।

(গ) ৪ টা।

(ঘ) ৬ টা।

উত্তৰঃ (খ) ৩ টা।

৫। তলৰ কোনটো অসমৰ ভৌগলিক অৱস্থান শুদ্ধ-

(ক) ২৪৹ ৩/ উত্তৰ অক্ষৰে খাৰ পৰা ২৭৹৫৮/ উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ৮৯৹৫/ পূব দ্ৰাঘিমাংশৰ পৰা ৯৬৹১/ পূব দ্ৰাঘিমাংশলৈ।

(খ) ২৪৹ ৩/ দক্ষিণ অক্ষৰেখাৰ পৰা ২৭৹৫৮/ দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ৮৯৹৫/ পূব দ্ৰাঘিমাংশৰ পৰা ৯৬৹১/ পূব দ্ৰাঘিমাংশলৈ।

(গ) ২৪৹ ৩/ দক্ষিণ অক্ষৰেখাৰ পৰা ২৮৹৫৮/ দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ৮৯৹৫/ পূব দ্ৰাঘিমাংশৰ পৰা ৯৬৹২/ পূব দ্ৰাঘিমাংশলৈ।

(ঘ) ২০৹ ৩/ উত্তৰ অক্ষৰে খাৰ পৰা ২০৹৫৮/ উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ৮৯৹৫/ পূব দ্ৰাঘিমাংশৰ পৰা ৯৬৹১/ পূব দ্ৰাঘিমাংশলৈ।

উত্তৰঃ (ক) ২৪৹ ৩/ উত্তৰ অক্ষৰেখাৰ পৰা ২৭৹৫৮/ উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ৮৯৹৫/ পূব দ্ৰাঘিমাংশৰ পৰা ৯৬৹১/ পূব দ্ৰাঘিমাংশলৈ।

৬। কোন দুখন বিদেশী ৰাষ্ট্ৰ অসমৰ সীমান্তত অৱস্থিত-

(ক) পাকিস্তান আৰু বাংলাদেশ।

(খ) চীন আৰু ভূটান।

(গ) ভূটান আৰু বাংলাদেশ।

(ঘ) নেপাল আৰু ভূটান।

উত্তৰঃ (গ) ভূটান আৰু বাংলাদেশ।

৭। অসমৰ সৈতে সীমা ভাগ বতৰা কৰি থকা ৰাজ্য সমহূ হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু____________।

(ক) পশ্চিম বংগ।

(খ) ছিক্কিম।

(গ) উত্তৰ প্ৰদেশ।

(ঘ) কোচবিহাৰ।

উত্তৰঃ (ক) পশ্চিম বংগ।

৮। অসমৰ মালভূমি অঞ্চলৰ আয়তন হৈছে–

(ক) ৭৪,০০০ বৰ্গ কিলোমিটাৰ।

(খ) ৭৮,০০০ বৰ্গ কিলোমিটাৰ।

(গ) ৭০,০০০ বৰ্গ কিলোমিটাৰ।

(ঘ) ৭২,০০০ বৰ্গ কিলোমিটাৰ।

উত্তৰঃ (ক) ৭৪,০০০ বৰ্গ কিলোমিটাৰ।

৯। ____________ সমভূমিয়ে কাৰ্বি ৰেংমা মালভূমিক ডিমা হাচাওৰ বৰাইল ভংগিল পৰ্বতমালাৰ পৰা পৃথক কৰিছে।

(ক) কপিলী ডবকা।

(খ) হামৰেণ।

(গ) বৰাক।

(ঘ) ডামবকুচ্।

উত্তৰঃ (ক) কপিলী ডবকা।

১০। কাৰ্বি মালভূমিৰ উচ্চতম স্থান হৈছে–

(ক) সিংহাসন।

(খ) হিমাগিৰি।

(গ) বৰাক।

(ঘ) ডামবকুচ্।

উত্তৰঃ (ঘ) ডামবকুচ্।

১১। কপিলী অৱবাহিকাৰ পশ্চিমে অৱস্থিত কাৰ্বি মালভূমিৰ বাকী অংশক ____________ নামেৰে জনা যায়।

(ক) সিংহাসন।

(খ) হিমাগিৰি।

(গ) বৰাক।

(ঘ) হামৰেণ।

উত্তৰঃ (ঘ) হামৰেণ।

১২। পাটকাই পৰ্বতশাৰী ম্যানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনাজাত?

(ক) ৰেগু’ য়মা।

(খ) হিমাগিৰি।

(গ) আৰাকান য়মা।

(ঘ) হামৰেণ।

উত্তৰঃ (ক) ৰেগু’ য়মা।

১৩। পাটকাই পৰ্বতশাৰী ম্যানমাৰৰ উত্তৰ অংশত কি নামেৰে জনাজাত?

(ক) ৰেগু’ য়মা।

(খ) হিমাগিৰি।

(গ) আৰাকান য়মা।

(ঘ) হামৰেণ।

উত্তৰঃ (ক) আৰাকান য়মা।

১৪। বৰাইল পৰ্বত শ্ৰেণী কোন জিলাত অৱস্থিত?

(ক) কাৰ্বি আংলং।

(খ) ডিমা হাছাও।

(গ) হাইলাকান্দি।

(ঘ) পশ্চিম কাৰ্বি আংলং।

উত্তৰঃ (খ) ডিমা হাছাও।

১৫। জাতিংগা ক’ত অৱস্থিত?

(ক) কাৰ্বি আংলং।

(খ) ডিমা হাছাও।

(গ) হাইলাকান্দি।

(ঘ) পশ্চিম কাৰ্বি আংলং। 

উত্তৰঃ (খ) ডিমা হাছাও।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top