Class 11 Swadesh Adhyayan Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা

Join Telegram channel

Class 11 Swadesh Adhyayan Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা, স্বদেশ অধ্যয়ন Class 11 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 11 Swadesh Adhyayan Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা Question Answer can be of great value to excel in the examination.

Class 11 Swadesh Adhyayan Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা Notes covers all the exercise questions in HS 1st Year Swadesh Adhyayan Textbooks. The Assam Board Class 11 Swadesh Adhyayan Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা

Chapter – 1

অনুশীলনী প্রশ্নোত্তৰ

১। (ক) অসম ৰাজ্যই সমগ্র ভাৰবৰ্ষৰ কিমান শতাংশ ঠাই আগুৰি আছে? 

উত্তৰঃ ২.৯৩ শতাংশ।

(খ) অসমৰ সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্র দুখনৰ নাম লিখা?

উত্তৰঃ ভূটান আৰু বাংলাদেশ।

(গ) অসমন সিমান্তৱৰ্তী ভাৰতী প্রশাসন ব্যৱস্থাৰ অন্তর্ভুক্ত ৰাজ্যকেইখনৰ নাম একাৰ্ধিক্রমে লিখা? 

উত্তৰঃ অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপূৰ, মিজোৰাম, মেঘালয় আৰু পশ্চিম বংগ।

(ঘ) অসমৰ মালভূমি অঞ্চলৰ আয়তন কিমান? 

উত্তৰঃ 9800 বৰ্গ কিলোমিটাৰ।

(ঙ) কাৰ্বি পেংমা মালভূমিক ঘৰাইল ভংগিল পর্বত মালাৰ পৰা পৃথক কৰা সমভূমিমন নাম কি?

উত্তৰঃ কপিলী ডবকা সমভূমি।

(চ) চেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি?

উত্তৰঃ ছাত্র ছাত্ৰী নিজে কৰা।

(ছ) পাটকাই পর্বতশাৰী ম্যানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনাজাত? 

উত্তৰঃ ৰেওয়’ মা নামেৰে জনাজাত।

(জ) হিমালয় পর্বতমালাৰ পাদদেশেত ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশত অবস্থিত পূৰ্ব জোনাইল পৰা পশ্চিমে সোণকোষলৈ বিস্তৃত পলসুৰা ভূমিখণ্ডক কি নামেৰে জনা যায়।

উত্তৰঃ ভাবৰ টৰাই নামাৰে জনা যায়।

(ঝ) বৰগংগা অসমৰ কোনখন নদীৰ উপনদী?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ।

(ঞ) মাজুলীৰ উত্তৰেৰে লৈ যোৱা ব্ৰহ্মপুত্ৰৰ সূতি টোৰ নাম কি?

উত্তৰঃ খেৰসূতী টুনি।

(ট) বৰাক সমভূমি খনৰ গড় নতি কিমান?

উত্তৰঃ প্ৰতি কিলোমিটাৰত ২০ কিলোমিটাৰ।

২। বৰাইল পৰ্বত শ্ৰেণী কোন দুটা ভূ-তাত্ত্বিক যুগত সৃষ্টি হৈছিল?

উত্তৰঃ ইয়োচিন আৰু আলিগ’ চিন।

৩। লোভা জলধাৰাই কোন দুটা যুগৰ শিলাখণ্ডৰে গঠিত দুটা ভূ-খণ্ডক পৃথক কৰিছে।

উত্তৰঃ লোভা জলধাৰাই গণ্ডোয়া জুগৰ শিলাখণ্ডৰে গঠিত মেঘালয় মালভূমিক টাচিয়াৰি যুগত সৃষ্টি হোৱা স্তৰীভূত শিলাৰে গঠিত বৰাইল পাহাৰ শ্ৰেণীক পৃথক কৰিছে।

৪। অসমত ”ডাবৰ-টৰাই অঞ্চল” কোন দুটা স্থানৰ মাজত অৱস্থিত?

উত্তৰঃ জোনাই আৰু সোনকোষ।

৫। ব্ৰহ্মপুত্ৰৰ দক্ষিন পাৰত অৱস্থিত গিৰিপদী সমভূমিখন কোন দুখন স্থানৰ মাজত দেখা যায়।

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন গোলাঘাট জিলাৰ বাগৰিৰ পৰা পূৰ্বলৈ ডিব্ৰুগড় পৰ্যন্ত দুখন স্থানৰ মাজত দেখা যায়।

৬। অসমৰ জলবায়ুক ক্লাডিমিৰ কোপনে কি জলবায়ু প্ৰতিৰূপৰ অন্তৰ্ভূক্ত কৰিছে।

উত্তৰঃ উপক্ৰান্তিয় খৰাং শীত গুৰুতাপীয়।

৭। বৰাক উপত্যকাৰ আন এটা নাম কি?

উত্তৰঃ বৰাক উপত্যকাৰ আন এটা নাম হল সুৰমা।

৮। ৰঙালী বিহুৰ আশে পাশে প্ৰবাহিত বায়ুক অসমত কি নামেৰে জনা যায়?

উত্তৰঃ বৰদৈচিলা নামেৰে জনা যায়।

৯। অসমত মৌচুমী বতাহৰ গতিবেগ নিৰ্ভৰ কৰে।

(ক) বায়ুৰ চাপৰ তীব্ৰতাৰ গতি

 (খ) ভূ-প্রাকৃতি 

(গ) বন্ধুতৰা

(ঘ) উপৰোক্ত ক, খ, আৰু গ এই অটাইকেইটাৰ ওপৰত।

উত্তৰঃ (ঘ) উপৰোক্ত ক, খ, আৰু গ এই অটাইকেইটাৰ ওপৰত।

১০। অসমৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰি মূল ভূ-প্ৰকৃতিক বিভাগকেইটা চিহ্নিত কৰা?

উত্তৰঃ

১১। কর্কট ক্রান্তি ৰেখা অসমৰ কোন ফালেৰে পাৰ হেছে? 

(ক) উত্তৰ দিশেৰে। 

(খ) দক্ষিণ দিশেৰে। 

(গ) সোমাজেৰে।

(ঘ) একেবাৰে পূব ফালেৰে।

উত্তৰঃ ছাত্ৰ ছাত্ৰী নিজে কৰা।

১২। অসমযৰ গড় হিচাপত গ্ৰীষ্ম আৰু শীত কালত উষ্ণতাৰ পৰিমাণ কিমান? 

উত্তৰঃ গ্রীষ্ম কালত ২৮° ছেলছিয়াছ আৰু শীত কালত ১৩° ছেলছিয়াছ।

১৩। গ্রীষ্ম আৰু শীতকালত গড় হিচাপে অসমৰ বৃষ্টিপাতৰ পৰিমাণ কিমান? 

উত্তৰঃ গ্রীষ্ম কালত 220 ছেন্টিমিটাৰ আৰু শীত কাল ১২° ছেন্টিমিটাৰ।

১৪। অসমৰে জলবায়ু কোনবোৰ কাৰকাৰ ওপৰত নির্ভৰ কৰে?

উত্তৰঃ (১) উপক্রান্তীয় অৱস্থান।

(২) ভূ-প্রকৃতি আৰু বন্ধুৰতা।

(৩) বংগোপ সাগৰৰ উত্তৰ পশ্চিম আৰু পূব দিশত সৃষ্টি হোৱা সম্পূর্ণ বিপৰীতমুখী আৰু বিপৰীতধর্মী চাপবলয় আৰু সেইবোৰ ঋতু অনুযায়ী সাময়িকভাবে স্থান পৰিবর্তন। 

(৪) ক্রান্তীয় সামুদ্রিক বায়ু প্রভাবত প্রভাব। 

(৫) স্থানীয় পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা বলা বায়ুপ্রবাহ।

১৫। অসমত কোন অঞ্চলত কংকৰ মিশ্রিত ৰঙামাটি পোৱা যায়?

উত্তৰঃ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু ব্রহ্মপুত্র উপত্যকাৰ উজনি অঞ্চলৰ পাহাৰৰ প্ৰদেশৰ ঠায়ে ঠায়ে পোৱা যায়।

১৬। অসমত ব্যাপক ধ​ৰনে পোৱা কোনবিধ মাটিত সাধাৰনতে চূন, অয়ডিন, পটাছ, ফছফৰাছ অদি নাথাকে।

উত্তৰঃ ৰঙামাটি।

১৭। হিউমাছ কি?

উত্তৰঃ হিউমাছ এটা লেটিন শব্দ যাৰ অভিধানিক অৰ্থ হঽল মাটি বা পৃথিৱী। আনহাতে মাটিত থকা জৈৱ পদাৰ্থৰ ওপৰত কিছুমান অণুজীৱই ক্ৰিয়া কৰাৰ বাবে এইবোৰৰ ৰূপান্তৰ ঘটি এনে এটা অৱস্থা পায়গৈ যে আৰু পৰিৱৰ্তন সম্ভৱ নহয়।

১৮। চাহখেতিৰ বাবে অসমৰ কোনবিধ মাটি উৎকৃষ্ট?

উত্তৰঃ ফছফৰাছ যুক্ত মাটি।

১৯। নতুন পলসুৱা মাটি অসমৰ কোন দুটা প্লাৱনভূমিত পোয়া যায়।

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উওৰ অৰু দক্ষিণ পাৰৰ প্লাৱনভূমিত পোয়া যায়।

২০। অসমত বহলভিতত্তিক বিভক্ত কৰা মাটিৰ শ্ৰেণী কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ চাৰিটা শ্ৰেণীত বিভক্ত। সেইকেইটা হল– পলসুৱা মাটি, পাহাৰীয়া মাটি, ৰঙা মাটি আৰু কৱকৰ বা লেটেৰাইট মাটি। 

1 thought on “Class 11 Swadesh Adhyayan Chapter 1 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্রাকৃতিক বিভাগ জলবায়ু আৰু মৃক্তিকা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top