Class 11 Finance MCQ Chapter 13 হস্তান্তৰযোগ্য দলীল Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 13 হস্তান্তৰযোগ্য দলীল Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.
Class 11 Finance MCQ Chapter 13 হস্তান্তৰযোগ্য দলীল
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.
হস্তান্তৰযোগ্য দলীল
Chapter: 13
MCQ |
১। ১৮৮১ চনৰ হস্তান্তৰযোগ্য দলীল আইনখন কেতিয়াৰ পৰা বলৱৎ হৈছিল?
(ক) ১৮৮০ চনৰ ১ জানুৱাৰী।
(খ) ১৮৮১ চনৰ ১ মাৰ্চ।
(গ) ১৮৮২ চনৰ ১ মে’
(ঘ) ১৮৮২ চনৰ ১ জানুৱাৰী।
উত্তৰঃ (খ) ১৮৮১ চনৰ ১ মাৰ্চ।
২। ১৮৮১ চনৰ হস্তান্তৰযোগ্য দলীল আইনৰ কিমান নং ধাৰা অনুসৰি “প্রতিশ্রুতি পত্র, বিনিময় পত্র বা চেক যি নেকি ইয়াৰ বাহকক বা ইয়াত উল্লেখ থকা নির্দিষ্ট ব্যক্তিক আদায়যোগ্য হয়?
(ক) ১৩ নং
(খ) ১৬ নং
(গ) ১৮ নং
(ঘ) ১৯ নং
উত্তৰঃ (ক) ১৩ নং
৩। হস্তান্তৰযোগ্য দলীলবোৰক বহুলভাৱে কেইটা ভাগত শ্রেণীবদ্ধ কৰিব পাৰি?
(ক) তিনিটা।
(খ) দুটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) দুটা।
৪। প্রতিশ্রুতি পত্রত নাম থকা ব্যক্তিজন, যাক বা যাৰ আদেশ মতে টকা পৰিশোধ কৰিব লাগিব, তেওঁক কি বুলি কোৱা হয়?
(ক) ঋণী।
(খ) বাহক।
(গ) প্রাপক।
(ঘ) প্রতিশ্রুতিদাতা।
উত্তৰঃ (গ) প্রাপক।
৫। মুকলি চেক কেই প্রকাৰৰ?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
৬। ১৮৮১ চনৰ হস্তান্তৰযোগ্য দলীল আইনৰ ৬ নং ধাৰা অনুসৰি, চেক কি প্ৰকাৰৰ দলীল?
(ক) এক ঋণ চুক্তি।
(খ) এক জমাৰ দলীল।
(গ) এক বিনিময় পত্র।
(ঘ) এক জমা চুক্তি।
উত্তৰঃ (গ) এক বিনিময় পত্র।
৭। চেকৰ বৈদ্যুতিন ৰূপৰ অন্তৰ্ভুক্ত বিষয় কি?
(ক) চেকৰ সঠিক সময়।
(খ) চেকৰ বৈদ্যুতিন ছবি।
(গ) চেকৰ বৈধতা।
(ঘ) চেকৰ মৌলিক টকা পৰিমাণ।
উত্তৰঃ (খ) চেকৰ বৈদ্যুতিন ছবি।
৮। এখন চেকৰ সম্মুখৰ বাওঁফালৰ ওপৰৰ কোণত কোনো শব্দসহ বা শব্দ অবিহনে দুডাল সমান্তৰাল অথালি-পথালি ৰেখা টনা থাকিলে বা ইয়াৰ সন্মুখভাগত বেংকৰ নাম লিখা থাকিলে তেনে চেকক কি বুলি কোৱা হয়?
(ক) খোলা চেক।
(খ) স্থগিত চেক।
(গ) নগদ চেক।
(ঘ) ৰেখাংকিত চেক।
উত্তৰঃ (ঘ) ৰেখাংকিত চেক।
৯। বাহক চেক এখন কেৱল কিহৰ দ্বাৰা এজন ব্যক্তিৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি?
(ক) সমর্পণৰ দ্বাৰা।
(খ) স্বাক্ষৰৰ দ্বাৰা।
(গ) পৃষ্ঠাংকণৰ দ্বাৰা।
(ঘ) বেংকৰ মাধ্যমৰ দ্বাৰা।
উত্তৰঃ (ক) সমর্পণৰ দ্বাৰা।
১০। সম্পত্তি হস্তান্তৰ আইনৰ ১৩৭ নং ধাৰা অনুসৰি দলীলবোৰ বাণিজ্যৰ কিহৰ দ্বাৰা হস্তান্তৰ কৰা হ’ব পাৰে?
(ক) দলিল।
(খ) ৰীতি-নীতিৰ।
(গ) আইন-আদালত।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) ৰীতি-নীতিৰ।
১১। ১৮৮১ চনৰ হস্তান্তৰযোগ্য দলীল আইনৰ কিমান নং ধাৰা অনুসৰি “প্রতিশ্রুতি পত্র হৈছে, প্রতিশ্রুতিদাতাৰ দ্বাৰা স্বাক্ষৰিত এক লিখিত দলীল?
(ক) ৫ নং
(খ) ৩ নং
(গ) ৪ নং
(ঘ) ৮ নং
উত্তৰঃ (গ) ৪ নং
১২। বাহক চেকৰ ক্ষেত্ৰত প্ৰাপকৰ নামৰ শেষত কি উল্লেখ কৰিব লাগে?
(ক) মুদ্রিত শব্দ ‘বা বাহক’।
(খ) মুদ্রিত শব্দ ‘এনওয়া’।
(গ) মুদ্রিত শব্দ ‘নামাঙ্কিত’।
(ঘ) মুদ্রিত শব্দ ‘স্বাক্ষৰ’।
উত্তৰঃ (ক) মুদ্রিত শব্দ ‘বা বাহক’।
১৩। প্রতিশ্রুতি পত্ৰৰ বৈশিষ্ট্যসমূহ কেইটা?
(ক) পাঁচটা।
(খ) ছয়টা।
(গ) সাতটা।
(ঘ) আঠটা।
উত্তৰঃ (ঘ) আঠটা।
১৪। বিনিময় পত্ৰৰ লিখক বা প্রস্তুত কৰিব পৰা ব্যক্তিজনক কি বুলি কোৱা হয়?
(ক) প্রস্তুতকাৰক বা লিখক।
(খ) প্রাপক।
(গ) স্বীকৃতিদাতা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) প্রস্তুতকাৰক বা লিখক।
১৫। চেক কেই প্ৰকাৰৰ?
(ক) তিনিটা।
(খ) দুটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) দুটা।