Class 11 Sociology MCQ Chapter 2 সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ Solutions, HS 1st year Sociology Objective Type Question Answer, Class 11 Sociology MCQ Chapter 2 সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Notes and select needs one.
Class 11 Sociology MCQ Chapter 2 সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology MCQ Chapter 2 সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ Notes for All Subject, You can practice these here.
সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ
Chapter – 2
SOCIOLOGY
MULTIPLE CHOICE QUESTION ANSWER
১। প্ৰাথমিক আৰু দ্বিতীয়সমূহৰ অৱধাৰণা প্ৰথমে কোনে আগবঢ়াইছিল–
(ক) এইচ. এম.জনচনে।
(খ) হাৱাৰ্ট হাইমেনে।
(গ) চালৰ্চ হৰ্টন কুলে।
(ঘ) ইমাইল দুৰখেইম।
উত্তৰঃ (গ) চালৰ্চ হৰ্টন কুলে।
২। ‘সমাজক সামাজিক সম্বন্ধৰ জাল গুঁঠনি’ বুলি কোনে মন্তব্য কৰিছে–
(ক) মেক আইভাৰ আৰু পেজ।
(খ) কাৰ্ল মাৰ্ক্স।
(গ) ইমাইল দুৰখেইম।
(ঘ) এইচ. এম. জহনচন।
উত্তৰঃ (ক) মেক আইভাৰ আৰু পেজ।
৩। পৰিয়াল এটা সংস্থানে—
(ক) হয়।
(খ) নহয়।
(গ) ক আৰু খ দুয়োটা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) হয়।
৪। প্ৰাথমিকসমূহ এটা উদাহৰণ—
(ক) সমাজ।
(খ) পৰিয়াল।
(গ) সংস্কৃতি।
(ঘ) শ্ৰেণী।
উত্তৰঃ (খ) পৰিয়াল।
৫। মেক আইভাৰ আৰু পেজে সমিতিক কেইটা ভাগত ভগাইছে —
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) তিনিটা।
৬। ইমাইল দুৰখেইমে আগবঢ়োৱা অৱধৰণা দুটা কি —
(ক) সামাজিক সংহতি আৰু সামাজিক বিবেক।
(খ) শ্ৰেণী আৰু শ্ৰেণী সংঘৰ্ষ ।
(গ) উদ্যোগীকৰণ আৰু নগৰীকৰণ।
(ঘ) প্ৰত্যক্ষ নিয়ন্ত্ৰণ আৰু পৰোক্ষ নিয়ন্ত্ৰণ।
উত্তৰঃ (ক) সামাজিক সংহতি আৰু সামাজিক বিবেক।
৭। প্ৰসংগসমূহক যোগাত্মক আৰু ঋণাত্মক হিচাপে কোনে ভাগ কৰিছিল–
(ক) ইমাইল দুৰখেইমে।
(খ) মেক আইভাৰ আৰু পেজে ।
(গ) চালৰ্চ হৰ্টন কুলে।
(ঘ) সমাজতত্ত্ববিদসকলে।
উত্তৰঃ (ঘ) সমাজতত্ত্ববিদসকলে।
৮। জন্মৰ জৰিয়তে লাভ কৰা প্ৰস্থিতিক কি বোলে–
(ক) স্বলব্ধ।
(খ) জন্ম প্ৰদত্ত।
(গ) সিমিত।
(ঘ) সমূহ।
উত্তৰঃ (খ) জন্ম প্ৰদত্ত।
৯। কাৰ্ল মাৰ্ক্সে আগবঢ়োৱা প্ৰধান অৱধৰণা কি —
(ক) জাতি প্ৰথা আৰু শ্ৰেণী প্ৰথা ।
(খ) ৰাজনৈতিক সমিতি আৰু অৰ্থনৈতিক সমিতি।
(গ) সামাজিক সংহতি আৰু সামাজিক বিবেক।
(ঘ) শ্ৰেণী আৰু শ্ৰেণী সংঘৰ্ষ।
উত্তৰঃ (ঘ) শ্ৰেণী আৰু শ্ৰেণী সংঘৰ্ষ।
১০। দ্বিতীয় সমূহৰ এটা উদাহৰণ দিয়া—
(ক) ৰাজনৈতিক দল।
(খ) সামাজিক নিয়ন্ত্ৰণ।
(গ) শ্ৰেণী ব্যৱস্থা।
(ঘ) জাতি ব্যৱস্থা।
উত্তৰঃ (ক) ৰাজনৈতিক দল ।
১১। ‘Seedbed of Society’ কোনে আখ্যা দিছে—
(ক) চালৰ্চ হৰ্টন কুলে।
(খ) চি. এইচ. কুলে।
(গ) ইমাইল দুৰখেইম।
(ঘ) জি. এছ. ঘূৰী।
উত্তৰঃ (খ) চি. এইচ. কুলে।
১২। ডব্লিউ. জি. চামনাৰে সমূহক কেইটা ভাগত ভাগ কৰিছে—-
(ক) তিনিটি।
(খ) চাৰিটা।
(গ) ছয়টা।
(ঘ) দুটা।
উত্তৰঃ (ঘ) দুটা।
১৩। ডব্লিউ. জি. চামনাৰে সমূহক কোনখন গ্ৰন্থত ভাগ কৰিছে—
(ক) Social Change.
(খ) Principle of Sociology.
(গ) Folkways.
(ঘ) What is Sociology.
উত্তৰঃ (গ) Folkways.
১৪। প্ৰসংগসমূহ অৱধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিল—
(ক) হাৰ্বাৰ্ট হাইমেন।
(খ) এইচ. এম. জনচন।
(গ) শৰৎ চন্দ্ৰ ৰায়।
(ঘ) ইমাইল দুৰখেইম।
উত্তৰঃ (ক) হাৰ্বাৰ্ট হাইমেন।
১৫। ‘Sociology : A Systematic Introduction’ গ্ৰন্থখন কোনে লিখিছিল—-
(ক) আৰ্ণল্ড গ্ৰীণ।
(খ) কাৰ্ল মাৰ্ক্স।
(গ) এইচ. এম.জনচন।
(ঘ) মেক আইভাৰ আৰু পেজ।
উত্তৰঃ (গ) এইচ. এম.জনচন।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.