Class 11 Sociology MCQ Chapter 10 ভাৰতীয় অগ্ৰণী সমাজতত্ত্ববিদ

Class 11 Sociology MCQ Chapter 10 ভাৰতীয় অগ্ৰণী সমাজতত্ত্ববিদ Solutions, HS 1st year Sociology Objective Type Question Answer, Class 11 Sociology MCQ Chapter 10 ভাৰতীয় অগ্ৰণী সমাজতত্ত্ববিদ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Notes and select needs one.

Class 11 Sociology MCQ Chapter 10 ভাৰতীয় অগ্ৰণী সমাজতত্ত্ববিদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology MCQ Chapter 10 ভাৰতীয় অগ্ৰণী সমাজতত্ত্ববিদ Notes for All Subject, You can practice these here.

Chapter – 10

SOCIOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। ‘Caste and Race in India’ গ্ৰন্থখনৰ লেখক কোন–

(ক) ইমাইল দুৰখেইম।

(খ) কাৰ্ল মাৰ্ক্স।

(গ) মেস্ক ৱেবাৰ।

(ঘ) জি. এছ. ঘূৰী।

উত্তৰঃ (ঘ) জি. এছ. ঘূৰী।

২। ‘Social background of Indian Nationalism’ গ্ৰন্থখনৰ লেখক কোন—

(ক) কাৰ্ল মাৰ্ক্স।

(খ) অক্ষয় ৰামলাল দেশাই।

(গ) এ. আৰ. দেশাই।

(ঘ) ডি. পি. মুখাৰ্জী।

উত্তৰঃ (খ) অক্ষয় ৰামলাল দেশাই।

৩। ভাৰতীয় সমাজতাত্বিক সমাজৰ প্ৰতিষ্ঠাতা কোন—

(ক) জি. এছ. ঘূৰী।

(খ) শৰৎ চন্দ্ৰ ৰায়।

(গ) এম. এন. শ্ৰীনিবাস।

(ঘ) এ. কে. আয়াৰ।

উত্তৰঃ (ক) জি. এছ. ঘূৰী।

৪। ভাৰতবৰ্ষত কেতিয়া সমাজতত্ত্বৰ আনুষ্ঠানিক শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল-

(ক) ১৯৮৭

(খ) ১৮৫৬

(গ) ১৯১৯

(ঘ) ১৯৪৪

উত্তৰঃ (গ) ১৯১৯

৫। ‘Modern Indian Culture’ গ্ৰন্থখনৰ লেখক কোন–

(ক) কাৰ্ল মাৰ্ক্স।

(খ) জি. এছ. ঘূৰী।

(গ) আগষ্ট ক’ট।

(ঘ) ডি. পি. মুখৰ্জী।

উত্তৰঃ (ঘ) ডি. পি. মুখৰ্জী।

৬। ‘Social background of Indian Nationalism’ গ্ৰন্থখন কিমান চনত প্ৰকাশ পাইছিল—

(ক) ১৯৪৮

(খ) ১৮৯০

(গ) ১৯৭৬

(ঘ) ১৮৮৪

উত্তৰঃ (ক) ১৯৪৮

৭। ‘Religion and Society among the croogs of South India’ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল—

(ক) গোবিন্দ সদাশিৱ ঘূৰী।

(খ) ইমাইল দুৰখেইম।

(গ) এম. এন. শ্ৰীনিবাস।

(ঘ) কাৰ্ল মাৰ্ক্স।

উত্তৰঃ (গ) এম. এন. শ্ৰীনিবাস।

৮। ডি. পি. মুখাৰ্জীৰ জন্ম কোন চনত হৈছিল–

(ক) ১৮৯৪

(খ) ১৮৮৫

(গ) ১৭৮৯

(ঘ) ১৮৭২

উত্তৰঃ (ক) ১৮৯৪

৯। ডি. পি. মুখাৰ্জীয়ে উত্তৰ প্ৰদেশৰ Labour Inquiry Committee’ৰ সদস্য হিচাপে কিমান চনত সেৱা বঢ়ায়–

(ক) ১৯৭৯

(খ) ১৯৪৯

(গ) ১৯৬১

(ঘ) ১৯৪৭

উত্তৰঃ (ঘ) ১৯৪৭

১০। ‘London School of Economics’ অৰ অধ্যাপক কোন আছিল—

(ক) ইমাইল দুৰখেইম।

(খ) এল. টি. হব্ হাউচ্।

(গ) জি. এছ. ঘূৰী।

(ঘ) এ. চি. হেডন।

উত্তৰঃ (খ) এল. টি. হব্ হাউচ্।

১১। জি. এছ. ঘূৰীৰ মৃত্যু কেতিয়া হৈছিল—

(ক) ১৯৮৮

(খ) ১৮৯৩

(গ) ১৯৯৪

(ঘ) ১৯৮৩

উত্তৰঃ (ঘ) ১৯৮৩

১২।  ডি. পি. মুখাৰ্জীৰ মৃত্যু কেতিয়া হৈছিল—

(ক) ১৯৬১

(খ) ১৯৫৫

(গ) ১৯৫২

(ঘ) ১৯৮০

উত্তৰঃ (ক) ১৯৬১

১৩। ‘Rural Transition in India’ নামৰ গ্ৰন্থখন কোনে প্ৰকাশ কৰিছিল—

(ক) জি. এছ. ঘূৰী।

(খ) এ. চি. হেডন।

(গ) এ. আৰ. দেশাই।

(ঘ) ইমাইল দুৰখেইম।

উত্তৰঃ (গ) এ. আৰ. দেশাই।

১৪। ‘State and Society in India: Essays and Dissent’ নামৰ গ্ৰন্থখন কিমান চনত প্ৰকাশ হৈছিল—

(ক) ১৯৮৫

(খ) ১৯৭৫

(গ) ১৯৯৮

(ঘ) ১৯৬৬

উত্তৰঃ (খ) ১৯৭৫

১৫। এ. আৰ. দেশাইৰ মৃত্যু কেতিয়া হৈছিল—

(ক) ১৯৯৮

(খ) ১৯৮৯

(গ) ১৯৭৮

(ঘ) ১৯৮৮

উত্তৰঃ (ক) ১৯৯৮

১৬। অনন্থকৃষ্ণ আয়াৰ জন্ম কিমান চনত হৈছিল—

(ক) ১৮৮১

(খ) ১৮৬৯

(গ) ১৮৬১

(ঘ) ১৭৮৯

উত্তৰঃ (গ) ১৮৬১

১৭। ‘Man in India’ নামৰ পত্ৰিকাখনি কিমান চনত প্ৰকাশ পাইছে—

(ক) ১৯৮৮

(খ) ১৮২২

(গ) ১৭৮৯

(ঘ) ১৯২২

উত্তৰঃ (ঘ) ১৯২২

১৮। উত্তৰ-পূব ভাৰতৰ ভিতৰত কিমান চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সমাজতত্ত্ব অন্তৰ্ভুক্ত কৰা হয়–

(ক) ১৯৬৭

(খ) ১৯৫৪

(গ) ১৯৪৭

(ঘ) ১৯২০

উত্তৰঃ (ক) ১৯৬৭

১৯। ভাৰতত পোনপ্ৰথম কিমান চনত বম্বে বিশ্ববিদ্যালয় সমাজতত্ত্ব অন্তৰ্ভুক্ত হয়—

(ক) ১৯১৮

(খ) ১৯৫৫

(গ) ১৯১৯

(ঘ) ১৯৩৭

উত্তৰঃ (গ) ১৯১৯

২০। ‘Introduction of music’ নামৰ গ্ৰন্থখন কিমান চনত প্ৰকাশ কৰিছিল—

(ক) ১৯৪৫

(খ) ১৯৫৬

(গ) ১৯৮৭

(ঘ) ১৯৫৫

উত্তৰঃ (ক) ১৯৪৫

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top