Class 11 Sociology MCQ Chapter 8 পৰিৱেশ আৰু সমাজ Solutions, HS 1st year Sociology Objective Type Question Answer, Class 11 Sociology MCQ Chapter 8 পৰিৱেশ আৰু সমাজ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Notes and select needs one.
Class 11 Sociology MCQ Chapter 8 পৰিৱেশ আৰু সমাজ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology MCQ Solutions for All Subject, You can practice these here.
পৰিৱেশ আৰু সমাজ
Chapter – 8
SOCIOLOGY
MULTIPLE CHOICE QUESTION ANSWER
১। ভূপাল ঔদ্যোগিক দুৰ্ঘটনা কেতিয়াবা ঘটিছিল—
(ক) ১৯৮৪ চনৰ ২ ডিচেম্বৰ।
(খ) ১৯৯৫ চনৰ ৫ নৱেম্বৰ।
(গ) ১৭৮৫ চনৰ ৪ অক্টোবৰ।
(ঘ) ১৮৮৪ চনৰ ২ ডিচেম্বৰ।
উত্তৰঃ (ক) ১৯৮৪ চনৰ ২ ডিচেম্বৰ।
২। ‘The next war in the middle east will be fought over water, not politics’ উক্তি শাৰী কোনে কৈছিল—
(ক) শৰৎ চন্দ্ৰ ৰয়।
(খ) জি. এছ. ঘুৰী।
(গ) সচিব ড° বুট্ৰোছ ঘালী।
(ঘ) ইমাইল দুৰখেইম।
উত্তৰঃ (গ) সচিব ড° বুট্ৰোছ ঘালী।
৩। ‘Fun and Food Village Water and Amusement Park’ ক’ত আছে —
(ক) মেঘালয়।
(খ) নাগপুৰ।
(গ) মণিপুৰ।
(ঘ) ভূটান।
উত্তৰঃ (খ) নাগপুৰ।
৪। পৰিৱেশ শব্দটো কোনটো ভাষাৰ পৰা আহিছে—
(ক) গ্ৰীক।
(খ) লেটিন।
(গ) ইটালী।
(ঘ) ফৰাচী।
উত্তৰঃ (ঘ) ফৰাচী।
৫। ইউনিয়ন কাৰ্বাইড নামৰ এক ব্যৱসায়িক গোটে কিমান চনত কীটনাশক দ্ৰব্য প্ৰস্তুতৰ কাৰখানা স্থাপনৰ বাবে অনুমতি দিয়া হৈছিল—
(ক) ১৯৮৮
(খ) ১৯৭৭
(গ) ১৮৭৭
(ঘ) ১৮৬৫
উত্তৰঃ (খ) ১৯৭৭
৬। পৰিৱেশৰ ভাগ কেইটা —
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) ছয়টা।
উত্তৰঃ (ক) দুটা।
৭। ভৌতিক পৰিৱেশৰ ভাগ কেইটা—-
(ক) এটা।
(খ) দুটা।
(গ) তিনিটা।
(ঘ) চাৰিটা।
উত্তৰঃ (খ) দুটা।
৮। সামাজিক পৰিৱেশৰ ভাগ কেইটা—
(ক) ছয়টা।
(খ) আঠটা।
(গ) চাৰিটা।
(ঘ) দুটা।
উত্তৰঃ (ঘ) দুটা।
৯। ২০১০ চনৰ চীনৰ ভূমিকম্পৰ প্ৰায় কিমান হাজাৰ মানুহৰ মৃত্যু হৈছে–
(ক) এক হাজাৰ।
(খ) দুই হাজাৰ।
(গ) পাঁচ হাজাৰ।
(ঘ) ছয় হাজাৰ।
উত্তৰঃ (খ) দুই হাজাৰ।
১০। ২০০১ চনৰ লোকপিয়লৰ তথ্য মতে, যোৱা ১০ বছৰৰ নগৰীয়া লোকৰ সংখ্যা কিমান শতাংশ বৃদ্ধি পাইছে–
(ক) ৪%
(খ) ৫%
(গ) ৮%
(ঘ) ৯%
উত্তৰঃ (ক) ৪%
১১। গ্ৰাম্য জনসাধাৰণৰ মূল বৃত্তি কি —
(ক) সমাজ।
(খ) প্ৰকৃতি।
(গ) কৃষি।
(ঘ) পৰিৱেশ।
উত্তৰঃ (গ) কৃষি।
১২। জীৱজগত আৰু পৰিৱেশৰ সম্বন্ধ অধ্যয়ন হ’ল—
(ক) ভূগোল।
(খ) পৰিস্থিতি।
(গ) শৰীৰ বিজ্ঞান।
(ঘ) জীৱ বিজ্ঞান।
উত্তৰঃ (ঘ) জীৱ বিজ্ঞান।
১৩। উদ্যোগিক সমাজত কৃষি হ’ল—
(ক) সহায়ক।
(খ) আন এক উদ্যোগ।
(গ) জীৱনৰ পন্থা।
(ঘ) গুৰুত্বহীন।
উত্তৰঃ (খ) আন এক উদ্যোগ।
১৪। শব্দ প্ৰদূষণ জড়িত নাথাকে—
(ক) চিকিৎসানুষ্ঠান।
(খ) শিক্ষানুষ্ঠান।
(গ) ধৰ্মীয় অনুষ্ঠান।
(ঘ) সাংস্কৃতিক অনুষ্ঠান।
উত্তৰঃ (ক) চিকিৎসানুষ্ঠান।
১৫। কি প্ৰদূষণে ভূপাল দুৰ্ঘটনা সংঘটিত কৰিছিল—
(ক) শব্দ প্ৰদূষণ।
(খ) পানী প্ৰদূষণ।
(গ) বায়ু প্ৰদূষণ।
(ঘ) মাটি প্ৰদূষণ।
উত্তৰঃ (গ) বায়ু প্ৰদূষণ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.