Class 11 Swadesh Adhyayan MCQ Chapter 3 সম্পদ

Class 11 Swadesh Adhyayan MCQ Chapter 3 সম্পদ Solutions, HS 1st Year Swadesh Adhyayan MCQ Notes, Class 11 Swadesh Adhyayan Objective Types Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Swadesh Adhyayan MCQ Question Answer in Assamese and select needs one.

Class 11 Swadesh Adhyayan MCQ Chapter 3 সম্পদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Swadesh Adhyayan Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Swadesh Adhyayan MCQ Notes for All Subject, You can practice these here.

সম্পদ

Chapter – 3

SWADSH ADHYAYAN

MULTIPLE CHOICE QUESTION ANSWER

১। কাৰ মতে, “সম্পদৰ অৰ্থ কোনো পণ্য বা পদাৰ্থ নহয়, কিন্তু যদি তাৰ উপযোগিতা আৰু কাৰ্য্যক্ষমতা থাকে তেন্তে সম্পদ হিচাপে গণ্য কৰিব পাৰি”?

(i) অধ্যাপক জিমাৰমেন।

(ii) ইউনেস্কো।

(iii) ইৰাট’ষ্টেনিছ।

(iv) জেমছ ৰেনেল।

উত্তৰঃ (i) অধ্যাপক জিমাৰমেন।

২। তলৰ কোনটোক জৈৱিক সম্পদ বুলি জনা যায়?

(i) জীৱিত বস্তু।

(ii) অজীৱ।

(iii) মানৱসৃষ্ট সম্পদ।

(iv) মানৱ সম্পদ।

উত্তৰঃ (i) জীৱিত বস্তু।

৩। যিবোৰ সম্পদ অজীৱিত বা জীৱন বা মৃত্যু নথকা, সেইবোৰে কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰে বা প্ৰাকৃতিকভাৱে গজা নহয়-

(i) জৈৱিক সম্পদ।

(ii) অজৈৱিক সম্পদ।

(iii) মানৱসৃষ্ট সম্পদ।

(iv) মানৱ সম্পদ।

উত্তৰঃ (ii) অজৈৱিক সম্পদ।

৪। অজৈৱিক সম্পদৰ উদাহৰণ হ’ল-

(i) কয়লা।

(ii) ভেড়া।

(iii) হৰিণ।

(iv) বেন গছ।

উত্তৰঃ (i) কয়লা।

৫। তলৰ কোনটো মৃত পশু গ্ৰাহক-

(i) শগুণ।

(ii) উইচ্ছু।

(iii) ভেড়া।

(iv) জেব্ৰা।

উত্তৰঃ (i) শগুণ।

৬। গাঁথনিৰ ওপৰত ভিত্তি কৰি সম্পদসমূহ হ’ল –

(i) অজৈৱিক আৰু জৈৱিক।

(ii) নবীকৰণযোগ্য আৰু নবীকৰণযোগ্য নহোৱা।

(iii) প্ৰাকৃতিক আৰু মানৱসৃষ্ট।

(iv) ওপৰৰ কোনোটোৱেই নহয়।

উত্তৰঃ (i) অজৈৱিক আৰু জৈৱিক।

৭। প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি সম্পদসমূহ হ’ল-

(i) অজৈৱিক আৰু জৈৱিক।

(ii) নবীকৰণযোগ্য আৰু নবীকৰণযোগ্য নহোৱা।

(iii) প্ৰাকৃতিক আৰু মানৱসৃষ্ট।

(iv) ওপৰৰ কোনোটোৱেই নহয়।

উত্তৰঃ (iii) প্ৰাকৃতিক আৰু মানৱসৃষ্ট।

৮। অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান?

(i) ৭ খন।

(ii) ৫ খন।

(iii) ৮ খন।

(iv) ১০ খন।

উত্তৰঃ (i) ৭ খন।

৯। ভাৰতত কিমানখন ৰাষ্ট্ৰীয় উদ্যান?

(i) ১৫৩ খন।

(ii) ১৫৬ খন।

(iii) ১০৬ খন।

(iv) ১০ খন।

উত্তৰঃ (iii) ১০৬ খন।

১০। অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য?

(i) ৭ খন।

(ii) ১৫ খন।

(iii) ১৭ খন।

(iv)১০ খন।

উত্তৰঃ (iii) ১৭ খন।

১১। ভাৰতত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য?

(i) ৭১৭ খন।

(ii) ১৫৫ খন।

(iii) ১০০০০ খন।

(iv) ৫৬৫ খন।

উত্তৰঃ (iv) ৫৬৫ খন।

১২। তলৰ কোনখন অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান?

(i) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

(ii) মানাহ ৰাষ্ট্ৰীয় উদ্যান।

(iii) ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

(iv) নামবৰ ৰাষ্ট্ৰীয় উদ্যান।

উত্তৰঃ (i) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

১৩। তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ সৰু?

(i) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

(ii) মানাহ ৰাষ্ট্ৰীয় উদ্যান।

(iii) ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

(iv) নামবৰ ৰাষ্ট্ৰীয় উদ্যান।

উত্তৰঃ (iii) ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

১৪। তলৰ কোনটো অসমৰ সৰ্ববৃহৎ বন্যপ্ৰাণী অভয়াৰণ্য?

(i) মাৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য।

(ii) নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য।

(iii) আমচাং বন্যপ্ৰাণী অভয়াৰণ্য।

(iv) গৰাম্পানী বন্যপ্ৰাণী অভয়াৰণ্য।

উত্তৰঃ (i) মাৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য।

১৫। তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ আটাইতকৈ সৰু?

(i) দীপৰ বিল।

(ii) নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য।

(iii) আমচাং বন্যপ্ৰাণী অভয়াৰণ্য।

(iv) গৰাম্পানী বন্যপ্ৰাণী অভয়াৰণ্য।

উত্তৰঃ (i) দীপৰ বিল।

১৬। গৰাম্পানী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত?

(i) গোলাঘাট।

(ii) কাৰ্বি আংলং।

(iii) নগাঁও।

(iv) যোৰহাট।

উত্তৰঃ (ii) কাৰ্বি আংলং।

১৭। দিহিং পাটকাই তলত উল্লেখ কৰা দুখন জিলাৰ কোনখন জিলাত অৱস্থিত?

(i) গোলাঘাট- যোৰহাট।

(ii) কাৰ্বি আংলং- গোলাঘাট।

(iii) ডিব্ৰুগড়-তিনচুকীয়া।

(iv) ডিব্ৰুগড়-শিৱসাগৰ।

উত্তৰঃ (iii) ডিব্ৰুগড়-তিনচুকীয়া।

১৮। ভাৰতৰ প্ৰথম তেল শোধনাগাৰ কোনটো আছিল?

(i) নুমলীগড় তেল শোধনাগাৰ।

(ii) ডিগবৈ তেল শোধনাগাৰ।

(iii) নুনমাটি তেল শোধনাগাৰ।

(iv) কোচি শোধনাগাৰ।

উত্তৰঃ (ii) ডিগবৈ তেল শোধনাগাৰ।

১৯। ডিগবৈ শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল?

(i) ১৯০১ চনত।

(ii)১৯১১ চনত।

(iii)১৯২১ চনত।

(iv)১৯৩০ চনত।

উত্তৰঃ (i) ১৯০১ চনত।

২০। তলৰ কোনটো অসমৰ ৰামছৰ ছাইট?

(i) গৰাম্পানী।

(ii) নামবৰ।

(iii) দীপৰ বিল।

(iv) বৰাইল।

উত্তৰঃ (iii) দীপৰ বিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top