Class 11 Sociology MCQ Chapter 3 সামাজিক সংস্থাবোধ Solutions, HS 1st year Sociology Objective Type Question Answer, Class 11 Sociology MCQ Chapter 3 সামাজিক সংস্থাবোধ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Notes and select needs one.
Class 11 Sociology MCQ Chapter 3 সামাজিক সংস্থাবোধ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology MCQ Chapter 3 সামাজিক সংস্থাবোধ Notes for All Subject, You can practice these here.
সামাজিক সংস্থাবোধ
Chapter – 3
SOCIOLOGY
MULTIPLE CHOICE QUESTION ANSWER
১। ‘অৰ্থনীতি হ’ল মানৱ সমাজৰ মৌলিক সংৰচনা’ – এই কথাষাৰ কোনে কৈছিল—
(ক) কাৰ্ল মাৰ্ক্সে।
(খ) ইমাইল দুৰখেইমে।
(গ) আগষ্ট ক’ট।
(ঘ) জৰ্জ চিমেল।
উত্তৰঃ (ক) কাৰ্ল মাৰ্ক্সে।
২। ‘সমাজ হৈছে সামাজিক সম্বন্ধৰ জাল গাঁথনি স্বৰূপ’ – কোনে কৈছিল–
(ক) অফ. টনিজে।
(খ) জৰ্জ চিমেলে।
(গ) মেক আইভাৰ আৰু পেজে।
(ঘ) ভিয়েৰ কাণ্ডটে।
উত্তৰঃ (গ) মেক আইভাৰ আৰু পেজে ।
৩। “ধৰ্ম হৈছে মানুহৰ ঐশ্বৰিক শক্তিৰ প্ৰতি থকা বিশ্বাস”– এই উক্তিটো কাৰ —
(ক) অৰ্গবাৰ্ন আৰু নিমকফৰ।
(খ) মেলন’বস্কিৰ।
(গ) ই. বি. টাইলৰে।
(ঘ) ইমাইল দুৰখেইমে।
উত্তৰঃ (ক) অৰ্গবাৰ্ন আৰু নিমকফৰ।
৪। পৰিয়ালৰ উৎপত্তি সম্পৰ্কে পিতৃয়াত্মক সিদ্ধান্ত কোনে দিছে –
(ক) ৱেষ্টাৰ মাৰ্কে
(খ) কিংছলি ডেভিছে
(গ) অৰ্গবাৰ্ন আৰু নিমকফৰ।
(ঘ) ভিয়েৰ কাণ্ডটে।
উত্তৰঃ (ক) ৱেষ্টাৰ মাৰ্কে
৫। ধৰ্মৰ উৎপত্তি সম্পৰ্কে সৰ্বাত্মকবাদ সিদ্ধান্তটো কোনে দিছে—
(ক) মেলন’বস্কিৰ।
(খ) ই. বি. টাইলৰে।
(গ) অফ. টনিজে।
(ঘ) ইমাইল দুৰখেইমে।
উত্তৰঃ (খ) ই. বি. টাইলৰে।
৬। পৰিয়াল শব্দটো কোনটো ভাষাৰ পৰা আহিছে—
(ক) গ্ৰীক।
(খ) জাৰ্মান।
(গ) ৰোমান।
(ঘ) লেটিন।
উত্তৰঃ (গ) ৰোমান।
৭। যি পৰিয়ালত পৰিয়ালৰ কতৃত্ব বা ক্ষমতা মাতৃ বা জ্যেষ্ঠা মহিলা গৰাকীৰ হাতত থাকে তাক কি বোলে—
(ক) একক পৰিয়াল।
(খ) যুটীয়া পৰিয়াল।
(গ) পিতৃপ্ৰধান পৰিয়াল।
(ঘ) মাতৃপ্ৰধান পৰিয়াল।
উত্তৰঃ (ঘ) মাতৃপ্ৰধান পৰিয়াল।
৮। বিবাহ আৰু জন্মৰ জৰিয়তে যি এক আত্মীয় গোষ্ঠী গঢ়ি উঠে—
(ক) স্বজন।
(খ) অন্তবিবাহ।
(গ) সমূহ বিবাহ।
(ঘ) বহিঃবিবাহ।
উত্তৰঃ (ক) স্বজন।
৯। ৰাষ্ট্ৰৰ প্ৰধান উপাদান কেইটা—
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) ছয়টা।
উত্তৰঃ (গ) চাৰিটা।
১০। ধৰ্ম সম্পৰ্কে প্ৰথম সংজ্ঞা ইমাইল দুৰখেইমযে কিমান চনত আগবঢ়াছে।
(ক) ১৯৯৭
(খ) ১৯১২
(গ) ১৯৪৫
(ঘ) ১৯৭৭
উত্তৰঃ (খ) ১৯১২
১১। ‘ধৰ্ম হ’ল এনে এক কৰ্ম পদ্ধতি আৰু বিশ্বাসৰ পদ্ধতি, আৰু ব্যক্তিগত অভিজ্ঞতা তথা সামাজিক ঘটনা’ উক্ত কথাষাৰ কাৰ–
(ক) অৰ্গবাৰ্ণ আৰু নিমকফৰ।
(খ) ইমাইল দুৰখেইম।
(গ) কাৰ্ল মাৰ্ক্সে।
(ঘ) জৰ্জ চিমেল।
উত্তৰঃ (ক) অৰ্গবাৰ্ণ আৰু নিমকফৰ।
১২। একে জাতি বা শ্ৰেণীৰ মাজত হোৱা বিবাহক কি বোলে—
(ক) বহিৰ্বিবাহ।
(খ) অন্তবিবাহ।
(গ) স্বগোত্ৰ বিবাহ।
(ঘ) বহু-পত্নী বিবাহ।
উত্তৰঃ (খ) অন্তবিবাহ।
১৩। বহিৰ্বিবাহ আদিম যুগৰ প্ৰতীক–
(ক) নিজৰ সমূহৰ বাহিৰত হোৱা বিবাহ।
(খ) নিজৰ সমূহৰ মাজত হোৱা বিবাহ।
(গ) তেজৰ সম্পৰ্ক থকা পুৰুষ নাৰীৰ বিবাহ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) নিজৰ সমূহৰ বাহিৰত হোৱা বিবাহ।
১৪। জাতি ব্যবস্থা হ’ল—
(ক) ৰাজনৈতিক সংস্থা।
(খ) ধৰ্মীয় সংস্থা।
(গ) অৰ্থনৈতিক সংস্থা।
(ঘ) সামাজিক সংস্থা।
উত্তৰঃ (ঘ) সামাজিক সংস্থা।
১৫। প্ৰাথমিক স্বজন কোনটো নহয়–
(ক) খুৰা।
(খ) মাতৃ।
(গ) ভাই।
(ঘ) পিতৃ।
উত্তৰঃ (ক) খুৰা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.