Class 11 Sociology MCQ Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা Solutions, HS 1st year Sociology Objective Type Question Answer, Class 11 Sociology MCQ Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Notes and select needs one.
Class 11 Sociology MCQ Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology MCQ Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা Notes for All Subject, You can practice these here.
গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা
Chapter – 7
SOCIOLOGY
MULTIPLE CHOICE QUESTION ANSWER
১। ‘Protestant ethics and the spirit of Capitalism’ — গ্ৰন্থৰ লেখক কোন–
(ক) চাৰ্লছ ৰবাৰ্ট ডাৰউইন।
(খ) মেকআইভাৰ আৰু পেজ।
(গ) লাণ্ড বাৰ্গ।
(ঘ) মেক্স ৱেবাৰ।
উত্তৰঃ (ঘ) মেক্স ৱেবাৰ।
২। সামাজিক পৰিৱৰ্তনৰ বিৱতৰ্ন সিদ্ধান্তটো কোনে আগবঢ়াইছিল—
(ক) কাৰ্ল মাৰ্ক্স।
(খ) ইমাইল দুৰখেইম।
(গ) চাৰ্লছ ৰবাৰ্ট ডাৰউইন।
(ঘ) এম. এন. শ্ৰীনিবাস।
উত্তৰঃ (গ) চাৰ্লছ ৰবাৰ্ট ডাৰউইন।
৩। ‘Origin of Species’ গ্ৰন্থখনৰ লেখক কোন —
(ক) চাৰ্লছ ৰবাৰ্ট ডাৰউইন।
(খ) চি. এ. মোজা।
(গ) পি. ভি. য়ঙ।
(ঘ) ই. এ. ডব্লিউ বাৰ্গেচ।
উত্তৰঃ (ক) চাৰ্লছ ৰবাৰ্ট ডাৰউইন।
৪। ‘ইতিহাস মানেই শ্ৰেণী সংগ্ৰামৰ ইতিহাস’ কোনে কৈছিল—
(ক) পি. ভি. য়ঙ।
(খ) ডি. পি. মুখাৰ্জী।
(গ) জি. এছ. ঘুৰী।
(ঘ) কাৰ্ল মাৰ্ক্স।
উত্তৰঃ (ঘ) কাৰ্ল মাৰ্ক্স।
৫। ‘যোগ্য ভোগ্য বসুন্ধৰা’ কথাষাৰ পোন প্ৰথমে কোনে কৈছিল—
(ক) এম. এন. শ্ৰীনিবাস।
(খ) শৰৎ চন্দ্ৰ ৰায়।
(গ) চাৰ্লছ ৰবাৰ্ট ডাৰউইন।
(ঘ) এ. আৰ. দেশাই।
উত্তৰঃ (গ) চাৰ্লছ ৰবাৰ্ট ডাৰউইন।
৬। ‘সামাজিক পৰিৱৰ্তন মানে সামাজিক সমন্ধৰ পৰিৱৰ্তন’ এই ব্যক্যশাৰীৰ উদ্ভাৱক কোন—
(ক) এ. আৰ. দেশাই।
(খ) মেকআইভাৰ আৰু পেজ।
(গ) মেক্স ৱেবাৰ।
(ঘ) ই. এ. ডব্লিউ বাৰ্গেচ।
উত্তৰঃ (খ) মেকআইভাৰ আৰু পেজ।
৭। ‘The Origin of Species’ নামৰ গ্ৰন্থখন কিমান চনত প্ৰকাশ কৰিছিল—
(ক) ১৮৫৮-৫৯
(খ) ১৮৭৫-৭৬
(গ) ১৮৬৬-৬৭
(ঘ) ১৮৮২-৮৩
উত্তৰঃ (ক) ১৮৫৮-৫৯
৮। ‘Protestant ethics and the spirit of Capitalism’ — গ্ৰন্থখন কোন চনত প্ৰকাশ কৰিছিল—
(ক) ১৯০৫
(খ) ১৯০৯
(গ) ১৮০৯
(ঘ) ১৯০৪
উত্তৰঃ (ঘ) ১৯০৪
৯। ‘মানুহ সমাজ প্রিয় প্ৰাণী ‘ বাক্যটো কাৰ—
(ক) মেক্স ৱেবাৰ।
(খ) ইমাইল দুৰখেইম।
(গ) চাৰ্লছ ৰবাৰ্ট ডাৰউইন।
(ঘ) শৰৎ চন্দ্ৰ ৰায়।
উত্তৰঃ (গ) চাৰ্লছ ৰবাৰ্ট ডাৰউইন।
১০। সামাজিক পৰিৱৰ্তন এটা বিশ্বজনীন প্ৰক্ৰিয়া—
(ক) হয়।
(খ) নহয়।
(গ) হবও পাৰে।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) হয়।
১১। বৃহৎ সংখ্যক লোকৰ যাতায়াতৰ বাবে মহানগৰৰ দ্ৰুত ব্যৱস্থাক কি বোলে—
(ক) বৈধতা।
(খ) জন-পৰিবহন।
(গ) প্ৰভাৱশীল জাতি।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) জন-পৰিবহন।
১২। “সামাজিক পৰিৱৰ্তনৰ অর্থ হ’ল সামাজিক সম্বন্ধৰ পৰিৱৰ্তন” কথাষাৰ কোনে কৈছিল—-
(ক) ইমাইল দুৰখেইম।
(খ) আগষ্ট ক’ট।
(গ) মেক আইভাৰ আৰু পেজ।
(ঘ) চাৰ্লছ ৰবাৰ্ট ডাৰউইন।
উত্তৰঃ (গ) মেক আইভাৰ আৰু পেজ।
১৩। সংমিশ্ৰণ কোন প্ৰকাৰৰ সমাজৰ এটা প্ৰধান বৈশিষ্ট্য—
(ক) সামাজিক পৰিৱৰ্তন।
(খ) বিবাদ।
(গ) আইন।
(ঘ) নগৰীয়া সমাজ।
উত্তৰঃ (ঘ) নগৰীয়া সমাজ।
১৪। সামাজিক পৰিৱৰ্তনৰ এটা কাৰণ কোনটো—
(ক) জনসংখ্যা বৃদ্ধি।
(খ) বিৱৰ্তন।
(গ) বৈপ্লৱিক পৰিৱৰ্তন।
(ঘ) প্ৰযুক্তিবিদ্যা।
উত্তৰঃ (ক) জনসংখ্যা বৃদ্ধি।
১৫। ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজৰ পৰিৱৰ্তনৰ কাৰণ কোনটো—
(ক) সামাজিক শৃংখলা।
(খ) সামাজিক পৰিৱৰ্তন।
(গ) উদ্যোগিককৰণ।
(ঘ) অপৰাধ।
উত্তৰঃ (গ) উদ্যোগিককৰণ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.