Class 11 Political Science Important Chapter 5 কেন্দ্ৰীয় আৰু ৰাজ্যিক পর্যায়ত বিধানমণ্ডল Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 5 কেন্দ্ৰীয় আৰু ৰাজ্যিক পর্যায়ত বিধানমণ্ডল Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.
Class 11 Political Science Important Chapter 5 কেন্দ্ৰীয় আৰু ৰাজ্যিক পর্যায়ত বিধানমণ্ডল
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.
কেন্দ্ৰীয় আৰু ৰাজ্যিক পর্যায়ত বিধানমণ্ডল
Chapter: 5
| প্রথম খণ্ড |
| IMPORTANT QUESTION AND ANSWER |
খালী ঠাই পূৰ কৰা-
১। ভাৰতবৰ্ষৰ সংসদৰ ___________ সদনক লোকসভা আৰু ___________ সদনক ৰাজ্যসভা বোলা হয়।
উত্তৰঃ ভাৰতবৰ্ষৰ সংসদৰ নিম্ন, সদনক লোকসভা আৰু উচ্চ সদনক ৰাজ্যসভা বোলা হয়।
১। সংবিধানৰ ____________ নং অনুচ্ছেদ অনুসৰি লোকসভাৰ সদস্যৰ সংখ্যা সর্বাধিক ৫৫০ জনৰ অধিক নাথাকিব পাৰে।
উত্তৰঃ সংবিধানৰ ৮১ নং অনুচ্ছেদ অনুসৰি লোকসভাৰ সদস্যৰ সংখ্যা সর্বাধিক ৫৫০ জনৰ অধিক নাথাকিব পাৰে।
৩। লোকসভাৰ সদস্যসকল জনসাধাৰণৰ পৰা _____________ ভোটৰ মাধ্যমে নির্বাচিত কৰা হয়।
উত্তৰঃ লোকসভাৰ সদস্যসকল জনসাধাৰণৰ পৰাপ্রত্যক্ষ ভোটৰ মাধ্যমে নির্বাচিত কৰা হয়।
৪। লোকসভাৰ ____________ নং অনুচ্ছেদ অনুসৰি সাধাৰণ অৱস্থাত লোকসভাৰ কাৰ্যকাল ৫ বছৰ।
উত্তৰঃ লোকসভাৰ ৮৩ নং অনুচ্ছেদ অনুসৰি সাধাৰণ অৱস্থাত লোকসভাৰ কাৰ্যকাল ৫ বছৰ।
৫। ভাৰতবৰ্ষত ২২খন ৰাজ্যত এক ____________ বিধানমণ্ডল আছে।
উত্তৰঃ ভাৰতবৰ্ষত ২২খন ৰাজ্যত এক সদনীয় বিধানমণ্ডল আছে।
সত্য/অসত্য-
১। ভাতবর্ষৰ সংসদ এখন এক সদনযুক্ত (Unicameral) সংসদ।
উত্তৰঃ অসত্য।
২। ৰাজ্যসভাৰ সদস্য সংখ্যা সর্বাধিক ২৫০ জনৰ অধিক হ’ব নোৱাৰিব।
উত্তৰঃ সত্য।
৩। লোকসভাৰ সদস্য সংখ্যা সর্বাধিক ৫৫০ জনৰ অধিক হ’ব নোৱাৰিব।
উত্তৰঃ সত্য।
৪। লোকসভাৰ সদস্যগৰাকীক মনোনীত কৰাটো কেৱল ৰাষ্ট্ৰপতিৰ অধিকাৰ।
উত্তৰঃ অসত্য।
৫। লোকসভাৰ সদস্যসকলৰ বয়স কমেও ৩০ বছৰ হ’ব লাগিব।
উত্তৰঃ অসত্য।
চুটি প্রশ্ন-উত্তৰ-
১। বিধানসভাৰ কার্যকাল কিমান বছৰ?
উত্তৰঃ বিধানসভাৰ কার্যকাল সাধাৰণতে ৫ বছৰ।
২। বিধানসভাৰ সদস্য কিদৰে নির্বাচিত হয়?
উত্তৰঃ বিধানসভাৰ সদস্যসকল জনসাধাৰণৰ দ্বাৰা প্রত্যক্ষ ভোটৰ মাধ্যমে নির্বাচিত হয়।
৩। বিধানসভাৰ অধিৱেশন কেনেকৈ পৰিচালনা হয়?
উত্তৰঃ বিধানসভাৰ অধিবেশন অধ্যক্ষৰ দ্বাৰা পৰিচালনা হয়, আৰু উপাধ্যক্ষ অধ্যক্ষৰ অনুপস্থিতিত সেই দায়িত্ব পালন কৰে।
৪। বৰ্তমান ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান?
উত্তৰঃ বৰ্তমান ৰাজ্যসভাৰ সদস্যৰ সংখ্যা ২৪৫।
৫। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ।
উত্তৰঃ ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল ৬ বছৰ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



