Class 11 Sociology MCQ Chapter 4 সংস্কৃতি আৰু সমাজিকৰণ Solutions, HS 1st year Sociology Objective Type Question Answer, Class 11 Sociology MCQ Chapter 4 সংস্কৃতি আৰু সমাজিকৰণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Notes and select needs one.
Class 11 Sociology MCQ Chapter 4 সংস্কৃতি আৰু সমাজিকৰণ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology MCQ Chapter 4 সংস্কৃতি আৰু সমাজিকৰণ Notes for All Subject, You can practice these here.
সংস্কৃতি আৰু সমাজিকৰণ
Chapter – 4
SOCIOLOGY
MULTIPLE CHOICE QUESTION ANSWER
১। ‘Social Change’ গ্ৰন্থখনৰ লিখক কোন—
(ক) উইলিয়াম এফ. অগবৰ্ণ।
(খ) এডৱাৰ্ড টাইল।
(গ) ব্ৰনচিল মেলিনক্সি।
(ঘ) হেৰি. এম. জহনচন।
উত্তৰঃ (ক) উইলিয়াম এফ. অগবৰ্ণ।
২। সংস্কৃতি কেই প্ৰকাৰৰ—
(ক) এক।
(খ) দুই।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (খ) দুই।
৩। সংস্কৃতি আৰু সভ্যতা একে হয় নে—
(ক) হয়।
(খ) নহয়।
(গ) হবও পাৰে।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) নহয়।
৪। সমাজিকৰণৰ প্ৰথম প্ৰতিনিধি কোন—
(ক) সমাজ।
(খ) সংস্কৃতি।
(গ) পৰিয়াল।
(ঘ) সভ্যতা।
উত্তৰঃ (গ) পৰিয়াল।
৫। জনচনে সমাজিকৰণক কেইটা স্তৰত বিভক্ত কৰিছে–
(ক) দুটা।
(খ) চাৰিটা।
(গ) পাঁচটা।
(ঘ) ছয়টা।
উত্তৰঃ (খ) চাৰিটা।
৬। ‘Orality and Literacy’ কাৰ গ্ৰন্থ—-
(ক) ৱল্টাৰ এঙে।
(খ) কিংছলি ডেভিছ।
(গ) চাৰ্লছ হৰ্টন।
(ঘ) জৰ্জ হাৱাৰ্ট মিড।
উত্তৰঃ (ক) ৱল্টাৰ এঙে।
৭। ‘Human Society’ নামৰ গ্ৰন্থখন কাৰ—
(ক) ইমাইল দুৰখেইম।
(খ) আগষ্ট ক’ট।
(গ) কিংছলি ডেভিছ।
(ঘ) চাৰ্লছ হৰ্টন।
উত্তৰঃ (গ) কিংছলি ডেভিছ।
৮। “ব্যক্তিত্বৰ দাপোণত প্ৰতিবিম্ব” সিদ্ধান্তটি কোনে আগবঢ়াইছিল—
(ক) চাৰ্লছ হৰ্টন কুলে।
(খ) জৰ্জ হাৱাৰ্ট মিড।
(গ) হেৰি. এম. জনচন।
(ঘ) কিংছলি ডেভিছ।
উত্তৰঃ (ক) চাৰ্লছ হৰ্টন কুলে।
৯।”Human Nature and Social Order” নামৰ ৰচনাত সমাজিকৰণ কোনে আগবঢ়াইছে—-
(ক) উইলিয়াম এফ. অগবৰ্ণ।
(খ) এডৱাৰ্ড টাইল।
(গ) চাৰ্লছ হৰ্টন কুলে।
(ঘ) ব্ৰনচিল মেলিনক্সি।
উত্তৰঃ (গ) চাৰ্লছ হৰ্টন কুলে।
১০। সংস্কৃতিৰ মৌলিক উপাদান কোনটো—
(ক) শিক্ষা।
(খ) জনৰীতি।
(গ) ক আৰু খ দুয়োটাই।
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) জনৰীতি।
১১। সংস্কৃতি পৰিসৰ দিশ কেইটা ভাগত ভাগ কৰিছে—
(ক) তিনিটা।
(খ) দুটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) তিনিটা।
১২। ইয়ং কিম্বলে সংস্কৃতিৰ উপাদানসমূহক কেইটা ভাগত বিভক্ত কৰিছে—
(ক) ৬
(খ) ১০
(গ) ১৩
(ঘ) ১৯
উত্তৰঃ (গ) ১৩
১৩। ডেভিছে প্ৰথমটো উদাহৰণত কাৰ কথা উল্লেখ কৰিছে—
(ক) জাৰজ ছোৱালী।
(খ) আন্না নামৰ এজনী ছোৱালী।
(গ) এটাও নহয়।
(ঘ) দুটায়ে।
উত্তৰঃ (খ) আন্না নামৰ এজনী ছোৱালী।
১৪। সংস্কৃতি হৈছে মানুহে আহৰণ কৰা বস্তুবাদী বা অবস্তুবাদী সভ্যতাৰ অংশ, যি প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহৰ চিন্তা-চর্চা প্ৰসাৰিত কৰে— উক্ত কথাষাৰ কাৰ–
(ক) ই. বি. টাইলৰ।
(খ) ক’হেনৰ।
(গ) মেলিনৱস্কীৰ।
(ঘ) এইচ. টি. মজুমদাৰ।
উত্তৰঃ (ঘ) এইচ. টি. মজুমদাৰ।
১৫। ‘মানুহৰ সংস্কৃতিৰ একমাত্ৰ নিৰ্ণায়ক হ’ল উৎপাদন পদ্ধতি’ কোনে কৈছে—
(ক) কাৰ্ল মাৰ্ক্স।
(খ) ইমাইল দুৰখেইম।
(গ) শৰৎ চন্দ্ৰ ৰায়।
(ঘ) ই. বি. টাইলৰ।
উত্তৰঃ (ক) কাৰ্ল মাৰ্ক্স।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.