Class 11 Finance MCQ Chapter 15 পৃষ্ঠাংকণ

Class 11 Finance MCQ Chapter 15 পৃষ্ঠাংকণ Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 15 পৃষ্ঠাংকণ Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.

Class 11 Finance MCQ Chapter 15 পৃষ্ঠাংকণ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.

Chapter: 15

MCQ

১। হস্তান্তৰযোগ্য দলীলৰ ‘পৃষ্ঠাংকণ’ শব্দটোৰ অৰ্থ কি?

(ক) দলীলখনৰ প্ৰথম পৃষ্ঠাত সাক্ষৰ কৰা।

(খ) দলীলখনৰ পিছফালে এজন ব্যক্তিৰ নাম লিখা।

(গ) দলীলখনত তাৰিখ যোগ কৰা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) দলীলখনৰ পিছফালে এজন ব্যক্তিৰ নাম লিখা।

২। যেতিয়া এজন ব্যক্তিয়ে হস্তান্তৰযোগ্য দলীল এখন অন্য এজন ব্যক্তিলৈ এনেদৰে স্বাক্ষৰ আৰু হস্তান্তৰ কৰে যাতে পৰিশোধ গ্রহণ কৰাৰ অধিকাৰ আন জন ব্যক্তিলৈ হস্তান্তৰিত হয়, তেতিয়া ইয়াক কি বুলি কোৱা হয়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) হস্তান্তৰ।

(খ) পৃষ্ঠাংকণ।

(গ) ঋণপত্র।

(ঘ) পণ্য বিক্ৰী।

উত্তৰঃ (খ) পৃষ্ঠাংকণ।

৩। পৃষ্ঠাংকণ দলীলখনৰ পিছফালে কৰা নহ’লে, দলীলখনৰ সৈতে সংলগ্ন কৰা কাগজখনক কি বুলি কোৱা হয়?

(ক) পৃষ্ঠাংকণ।।

(খ) এলংগী।

(গ) চূড়ান্ত দলীল।

(ঘ) সংযুক্তি।

উত্তৰঃ (খ) এলংগী।

৪। হস্তান্তৰযোগ্য পত্ৰৰ ধাৰক কি কৰিব পাৰে?

(ক) হস্তান্তৰ।

(খ) প্ৰাপক।

(গ) বাতিল।

(ঘ) পৃষ্ঠাংকণ।

উত্তৰঃ (ঘ) পৃষ্ঠাংকণ।

৫। কিমান চনত হস্তান্তৰযোগ্য পত্ৰ আইন অনুসৰি পৃষ্ঠাংকণ নিম্নলিখিত যিকোনো প্ৰকাৰৰ হ’ব পাৰে?

(ক) ১৮৬৫ চনত।

(খ) ১৮৭২ চনত।

(গ) ১৮৮১ চনত।

(ঘ) ১৮৯০ চনত।

উত্তৰঃ (গ) ১৮৮১ চনত।

৬। যেতিয়া পৃষ্ঠাংকণকাৰীয়ে হস্তান্তৰযোগ্য পত্ৰৰ পিছফালে কেৱল তেওঁৰ নাম স্বাক্ষৰ কৰে, তেনেকুৱা পৃষ্ঠাংকণক কি বুলি কোৱা হয়?

(ক) বিশেষ পৃষ্ঠাংকণ।

(খ) সাধাৰণ পৃষ্ঠাংকণ।

(গ) আংশিক পৃষ্ঠাংকণ।

(ঘ) সীমাবদ্ধ পৃষ্ঠাংকণ।

উত্তৰঃ (খ) সাধাৰণ পৃষ্ঠাংকণ।

৭। পৃষ্ঠাংকণকাৰীয়ে নিজৰ স্বাক্ষৰৰ উপৰিও যি ব্যক্তিলৈ হস্তান্তৰ কৰিব, তেওঁৰ নাম লিখিলে তাক কি পৃষ্ঠাংকণ বোলে?

(ক) সাধাৰণ পৃষ্ঠাংকণ।

(খ) আংশিক পৃষ্ঠাংকণ।

(গ) সম্পূর্ণ বা বিশেষ পৃষ্ঠাংকণ।

(ঘ) সীমাবদ্ধ পৃষ্ঠাংকণ।

উত্তৰঃ (গ) সম্পূর্ণ বা বিশেষ পৃষ্ঠাংকণ।

৮। নির্ধাৰিত নাম লিখি দিয়া ব্যক্তিজনক কি বুলি কোৱা হয়?

(ক) পৃষ্ঠাংকণকাৰী।

(খ) পৃষ্ঠাংকণগ্রহীতা।

(গ) হস্তান্তৰকাৰী।

(ঘ) ধাৰক।

উত্তৰঃ (খ) পৃষ্ঠাংকণগ্রহীতা।

৯। মুকলি পৃষ্ঠাংকণ এটি কি ৰূপত পৰিণত কৰিব পাৰি?

(ক) সাধাৰণ চেক।

(খ) আদেশী চেক।

(গ) বিশেষ পৃষ্ঠাংকণ।

(ঘ) সীমাবদ্ধ পৃষ্ঠাংকণ।

উত্তৰঃ (গ) বিশেষ পৃষ্ঠাংকণ।

১০। কিহৰ জৰিয়তে বাহক চেক এখন আদেশী চেকলৈ ৰূপান্তৰ কৰিব পাৰি?

(ক) আংশিক পৃষ্ঠাংকণ।

(খ) সম্পূর্ণ পৃষ্ঠাংকণ।

(গ) অনুমোদন পৃষ্ঠাংকণ।

(ঘ) পৰিকল্পিত পৃষ্ঠাংকণ।

উত্তৰঃ (খ) সম্পূর্ণ পৃষ্ঠাংকণ।

১১। হস্তান্তৰযোগ্য পত্ৰখনৰ পৰৱৰ্তী হস্তান্তৰ নিষেধ কৰি কৰা পৃষ্ঠাংকণক কি বুলি কোৱা হয়?

(ক) অনুমোদক পৃষ্ঠাংকণ।

(খ) নিষেধক পৃষ্ঠাংকণ।

(গ) সম্পূর্ণ পৃষ্ঠাংকণ।

(ঘ) আংশিক পৃষ্ঠাংকণ।

উত্তৰঃ (খ) নিষেধক পৃষ্ঠাংকণ।

১২। নিষেধক পৃষ্ঠাংকণত সাধাৰণতে পৃষ্ঠাংকণগ্রহীতাৰ নামৰ পিছত / শেষত কোনটো শব্দ যোগ দিয়া হয়?

(ক) কেৱল।

(খ) অনুমোদিত।

(গ) সম্পূর্ণ।

(ঘ) হস্তান্তৰ।

উত্তৰঃ (ক) কেৱল।

১৩। চর্তসাপেক্ষ পৃষ্ঠাংকণত পৃষ্ঠাংকণকাৰীয়ে কি নিৰ্ধাৰণ কৰে?

(ক) পৰিশোধৰ সময়।

(খ) পৃষ্ঠাংকণ মুচি পেলোৱা নিয়ম।

(গ) পৰিশোধৰ আগতে পূৰণ কৰিবলগীয়া চৰ্ত।

(ঘ) অনুমোদিত পৃষ্ঠাংকণৰ সীমা।

উত্তৰঃ (গ) পৰিশোধৰ আগতে পূৰণ কৰিবলগীয়া চৰ্ত।

১৪। এক পৃষ্ঠাংকণ যাৰ অধীনত পৃষ্ঠাংকণকাৰীয়ে পৰিশোধ কৰাৰ আগতে পৃষ্ঠাংকণগ্রহীতাৰ দ্বাৰা পূৰণ কৰিবলগীয়া কিছুমান চৰ্ত নিৰ্ধাৰণ কৰাক কি বুলি কোৱা হয়?

(ক) নিষেধক পৃষ্ঠাংকণ।

(খ) চর্তসাপেক্ষ পৃষ্ঠাংকণ।

(গ) অনুমোদিত পৃষ্ঠাংকণ।

(ঘ) সম্পূর্ণ পৃষ্ঠাংকণ।

উত্তৰঃ (খ) চর্তসাপেক্ষ পৃষ্ঠাংকণ।

১৫। পৃষ্ঠাংকণকাৰীৰ দায়িত্ব সীমিত কৰা পৃষ্ঠাংকণক কি বুলি কোৱা হয়? 

(ক) ছেনছ ৰিকৰ্ছ পৃষ্ঠাংকণ।

(খ) ফ্লাইট পৃষ্ঠাংকণ।

(গ) সাধাৰণ পৃষ্ঠাংকণ।

(ঘ) পৰিসীমিত পৃষ্ঠাংকণ।

উত্তৰঃ (ক) ছেনছ ৰিকৰ্ছ পৃষ্ঠাংকণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top