Class 11 Sociology MCQ Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয়

Class 11 Sociology MCQ Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয় Solutions, HS 1st year Sociology Objective Type Question Answer, Class 11 Sociology MCQ Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয় Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Notes and select needs one.

Class 11 Sociology MCQ Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology MCQ Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয় Notes for All Subject, You can practice these here.

Chapter – 9

SOCIOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। কিমান চনত ফৰাচী বিপ্লৱ হৈছিল—

(ক) ১৭৮৫

(খ) ১৭৮৯

(গ) ১৮৭৫

(ঘ) ১৮৮৯

উত্তৰঃ (খ) ১৭৮৯

২। শিল্প বিপ্লৱ কেতিয়া হৈছিল—

(ক) ১৫ শ শতিকাৰ।

(খ) ১৯ শ শতিকাৰ।

(গ) ১৪ শ শতিকাৰ।

(ঘ) ১৮ শ শতিকাৰ।

উত্তৰঃ (ঘ) ১৮ শ শতিকাৰ।

৩। কিমান চনত ফ্ৰান্সৰ বিখ্যাত ৰাজনৈতিক বিপ্লৱেই ফৰাচী বিপ্লৱ বুলি কোৱা হৈছে—

(ক) ১৭৮৯

(খ) ১৭৮৮

(গ) ১৮৭৯

(ঘ) ১৮৭৬

উত্তৰঃ (ক) ১৭৮৯

৪। ‘Das Capital’ পুথিখন কোনে লিখিছিল—

(ক) ইমাইল দুৰখেইম।

(খ) মেক্স ৱেবাৰ।

(গ) কাৰ্ল মাৰ্ক্স।

(ঘ) জি. এছ. ঘুৰী।

উত্তৰঃ (গ) কাৰ্ল মাৰ্ক্স।

৫। ‘De Suicide’ গ্ৰন্থখনৰ লেখক কোন ?

(ক) মেক্স ৱেবাৰ।

(খ) ইমাইল দুৰখেইম।

(গ) হাৱাৰ্ট স্পেনচাৰ।

(ঘ) জি. পি. মুখাৰ্জী।

উত্তৰঃ (খ) ইমাইল দুৰখেইম।

৬। ‘আদর্শৰূপ’ ধাৰণাটো কোনে আগবঢ়াইছিল–

(ক) এ. আৰ. দেশাই।

(খ) এম. এন. শ্ৰীনিবাস।

(গ) শৰৎ চন্দ্ৰ ৰায়।

(ঘ) মেক্স ৱেবাৰ।

উত্তৰঃ (ঘ) মেক্স ৱেবাৰ।

৭। ‘The Division of labour in society’ গ্ৰন্থখনৰ লেখক কোন—

(ক) জৰ্জ চিমেল।

(খ) ভিয়েৰ কাণ্ডট।

(গ) ইমাইল দুৰখেইম।

(ঘ) মৰিচ জন্সবাৰ্গ।

উত্তৰঃ (গ) ইমাইল দুৰখেইম।

৮। ‘The Protestant Ethic and the Spirit of Capitalism’ নামৰ গ্ৰন্থখনৰ লেখক কোন—

(ক) মেক্স ৱেবাৰ।

(খ) আগষ্ট ক’ট।

(গ) জৰ্জ চিমেল।

(ঘ) হব হাউছ।

উত্তৰঃ (ক) মেক্স ৱেবাৰ।

৯। নৱজাগৰণ ক’ত আৰম্ভ হৈছিল—

(ক) ইৰাণ।

(খ) ইউৰোপ।

(গ) মুম্বাই।

(ঘ) ইংলেণ্ডৰ ফ্লৰেন্স চহৰ।

উত্তৰঃ (ঘ) ইংলেণ্ডৰ ফ্লৰেন্স চহৰ।

১০। ‘Primitive Classification’ গ্ৰন্থখন কোনে লিখিছিল—

(ক) কাৰ্ল মাৰ্ক্স।

(খ) এফ. টনিজ।

(গ) ইমাইল দুৰখেইম।

(ঘ) জি. এছ. ঘুৰী।

উত্তৰঃ (গ) ইমাইল দুৰখেইম।

১১। ‘শ্ৰেণীসংগ্ৰাম’ ধাৰণাটো কোনে আগবঢ়াইছিল—

(ক) জৰ্জ চিমেল।

(খ) কাৰ্ল মাৰ্ক্স।

(গ) মৰিচ জন্সবাৰ্গ।

(ঘ) হাৱাৰ্ট স্পেনচাৰ।

উত্তৰঃ (খ) কাৰ্ল মাৰ্ক্স।

১২। ‘The Elementary Forms of the Religious Life’ গ্ৰন্থখন কিমান চনত প্রকাশ হয়।

(ক) ১৮১১

(খ) ১৯০২

(গ) ১৮১৯

(ঘ) ১৯১২

উত্তৰঃ (ঘ) ১৯১২

১৩। ‘Rules of Sociological Method’ গ্ৰন্থখন কেতিয়া প্ৰকাশ পাইছে—

(ক) ১৮৯৫

(খ) ১৯৯৩

(গ) ১৭৮৯

(ঘ) ১৮৮৫

উত্তৰঃ (ক) ১৮৯৫

১৪। পাণ্ডিত্যপূৰ্ণ লেখা-মেলাৰ কাম পুনৰ কেতিয়া আৰম্ভ কৰে—

(ক) ১৯০৫

(খ) ১৯১০

(গ) ১৮০২

(ঘ) ১৯০১

উত্তৰঃ (ঘ) ১৯০১

১৫। যুক্তৰাষ্ট্ৰ ভ্ৰমণ; ‘The Protestant Ethic and the Spirit of Capitalism’ গ্ৰন্থখন কেতিয়া প্ৰকাশ পায়—

(ক) ১৯০৭

(খ) ১৯২০

(গ) ১৯০৪

(ঘ) ১৯১৮

উত্তৰঃ (গ) ১৯০৪

১৬। মেক্স ৱেবাৰে ভিয়েনাত বিশেষভাৱে প্ৰতিষ্ঠা কৰা সমাজতত্ত্ব আসন কেতিয়া গ্ৰহণ কৰে—

(ক) ১৭২৩

(খ) ১৯১৮

(গ) ১৮১৮

(ঘ) ১৯২৯

উত্তৰঃ (খ) ১৯১৮

১৭। কিমান চনত কাৰ্ল মাৰ্ক্সে জেনা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত ডক্টৰেট উপাধি লাভ কৰে—

(ক) ১৮৪১

(খ) ১৮৭৯

(গ) ১৯৪০

(ঘ) ১৯৫৫

উত্তৰঃ (ক) ১৮৪১

১৮। কাৰ্ল মাৰ্ক্সৰ ‘The Eighteenth Brumaire of Louis Bonaparte’ কিমান চনত প্ৰকাশ পায়—

(ক) ১৮৫৯

(খ) ১৮৭৮

(গ) ১৮৮৩

(ঘ) ১৮৫২

উত্তৰঃ (ঘ) ১৮৫২

১৯। ‘Das Capital’ ৰ প্ৰথম খণ্ড কেতিয়া প্ৰকাশ পায়–

(ক) ১৮৮১

(খ) ১৮৬৭

(গ) ১৮৯৭

(ঘ) ১৯৮৮

উত্তৰঃ (খ) ১৮৬৭

২০। কাৰ্ল মাৰ্ক্সে ‘A Contribution to The Critique of Political Economy’ কেতিয়া প্ৰকাশ পাইছে—

(ক) ১৮৫৯

(খ) ১৮৮২

(গ) ১৯১২

(ঘ) ১৮৯২

উত্তৰঃ (ক) ১৮৫৯

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top