Class 11 Sociology MCQ Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ

Class 11 Sociology MCQ Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ Solutions, HS 1st year Sociology Objective Type Question Answer, Class 11 Sociology MCQ Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Notes and select needs one.

Class 11 Sociology MCQ Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology MCQ Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ Notes for All Subject, You can practice these here.

Chapter – 6

SOCIOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। ‘De La Division de Traxial Social’ গ্ৰন্থখনৰ লিখক কোন–

(ক) ইমাইল দুৰখেইম।

(খ) কাৰ্ল মাৰ্ক্স।

(গ) মেক্স ৱেবাৰ।

(ঘ) এম. এন. শ্ৰীনিবাছ।

উত্তৰঃ (ক) ইমাইল দুৰখেইম।

২। ‘Division of Labour in Society’ নামৰ বিখ্যাত গ্ৰন্থখন কোন লিখিছিল—

(ক) হাৱাৰ্ট স্পেনচাৰ।

(খ) মেক্স ৱেবাৰ।

(গ) কিংছলি ডেভিছ।

(ঘ) ইমাইল দুৰখেইম।

উত্তৰঃ (ঘ) ইমাইল দুৰখেইম।

৩। সহযোগিতাৰ প্ৰকাৰ কেইটা—

(ক) চাৰিটা।

(খ) ছয়টা।

(গ) দুটা।

(ঘ) তিনিটা।

উত্তৰঃ (গ) দুটা।

৪। ‘মানৱ জাতিৰ ইতিহাস হৈছে শ্ৰেণী সংগ্ৰামৰ ইতিহাস’ — এই উক্তিটো কাৰ—

(ক) পি.ভি. য়ঙ।

(খ) কাৰ্ল মাৰ্ক্স।

(গ) মেৰী ষ্টিভেনচন।

(ঘ) চি. এ. মোজাৰ।

উত্তৰঃ (খ) কাৰ্ল মাৰ্ক্স।

৫। প্ৰতিযোগিতাৰ প্ৰকাৰ কেইটা—

(ক) পাঁচটা।

(খ) ছয়টা।

(গ) সাতটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ক) পাঁচটা।

৬। সামাজিক স্তৰ কেইটা —

(ক) ছয়টা।

(খ) তিনিটা।

(গ) এটা।

(ঘ) দুটা।

উত্তৰঃ (ঘ) দুটা।

৭। ইমাইল দুৰখেইমে শ্ৰম বিভাজনক কেইটা ভাগত ভাগ কৰিছে —

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

৮। ‘সামাজিক প্ৰক্ৰিয়াই হৈছে সমাজিক সম্বন্ধ’ কথাষাৰ —

(ক) সচাঁ।

(খ) মিছা।

(গ) সচাঁ আৰু মিছা দুয়োটা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) সচাঁ।

৯। ‘Co-operation’ ইংৰাজী শব্দটো কোনটো ভাষাৰ পৰা আহিছে–

(ক) গ্ৰীক।

(খ) ৰোমান।

(গ) লেটিন।

(ঘ) জাৰ্মানী।

উত্তৰঃ (গ) লেটিন।

১০। সংঘৰ্ষৰ প্ৰকাৰ কেইটা —

(ক) দুটা।

(খ) পাঁচটা।

(গ) ছয়টা।

(ঘ) সাতটা।

উত্তৰঃ (ক) দুটা।

১১। সামাজিক সংৰচনাৰ এটা অংশ কি –

(ক) সমাজ।

(খ) সংস্থা।

(গ) প্ৰস্থিতি।

(ঘ) পৰিয়াল।

উত্তৰঃ (ঘ) পৰিয়াল।

১২। প্ৰস্থিতিৰ প্ৰকাৰ কেইটা—

(ক) এটা।

(খ) দুটা।

(গ) চাৰিটা।

(ঘ) ছয়টা।

উত্তৰঃ (খ) দুটা।

১৩। ‘Division of Labour in society’ নামৰ গ্ৰন্থখন কোন চনত প্ৰকাশ কৰিছিল—

(ক) ১৭৯২

(খ) ১৮৮৭

(গ) ১৮৭৮

(ঘ) ১৮৯৩

উত্তৰঃ (ঘ) ১৮৯৩

১৪। প্ৰতিযোগিতা কিমান শতিকাৰ মুক্ত অৰ্থনীতিৰ নীতিয়ে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছে—

(ক) ১৯ শতিকাৰ।

(খ) ২০ শতিকাৰ।

(গ) ১৪ শতিকাৰ।

(ঘ) ১৫ শতিকাৰ।

উত্তৰঃ (ক) ১৯ শতিকাৰ।

১৫। এটা গোটত বা সমাজত ব্যক্তিয়ে অধিকাৰ কৰা স্থান কোনটো—

(ক) মূল্যবোধ।

(খ) স্তৰীকৰণ।

(গ) প্ৰস্থিতি।

(ঘ) ভূমিকা।

উত্তৰঃ (গ) প্ৰস্থিতি।

১৬। যি প্ৰক্ৰিয়াৰ যোগেদি ব্যক্তিয়ে বা উমৈহতীয়া লক্ষ্য সাধনৰ বাবে কাম কৰে তাক—

(ক) প্ৰতিযোগিতা বোলে।

(খ) একতা বোলে।

(গ) সহযোগিতা বোলে।

(ঘ) সমন্বয় বোলে।

উত্তৰঃ (ক) প্ৰতিযোগিতা বোলে।

১৭। মুক্ত সামাজিক স্তৰীকৰণ কোনটো সমাজত সম্ভৱ হয়—

(ক) জনজাতি সমাজত।

(খ) জাতিগত সমাজত।

(গ) প্ৰজাতিগত সমাজত।

(ঘ) শ্ৰেণীগত সমাজত।

উত্তৰঃ (ঘ) শ্ৰেণীগত সমাজত।

১৮। নগৰীয়াবাদে কি বুজায়—

(ক) পৰিৱৰ্তন পদ্ধতিক।

(খ) পৰিৱৰ্তন প্ৰক্ৰিয়াক।

(গ) জীৱন প্ৰক্ৰিয়াক।

(ঘ) প্ৰজনন প্ৰক্ৰিয়াক।

উত্তৰঃ (খ) পৰিৱৰ্তন প্ৰক্ৰিয়াক।

২০। সংস্কৃতি মানে কি—

(ক) জন্মপ্ৰদত্ত আচৰণ।

(খ) আৰ্জিত আচৰণ।

(গ) জীৱন নির্বাহৰ কাৰ্য পদ্ধতি।

(ঘ) ওপৰৰ এটাও নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top