🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 Swadesh Adhyayan MCQ Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট

Class 11 Swadesh Adhyayan MCQ Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট Solutions, HS 1st Year Swadesh Adhyayan MCQ Notes, Class 11 Swadesh Adhyayan Objective Types Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Swadesh Adhyayan MCQ Question Answer in Assamese and select needs one.

Class 11 Swadesh Adhyayan MCQ Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Swadesh Adhyayan Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Swadesh Adhyayan MCQ Notes for All Subject, You can practice these here.

অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট

Chapter – 2

SWADSH ADHYAYAN

MULTIPLE CHOICE QUESTION ANSWER

১। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? 

(ক) ৩১,২০,৫৫৭৬

(খ) ৩২, ২০, ৫৫৭৬

(গ) ২৮, ২০, ৫৫৭৬

(ঘ) ২২, ২০, ৫৫৭৬

উত্তৰঃ (ক) ৩১,২০,৫৫৭৬

২। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰাম্য অঞ্চলৰ জনসংখ্যা কিমান? 

(ক) ৮৬%

(খ) ৮৫%

(গ) ৫৫%

(ঘ) ৬৬%

উত্তৰঃ (ক) ৮৬%

৩। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ  নগৰ অঞ্চলৰ জনসংখ্যা কিমান? 

(ক) ১৫%

(খ) ১৪%

(গ) ৩৫%

(ঘ) ৫০%

 উত্তৰঃ (খ) ১৪%

৪। অসমত প্ৰতি হেজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান?

(ক) ১৫%

(খ) ১৪%

(গ) ৩৫%

(ঘ) ৫০%

উত্তৰঃ (খ) ১৪%

৫। অসমত নগৰৰ সংখ্যা কিমান?

(ক) ২১৪ খন। 

(খ) ৩১৫ খন। 

(গ) ৫০১ খন। 

(ঘ) ৬০২ খন।  

উত্তৰঃ (ক) ২১৪ খন। 

৬। অসমত নগৰৰ সংখ্যা কিমান?

(ক) ২৫৩৯৫ খন। 

(খ) ২৫৩৯৬ খন। 

(গ) ২৭৩৯৫ খন। 

(ঘ) ৫০০ খন। 

উত্তৰঃ (ক) ২৫৩৯৫ খন। 

৭। বৰ্তমান অসমৰ জিলাৰ স কিমান?

(ক) ২৮ খন। 

(খ) ৩০ খন। 

(গ) ৩৫ খন।

(ঘ) ৩২ খন। 

উত্তৰঃ (গ) ৩৫ খন। 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top