Class 11 Finance MCQ Chapter 11 বিভিন্ন প্ৰকাৰৰ বেংক হিচাব Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 11 বিভিন্ন প্ৰকাৰৰ বেংক হিচাব Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.
Class 11 Finance MCQ Chapter 11 বিভিন্ন প্ৰকাৰৰ বেংক হিচাব
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.
বিভিন্ন প্ৰকাৰৰ বেংক হিচাব
Chapter: 11
MCQ |
১। বেংকৰ মুখ্য কাৰ্য কি?
(ক) ঋণ প্ৰদান কৰা।
(খ) জনসাধাৰণৰ পৰা আমানত গ্রহণ কৰা।
(গ) কৰ আদায় কৰা।
(ঘ) বিনিয়োগ পৰিচালনা কৰা।
উত্তৰঃ (খ) জনসাধাৰণৰ পৰা আমানত গ্রহণ কৰা।
২। বাণিজ্যিক বেংকৰ পুঁজিৰ প্ৰধান উৎস কি?
(ক) চৰকাৰী অনুদান।
(খ) শ্বেয়াৰ বিক্ৰী।
(গ) বৈদেশিক ঋণ।
(ঘ) জনসাধাৰণৰ আমানত।
উত্তৰঃ (ঘ) জনসাধাৰণৰ আমানত।
৩। জমা হিচাবসমূহ কেইটা ভাগত বিভক্ত কৰিব পাৰি?
(ক) তিনিটা।
(খ) দুটা।
(গ) চাৰিটা।
(ঘ) ছয়টা।
উত্তৰঃ (খ) দুটা।
৪। ভাৰতীয় ৰিজার্ভ বেংকে কিমান চনৰ পৰা প্রতিদিন গড় পদ্ধতি অৱলম্বন কৰি সঞ্চয়ী বেংক হিচাবৰ সুদ গণনা কৰাৰ নতুন নির্দেশনা জাৰি কৰিছে?
(ক) ২০১০ চনৰ ১ এপ্ৰিল।
(খ) ২০০৯ চনৰ ১ জানুৱাৰী।
(গ) ২০১২ চনৰ ১ মাৰ্চ।
(ঘ) ২০০৮ চনৰ ১ জুলাই।
উত্তৰঃ (ক) ২০১০ চনৰ ১ এপ্ৰিল।
৫। স্থায়ী জমা হিচাবক কি নামেৰে জনা যায়?
(ক) সঞ্চয়ী জমা।
(খ) চলিত জমা।
(গ) সময় সাপেক্ষে জমা।
(ঘ) চিৰস্থায়ী জমা।
উত্তৰঃ (গ) সময় সাপেক্ষে জমা।
৬। এক নির্দিষ্ট পৰিমাণৰ টকা এক নির্দিষ্ট সময়ৰ বাবে বেংকত জমা ৰখা হেতুকে এই হিচাবক কি বুলি কোৱা হয়?
(ক) সঞ্চয়ী জমা।
(খ) চলিত জমা।
(গ) স্থায়ী জমা।
(ঘ) দাবী জমা।
উত্তৰঃ (গ) স্থায়ী জমা।
৭। কোন ধৰণৰ হিচাবত বেংকে উচ্চ হাৰত সুত প্ৰদান কৰে?
(ক) সঞ্চয়ী জমা হিচাব।
(খ) চলিত জমা হিচাব।
(গ) চাহিদা জমা হিচাব।
(ঘ) ম্যাদী জমা হিচাব।
উত্তৰঃ (ঘ) ম্যাদী জমা হিচাব।
৮। বছৰি কিমান টকাৰ ওপৰত সুত হ’লে আয়কৰ দিব লাগে?
(ক) ৫,০০০ টকা।
(খ) ৭,৫০০ টকা।
(গ) ১০,০০০ টকা।
(ঘ) ১৫,০০০ টকা।
উত্তৰঃ (গ) ১০,০০০ টকা।
৯। পৌনঃপুনিক জমা হিচাব প্রকৃততে স্থায়ী জমা হিচাবৰ দৰে একপ্ৰকাৰ কি হিচাব?
(ক) চলিত হিচাব।
(খ) সঞ্চয়ী হিচাব।
(গ) দাবী হিচাব।
(ঘ) ম্যাদী হিচাব।
উত্তৰঃ (ঘ) ম্যাদী হিচাব।
১০। এক নিৰ্দিষ্ট পৰিমাণৰ টকা এক নির্দিষ্ট সময়লৈ প্রতিমাহে জমা কৰে বাবে এই হিচাবক কি বুলি কোৱা হয়?
(ক) স্থায়ী জমা হিচাব।
(খ) চলিত জমা হিচাব।
(গ) সঞ্চয়ী জমা হিচাব।
(ঘ) ৰেকাৰিং জমা হিচাব।
উত্তৰঃ (ঘ) ৰেকাৰিং জমা হিচাব।
১১। পৌনঃপুনিক বা আৱৰ্ত্ত জমা হিচাবত জমাকাৰীয়ে কি পূৰ্ণ কৰি বেংকত টকা জমা কৰিব পাৰে?
(ক) পে-ইন-শ্লিপ।
(খ) চেক।
(গ) আবেদন পত্ৰ।
(ঘ) ডিমান্ড ড্রাফট।
উত্তৰঃ (ক) পে-ইন-শ্লিপ।
১২। পৌনঃপুনিক বা ৰেকাৰিং জমা হিচাব এজন নাবালকেও তেওঁৰ নামত খুলিব পাৰে, যদিহে তেওঁৰ বয়স অতি কমেও কিমান বছৰৰ হয়?
(ক) ৫-8 বছৰ।
(খ) ৮- ১০বছৰ।
(গ) ১০-১২ বছৰ।
(ঘ) ১৫-১৭ বছৰ।
উত্তৰঃ (গ) ১০-১২ বছৰ।
১৩। পৌনঃপুনিক বা ৰেকাৰিং জমা হিচাবৰ ধাৰকে মুঠ জমাৰ ওপৰত কিমান শতাংশ ঋণ লোৱাৰ সুবিধা আছে?
(ক) ৫০ শতাংশ।
(খ) ৭০ শতাংশ।
(গ) ১০০ শতাংশ।
(ঘ) ৭৫ শতাংশ।
উত্তৰঃ (ঘ) ৭৫ শতাংশ।
১৪। কিমান চনত কোনো বেংকে চিনাক্তকৰণ নোহোৱাকৈ হিচাব খোলে, তেতিয়া হ’লে সম্প্রদেয় পত্ৰ আইনৰ ১৩১ নং ধাৰা অনুযায়ী সংগ্ৰহকাৰী বেংকে কোনো বিধিগত ৰক্ষণাবেক্ষণ নাপায়?
(ক) ১৮৬৫ চনত।
(খ) ১৮৭১ চনত।
(গ) ১৮৮১ চনত।
(ঘ) ১৯০১ চনত।
উত্তৰঃ (গ) ১৮৮১ চনত।
১৫। সঞ্চয়ী বেংক হিচাবৰ প্ৰাথমিক উদ্দেশ্য কি?
(ক) বিত্তীয় সমৃদ্ধি সৃষ্ট কৰা।
(খ) ঋণ প্ৰদান বৃদ্ধি কৰা।
(গ) বিদেশী বিনিয়োগ আকৰ্ষণ কৰা।
(ঘ) জনসাধাৰণৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা।
উত্তৰঃ (ঘ) জনসাধাৰণৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.