Class 11 Sociology MCQ Chapter 5 সমাজতত্ত্বঃ গৱেষণা পদ্ধতি

Class 11 Sociology MCQ Chapter 5 সমাজতত্ত্বঃ গৱেষণা পদ্ধতি Solutions, HS 1st year Sociology Objective Type Question Answer, Class 11 Sociology MCQ Chapter 5 সমাজতত্ত্বঃ গৱেষণা পদ্ধতি Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Notes and select needs one.

Class 11 Sociology MCQ Chapter 5 সমাজতত্ত্বঃ গৱেষণা পদ্ধতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology MCQ Chapter 5 সমাজতত্ত্বঃ গৱেষণা পদ্ধতি Notes for All Subject, You can practice these here.

Chapter – 5

SOCIOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। ‘Method of Social Survey and research’ নামৰ গ্ৰন্থখনৰ লেখক কোন —

(ক) পি. ভি. ইয়ং।

(খ) গোড আৰু হাট্ৰ ।

(গ) এছ. আৰ. বাজপায়।

(ঘ) মেক্স ৱেবাৰ।

উত্তৰঃ (গ) এছ. আৰ. বাজপায় । 

২। পৰ্যবেক্ষণ মূলতঃ কেই প্ৰকাৰৰ —

(ক) তিনি প্ৰকাৰৰ।

(খ) দুই প্ৰকাৰৰ।

(গ) ছয় প্ৰকাৰৰ।

(ঘ) চাৰি প্ৰকাৰৰ।

উত্তৰঃ (ঘ) চাৰি প্ৰকাৰৰ।

৩। ‘Scientific Social Survey and research’ নামৰ গ্ৰন্থখনৰ লেখক কোন—

(ক) পি. ভি. ইয়ং।

(খ) ইমাইল দুৰখেইম।

(গ) চি. এ. মোজাৰ।

(ঘ) জি. কেটনা।

উত্তৰঃ (ক) পি. ভি. ইয়ং।

৪। “Social Survey and Social Action” গ্ৰন্থৰ লেখক কোন—

(ক) চি. এ. মোজাৰ।

(খ) এছ. আৰ. বাজপায়।

(গ) এম. এন. শ্ৰীনিবাছ।

(ঘ) মাৰ্ক অবৰামছ।

উত্তৰঃ (ঘ) মাৰ্ক অবৰামছ।

৫। যিকোনো বিজ্ঞান আৰম্ভ হয় পৰ্যবেক্ষণৰ ওপৰত আৰু ইয়াৰ সভ্যতা প্ৰতিষ্ঠা কৰিবৰ কাৰণে শেষত পৰ্যবেক্ষণলৈ ঘূৰি আহিব লাগে । এই উক্তিশাৰী কোনে কৈছিল—

(ক) গোড আৰু হাট্ৰ।

(খ) মেক্স ৱেবাৰ।

(গ) পি. ভি. ইয়ং।

(ঘ) চি. এ. মোজাৰ।

উত্তৰঃ (ক) গোড আৰু হাট্ৰ ।

৬। সামাজিক জৰীপ সামাজিক সমস্যাৰ লগত জড়িত—-

(ক) হয়।

(খ) নহয়।

(গ) হবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) হয়।

৭। জৰীপ শব্দটো ইংৰাজীৰ কোনটো শব্দৰ পৰা আহিছে—

(ক) Method.

(খ) Logos.

(গ) Survey.

(ঘ) Research.

উত্তৰঃ (গ) Survey.

৮। সামাজিক গৱেষণাৰ উদ্দেশ্য কোনটো—

(ক) পদ্ধতি অনুমানৰ ওপৰত নিৰ্ভৰ কৰা।

(খ) সত্যতা উদ্ঘাটন কৰা।

(গ) এটা নিৰ্দিষ্ট সামাজিক অৱস্থাত এজন মানুহৰ আচৰণ প্ৰণালীক সূক্ষ্মভাৱে অধ্যয়ন কৰা। 

(ঘ) সমিতি মূৰ্ত প্ৰকাশ কিন্তু সংস্থা অমূৰ্ত প্ৰকাশ।

উত্তৰঃ (খ) সত্যতা উদ্ঘাটন কৰা।

৯। ‘Street Corner Society’ নামৰ বিখ্যাত গ্ৰন্থখন কোনে লিখিছিল—

(ক) পি. ভি. ইয়ং।

(খ) চি. এ. মোজাৰ।

(গ) ইমাইল দুৰখেইম।

(ঘ) উইলিয়াম ফুট হোৱাইটে।

উত্তৰঃ (ঘ) উইলিয়াম ফুট হোৱাইটে।

১০। ‘Indian Village’ নামৰ বিখ্যাত গ্ৰন্থখন কোনে লিখিছিল—

(ক) এছ. চি. ডুবে।

(খ) এম. এন. শ্ৰীনিবাসে।

(গ) উইলিয়াম ফুট হোৱাইটে।

(ঘ) মেক্স ৱেবাৰ।

উত্তৰঃ (ক) এছ. চি. ডুবে।

১১। ভাৰতৰ শেষৰ লোকপিয়ল কিমান আছিল–

(ক) ২০০১

(খ) ২০০৪

(গ) ২০১১

(ঘ) ২০০০

উত্তৰঃ (গ) ২০১১

১২। প্ৰথম বিশ্বযুদ্ধৰ সময়ত অষ্ট্ৰেলিয়া কোন সাম্ৰাজ্যৰ অধীনত আছিল—

(ক) ফৰাচী সাম্ৰাজ্যৰ।

(খ) ব্ৰিটিছ সাম্ৰাজ্যৰ।

(গ) আমেৰিকা সাম্ৰাজ্যৰ।

(ঘ) ৰুচ সাম্ৰাজ্যৰ।

উত্তৰঃ (খ) ব্ৰিটিছ সাম্ৰাজ্যৰ।

১৩। জৰীপত দেখা দিয়া ভুল, যিটো প্ৰধানকৈ আকৃতি প্ৰয়োগৰ সমাজত সৃষ্টি হয়—

(ক) অ-নমুনাকৃত ত্ৰুটি।

(খ) নমুনাকৃত ত্ৰুটি।

(গ) বস্তুনিষ্ঠতা।

(ঘ) প্ৰাথমিক তথ্য।

উত্তৰঃ (ক) অ-নমুনাকৃত ত্ৰুটি।

১৪। গৱেষকে নিজকে নিৰীক্ষণ বা বিশ্লেষণ কৰিব পৰা সামৰ্থ্য বা সক্ষমতা—

(ক) সামাজিক জৰীপ।

(খ) পৰ্যবেক্ষণ।

(গ) সামাজিক গৱেষণা।

(ঘ) প্ৰতিফলন।

উত্তৰঃ (ঘ) প্ৰতিফলন।

১৫। অংশগ্ৰহী পৰ্যবেক্ষণ কোনে আৰম্ভ কৰিছিল—

(ক) ইমাইল দুখেইম।

(খ) ব্ৰনিচল মেলিনৱছকি।

(গ) চি. এ. মোজাৰ।

(ঘ) জি. কেটনা।

উত্তৰঃ (খ) ব্ৰনিচল মেলিনৱছকি।

১৬। সামাজিক জীৱন উদ্ঘাটন, বিশ্লেষণ আৰু অনুধাৱন কৰাৰ এক প্ৰণালীবদ্ধ পদ্ধতি—উক্ত কথাষাৰ কোনে কৈছিল—-

(ক) এ. কেম্পৱেল।

(খ) জি. কেটনা।

(গ) ডোনাল্ড শ্লেইনজাৰ আৰু মেৰী ষ্টিভেনচন।

(ঘ) কোহেন আৰু নাগেল।

উত্তৰঃ (গ) ডোনাল্ড শ্লেইনজাৰ আৰু মেৰী ষ্টিভেনচন।

১৭। পৰিসংখ্যা বিজ্ঞানৰ মতে এটা বৃহৎ জনগোট য’ৰ পৰা নমুনা গ্ৰহণ কৰা হয়—

(ক) জনসমষ্টি।

(খ) প্ৰতিফলন।

(গ) নমুনা।

(ঘ) প্ৰশ্নসূচী।

উত্তৰঃ (ক) জনসমষ্টি।

১৮। যিকোনো ঘটনা সংঘটন কোনো এটাৰ মিল থকা বা অমিল হ’ব পৰা অৱস্থিটোক—

(ক) যাদৃচ্ছিকৰণ।

(খ) সম্ভাব্যতা।

(গ) স্তৰীকৰণ।

(ঘ) সামাজিক জৰীপ।

উত্তৰঃ (খ) সম্ভাব্যতা।

১৯। এক সৰ্বাত্মক জৰীপ কাৰ্য যি, কাৰ্যৰ যোগেদি জনসাধাৰণৰ প্ৰতিজন ব্যক্তিকে সাঙুৰি লোৱা হয়—

(ক) বংশৱলী।

(খ) সামাজিক গৱেষণা।

(গ) লোকপিয়ল।

(ঘ) প্ৰশ্নসূচী।

উত্তৰঃ (গ) লোকপিয়ল।

২০। মানুহৰ বাহ্যিক আচৰণ সমূহক পদ্ধতিগতভাৱে নিৰীক্ষণ কৰা বা তথ্য সংগ্ৰহ কৰা—

(ক) সাক্ষাৎকাৰ।

(খ) নমুনা।

(গ) অংশগ্ৰহী।

(ঘ) পৰ্যবেক্ষণ।

উত্তৰঃ (ঘ) পৰ্যবেক্ষণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top