Class 11 Sociology MCQ Chapter 1 সমাজতত্ত্ব আৰু সমাজ

Class 11 Sociology MCQ Chapter 1 সমাজতত্ত্ব আৰু সমাজ Solutions, HS 1st year Sociology Objective Type Question Answer, Class 11 Sociology MCQ Chapter 1 সমাজতত্ত্ব আৰু সমাজ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Notes and select needs one.

Class 11 Sociology MCQ Chapter 1 সমাজতত্ত্ব আৰু সমাজ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology MCQ Chapter 1 সমাজতত্ত্ব আৰু সমাজ Notes for All Subject, You can practice these here.

Chapter – 1

SOCIOLOGY

MULTIPLE CHOICE QUESTION ANSWER   

১। সমাজতত্ত্বৰ দ্বিতীয় পিতৃ কোন আছিল—

(ক) হাবাৰ্ট স্পেনচাৰ।

 (খ) ইমাইল দুৰখেইম।

(গ) জৰ্জ চিমেল।

(ঘ) আগষ্ট ক’ট।

উত্তৰঃ (ক) হাবাৰ্ট স্পেনচাৰ।

২। ‘Sociology: A Systematic Introduction’ গ্ৰন্থখন কোনে লিখিছিল-

(ক) পিটাৰ বাৰ্গ।

(খ) হেৰী. এম. জহনচন।

(গ) কাৰ্ল মাক্স।

(ঘ) মেক্স ৱেবাৰ। 

উত্তৰঃ (খ) হেৰী.এম.জহনচন।

৩। ১৭ শ শতিকাৰ শিল্প বিপ্লৱ ক’ত আৰম্ভ হৈছিল –

(ক) আমেৰিকাত।

(খ) ইউৰোপত।

(গ) ইংলেণ্ডত।

(ঘ) জাৰ্মানত।

উত্তৰঃ (গ) ইংলেণ্ডত।

৪। ‘Principle of Sociology’ কোনে লিখিছিল–

(ক) ইমাইল দুৰখেইম।

(খ) হাবাৰ্ট স্পেনচাৰ।

(গ) আৰ্ণল্ড গ্ৰীণ।

(ঘ) মেক্স ৱেবাৰ।

উত্তৰঃ (খ) হাবাৰ্ট স্পেনচাৰ।

৫। ভাৰতলৈ সমাজতত্ত্ব কেতিয়া আহিছিল–

(ক) ১৯১৮

(খ) ১৯২০

(গ) ১৮১৮

(ঘ) ১৯১৯

উত্তৰঃ (ঘ) ১৯১৯

৬। ‘The Sociological Imagination’ গ্ৰন্থখন কোনে প্ৰকাশ কৰিছে–

(ক) চি.ডব্লিউ মিলচ।

(খ) চি. ৰাইট.মিল।

(গ) আগষ্ট ক’ট।

(ঘ) জৰ্জ চিমেল।

উত্তৰঃ (ক) চি.ডব্লিউ মিলচ।

৭। প্ৰত্যক্ষবাদী দৰ্শনৰ শ্ৰষ্টা কোন আছিল —

(ক) হাবাৰ্ট স্পেনচাৰ।

(খ) ইমাইল দুৰখেইম।

(গ) মেক্স ৱেবাৰ।

(ঘ) আগষ্ট ক’ট।

উত্তৰঃ (ঘ) আগষ্ট ক’ট।

৮। জ্ঞানোদয় যুগৰ বিকাশ কেতিয়া হৈছিল–

(ক) ১৬ শতিকাৰ শেষৰ পৰা ১৭ শতিকালৈকে।

(খ) ১৭ শতিকাৰ শেষৰ পৰা ১৮ শতিকালৈকে।

(গ) ১৮ শতিকাৰ শেষৰ পৰা ১৯ শতিকালৈকে।

(ঘ) ১৫ শতিকাৰ শেষৰ পৰা ১৬ শতিকালৈকে।

উত্তৰঃ (খ) ১৭ শতিকাৰ শেষৰ পৰা ১৮ শতিকালৈকে।

৯। সমাজতত্ত্ব শব্দটো কোনটো ভাষাৰ পৰা আহিছে—

(ক) লেটিন আৰু জাৰ্মানী।

(খ) গ্ৰীক আৰু জাৰ্মানী।

(গ) গ্ৰীক আৰু লেটিন।

(ঘ) লেটিন আৰু গ্ৰীক।

উত্তৰঃ (ঘ) লেটিন আৰু গ্ৰীক।

১০। ‘The rule of Sociology Method’ কিতাপখন কোনে লিখিছিল—

(ক) ইমাইল দুৰখেইম।

(খ) এম.এন. শ্ৰীনিবাছ।

(গ) আগষ্ট ক’ট।

(ঘ) কাৰ্ল মাৰ্ক্স।

উত্তৰঃ (ক) ইমাইল দুৰখেইমে।

১১। ‘The Sociological Imagination’ গ্ৰন্থখন  চি ডব্লিউ মিলচে কিমান চনত প্ৰকাশ কৰিছে—

(ক) ১৯৫৮

(খ) ১৯৬৯

(গ) ১৯৫৯

(ঘ) ১৯৭৫

উত্তৰঃ (গ) ১৯৫৯

১২। জৈৱিক গাঁথনি অৱধৰণা কোনে প্ৰকাশ কৰিছিল—

(ক) প্লেটোৱে।

(খ) আগষ্ট ক’টে। 

(গ) এডৱাৰ্ড ছীলে।

(ঘ) হাৱাৰ্ট স্পেনচাৰে।

উত্তৰঃ (ক) প্লেটোৱে।

১৩। সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশ কোনখন দেশত হৈছিল—

(ক) আমেৰিকাত।

(খ) ইউৰোপত।

(গ) দিল্লীত।

(ঘ) মুম্বাইত।

উত্তৰঃ (খ) ইউৰোপত।

১৪। ভাৰতবৰ্ষত গৃহহীনতা সমস্যা সমাধানৰ বাবে চৰকাৰীভাৱে কিমান চনত “ইন্দিৰা আবাস যোজনা” আঁচনিখনৰ পাতনি মেলা হয়—

(ক) ১৯৯৯-২০০৬

(খ) ১৯৯৯-২০০১

(গ) ১৯৯৯-২০০৩

(ঘ) ১৯৯৯-২০০০

উত্তৰঃ (ঘ) ১৯৯৯-২০০০

১৫। কিমান শতিকাৰ আৰম্ভণিতে ফৰাচী দাৰ্শনিক চেইণ্ট চিমনে সামাজিক চিন্তা-চর্চাসমূহৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰিবৰ বাবে প্ৰথমে প্ৰচেষ্টা চলায়–

(ক) ১৪ শ শতিকাৰ।

(খ) ১৬ শ শতিকাৰ।

(গ) ১৯ শ শতিকাৰ।

(ঘ) ২০ শ শতিকাৰ।

উত্তৰঃ (গ) ১৯ শ শতিকাৰ।

১৬। কিমান শতিকাত ইংলেণ্ডত আৰম্ভ হোৱা শিল্পবিপ্লৱে গোটেই ইউৰোপীয় সমাজতে ক্ষীপ্ৰ পৰিৱৰ্তন সূচনা কৰিছিল—

(ক) ১৮ শ শতিকাত।

(খ) ১৯ শ শতিকাত।

(গ) ২১ শ শতিকাত।

(ঘ) ১৫ শ শতিকাত।

উত্তৰঃ(ক) ১৮ শ শতিকাত।

১৭। আশ্ৰম ব্যৱস্থাত প্রাচীন ভাৰতীয় সমাজত প্রতিজন ব্যক্তিৰ জীৱনটোক কেইটা ভাগত ভাগ কৰিছে—

(ক) দুটা।

(খ) ছয়টা।

(গ) আঠটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

১৮। বৰ্ণ ব্যৱস্থাত প্ৰাচীন ভাৰতীয় হিন্দু সমাজত সমাজৰ ব্যক্তিসকলক কেইটা ভাগত ভাগ কৰা হৈছিল—

(ক) চাৰিটা।

(খ) পাঁচটা।

(গ) ছয়টা।

(ঘ) সাতটা।

উত্তৰঃ (ক) চাৰিটা।

১৯। মানৱ সমাজৰ ক্ৰমবিকাশৰ স্তৰসমূহৰ ভিতৰত তৃতীয় বা চূড়ান্ত স্তৰটো হৈছে—

(ক) সামাজিক স্তৰ।

(খ) প্ৰত্যক্ষবাদী স্তৰ।

(গ) পৰোক্ষবাদী স্তৰ।

(ঘ) সমাজবাদী স্তৰ।

উত্তৰঃ (খ) প্ৰত্যক্ষবাদী স্তৰ।

২০। আগষ্ট ক’টৰ হাতত কিমান চনত ফ্ৰান্সত জন্মলাভ কৰা সমাজতত্ত্ব বিষয়টো সমগ্ৰ বিশ্বতে জনপ্ৰিয় আৰু দ্ৰুত সম্প্ৰসাৰণ ঘটে—

(ক) ১৯১৯

(খ) ১৯৬৯

(গ) ১৯৮৭

(ঘ) ১৯৩৯

উত্তৰঃ (ঘ) ১৯৩৯

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top